পৃষ্ঠা:হেমকোষ.pdf/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেওঁতা ৩৪৫ হেল। ছেওঁতা, কদ, স. (অং. ছে, কাটু) কাটি দুই বা বহু খণ্ড কাৰোতা, a man who cuts to pieces. (স্ত্রী) ছেতী। ছেও-পাত, স. শ. (অং. ছেও+পাত, পত্র) কোনাে বস্তু ঢাকিবৰ নিমিত্তে ঘুৰীয়াকৈ কটা কলাপাত, a piece of plantain leaf cut round for the purpose of covering something . ছেও-মণি, স. শ, (অং. ছেও, খণ্ড + মণি, অলঙ্কাৰ বিশেষ) কেইবা ভাগ বা খলা কৰি জৰীৰে সিয়া, হাতৰ ঠাৰিত পিন্ধা afe, a string of beads worn on the wrist. ছেই, স. শ. এস. শিম্বী; হিং. ছিমী, বংশিম) দীঘলীয়া গুটিৰ ভঁড়াল, কোনাে কোনাে গছৰ গুটি পকা দীঘলীয়া গােটা বা চেপেটা বস্তু, a pol, a legume. ছে, স. . ( হিং. ছানা, পুখুৰীৰ পানী পৰিষ্কাৰ কৰ; বং. ছা, জুলীয়া বস্তু পৰি- ক্ষাৰ কৰ । অতি ক্ষুদ্র বিন্ধা থকা কোনাে বস্তুৰ মাজে দি সৰকাই নিৰ্ম্মল কৰ; যেনে, Stop C5C7, to strain, to filter. ছেকনী,স. শ. জুলীয়া বস্তু নির্মল কৰা সৰু সৰু বিন্ধাযুক্ত যত, a strainer; a filter. ছেতাে, কদ, স. ছেকি নির্মল কৰােতা, a man who stmins, &c. (1) C610 ছে, স. শ. (সং. চেদ, খণ্ড, অর্থাৎ সময়ৰ ভাগ) কোনাে কাৰ্য্যৰ মাজৰ সময়; যেনে, “এহি বুলি খাণ্ডা বাৰু ধৰি সেহি ছেগে! শ্ৰম কৰি পক্ষী যেন ধাইলা মহা বেগে।” কোনাে কাম কৰিবৰ সুসময়, চল ; যেনে, চোৰে ছেগ চাই চুৰ কৰে ; অধিকাৰক কথা জনাবৰ ছেগ পােৱা নাই, an in- terval, an opportunity, a fit time. ছেগ চা, সুসময় বিচাৰ, চল চা, to look for an opportunity. . ছেগ মাৰি, চল চাই থাকি সুসময় পালেই। যেনে, চোৰে ছেগ মাৰি চুৰ কৰে, মাজে যাতে, কোনো কোনাে সময়ত ; যেনে, তেওঁ ছেগ মাৰি আহে, sizing the best opportunity; at intervals. ছেগা-চোৰােকা, বি. (অং. ছেগ, সুসময় + চোৰাং, গুপ্ত) সুসময় বুজি চোৰাংকৈ হােৱাৰ দৰে হােৱা, মাজে মাজে হােৱা ; যেনে, এই বাৰ বৰষুণ ছেগা-চোৰােকা, কোনাে কোনাে ঠাইত হােৱা, সকলে ঠাইত নােহােৱা; যেনে, ছেগা-চোৰােকা Gifs, occasional, happening at inter- vals; occurring here and there, not uniform. ছেগা-চোৰৰকাকৈ, ক্রি. বি. মাজে মাজে, এৰা ধৰাকৈ ; কোনো কোনাে ঠাইত, occasionally, at intervals, here and there. ছেগে, ক্রি. বি. ছেগত, সুসময়ত (পদাত “সেই” বা “এই বিশেষণ সর্বনামৰ ছেগ” চোৱা, at a fitting opportunity or interval. ছেদ, স ধ (সং. ছেদ, কাটু) ছে, কাট, দুই বা অধিক খণ্ড কৰ, to ent asundor, to sever. স. শ. কোনাে বস্তুৰ সীমা বা অন্ত; যেনে, ইয়াতে ছেদ পৰিল, লেখাৰ কোনাে এক ভাগ ; যেনে, এই কাকতৰ তিনি ছেদ পঢ়িছো; কথাৰ মাজৰ বিশ্রাম, পঢ়োতে ৰবৰ কাৰণ লেখাৰ মাজত দিয়া এটা চিন ; যেনে, “।”, an end of limit of a thing; a paragraph; a cessation in a specch ; a full stop. ছেদ,স.শ.কার্টোতাে যি কাট, a cutter, ছেদ, কৃ. স. কটা কাৰ্য্য, কাটন, the act of entting. ছেদনীয়, বি. (সং. ছেদন, ঐ) কাটিবৰ বােগ্য, 162 as, to be cut, or divided. ছেভে, স, শ, (অং. ছেদ, অন্ত+ভেদ, অনুৰূ, } সীমা, অন্ত, বিশ্রাম (প্রায়ে ইয়াৰ পাচত “ন" থাকে) ; যেনে, বৰষুণৰ ছেদভেদ হােৱা নাই, temporary eed- sation, stoprage, respite. ছেদি, কদ, বি. কটা, ছেদন কৰা, ent divided. ছেদিতব্য, বি. কাটিবৰ যােগ্য, কাটিব লগীয়া, to be cutor divided. ।