পৃষ্ঠা:হেমকোষ.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ছা। ছিটিকা। যেনে, দৰব খাৰৰ পৰা ৰােগ কমােক ছাৰি বাঢ়িছে হে, far from, instead of. ছা, স. শ. (সং. ছল্লি, চৰ্ম্ম। বাকলি, গছ বা জন্তুৰ গাৰ স্বাভাবিক ঢাকনী, চর্ম, skin ; bark ; rind , husk. ছাওকণী, স. শ. { অং. ছাল, চর্ম + ওক, চুলিৰ কীট ) মলিন মানুহৰ গাত উৎপন্ন হােৱা ওকণীৰ নিচিনা এবিধ কীট, a parasite sticking to the skin of dirty persons. ছাছিগা, বি, (অ. ছাল, চৰ্ম্ম + ছিগা, খণ্ড খণ্ড হােৱা) যাৰ ছাল নষ্ট হৈছে ; দৰিদ্র, নিছলা, অতি দুখীয়া, having a bruised or diseased skin, very poor, iiigent. ( নিন্দার্থ }। ছা পােৱাল, স. শ. { অং. ছাল, ঐ + পােৱল, এবিধ মণি} পােৱাল-মণিৰ নিচিনা লা আৰু মাটিৰে সজা মণি (ক পূৰ্ব্বে মাটিৰে কৰা বুলি ভবা হৈছিল , a kind of lead like coral. ছালি, স. শ. তামােলৰ লগত বা জামােল সলনি খােৱা গছৰ ছাল, the bark of certain trees chewal with, or instead of betcl-nuts. ছি, স. . {সং. ছিদ, খণ্ড খণ্ড কৰ} দুই বা অধিক খণ্ড কৰি বেলেগ কৰ {প্রায়ে দীঘল বস্তুত খাটে ; যেনে, অৰী ছিঙ্গিলে, ফুল ফল আদি সাগি থকা ঠাইৰ পৰা এৰুৱা ; যেনে, চুলি ছিঙ্গে, to tear on rond asunder; to pluck as flowers, &c. ভা, অ, ঘৃণা বা নিশা বুজোৱা ছিছি, ছিল, স. শ. (সং. ছিদ, ফাল) পকিলে ফাটি ছিটাছিট আৰু সােৱাদ হােৱা এবিধ তিয়ঁহৰ নিচিনা ফল, a kind of molon. ছিকৌ, ভা, অ, {সং. ছিঃ, ঘিণ ) ছিঃ, ঘিণ বা বেয়া পােৱা বুজোৱা মাত (ভিৰােতাৰ 12 ), fie (used by females). ছি, অ, ধ. (সং. ছিদ, খণ্ড খণ্ড ক) ভাগি দুই বা বহু খণ্ড হ, ভাগি বেলেগ হ (প্রায়ে দীঘলীয়া বস্তুত খাটে); যেনে, a festa, to be rent asunder or torn. ছিগাভগ, বি. (অং ছিগ, ঐ+ভাগ, খণ্ড খণ্ড হ} খণ্ড খণ্ড হােৱা, ডােখৰ ডোখৰ tat, broken, torn or rent to pieces. ছিট, স. শ. (বং. ছিট, হিং, ছটি, এবিধ ছাপ মৰা কাপােৰ) ছাপ মৰা এবিধ Portret Pta, chintz. ছিটা, স. শ. (বং ছিটা, হিং, হীট, পানীৰ বি) পানীৰ বা আন জুলীয়া বৰ উফৰি পৰ বিন্দু, ছিটিকনি, চেকা, a splash, a stain. ছিটা, স. শ. (সং. ছিদ, কাটু} গাত ঘৰ কৰি সেঁচৰােৱা বসন্ত ; দীঘল চেপেটা খণ্ড; যেনে, এছিটা মাটি, iinoculation, vacci. nation; a strip; a lony slice, ছিটা-গুলি, স. শ. { হি. ছিটকী, বং. ছিটা, সৰু গুলি চৰাই মৰা সৰু গুলি, slot. ছিটাছিটু, বি. (অং. ছিটা, দীঘল চেপেটা খণ্ড) দীঘল দীঘল কৰি বহুত খও কৰা, দীঘলে দীঘলে অনেক ফাট মেলা; যেনে, ছিৰালটো ছিটাছিট হল, divitled or torn into strips. ছিটা দি, বসন্তৰ বীজ লগা, বসন্তু উলিয়া, to vaccinate or inoculate. ছিটা মৰ, ছটিয়া, শান্তি কৰ, to sprinkle, ছিটি, অ. . (হি. ছিটকনা, বং, ছিটান, সিঁছ। উফৰি পৰ, সিঁচৰতি হৈ পৰ (জুলীয়া বা ক্ষুদ্র বস্তুত খাটে ); যেনে, পানী ছিটিকিছে; চাউল ছিটিকি পৰিল, to be scattered or sprinkled, to be splashed. ছিটিকনি, স. শ. { অং.. ছিটিক, ঐ) উফৰি পৰা পানী, আছাৰ খাই পৰা, জুলীয়া বন্ধু বা বােকা, splasli. ছিটিকা, স. শ. ( অং. ছিটিক, উফৰি যা) এবিধ চৰাই ধৰ যতন ; যেনে, ছিটিকাৰ . দৰে মােকোটাই বা ঘােৰাই বন্ধু বাহ মাত, fie.