পৃষ্ঠা:হেমকোষ.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

WY চৌচৌ = . চোৰাং। tive sound as of something drag- ged along on the ground. চোৰাং বি. (অং. চোৰ, ঐ গুপ্ত, লুকোৱা, secret, concealed. চোৰাংকৈ, ক্রি. বি. মনে মনে, গােপনে, গুপ্ত ভাবে, secretly, thievishly. চোৰাংচোৱা, স, শ, { অং. চোৰাং, গুপ্ত + চোৱা, দৃষ্টি কৰা) লুকাই শত্ৰুৰ ফালৰ সৈন্য আদি চোৱা দূত, a seout, a spy. চোবােক্, স. বা কোৰেৰে চাছি পৰিষ্কাৰ কৰ, ; যেনে, বাৰী চোৰােকে, to clear with a hoe. কৃদ. স. চোবােকে, (স্ত্রী) চোৰােৰ্কতী । চোৰােকাণি, স. শ. কোৰেৰে সঁছা ঠাই, বন গুচাই পৰিষ্কাৰ কৰা ঠাই, a place cleared with a loe. চোৰােহা, স. শ. (অং. চৰহ, ওঁঠেৰে চেপি ৰস খা) এবাৰ ওঁঠেৰে চেপি ধৰি হেঁপা মৰাত যিমান মুখলৈ যায় সিমান ৰস ; যেনে, এচোৰােহ গাখীৰ, পনীয়া বস্তু উঁপি মুখলৈ নিয়া কাৰ্য্য, the act of drawing liquid into the mouth; a draught of liquid. ছোলা, স. শ. {সং. চুল, বুৰমাৰ গাটো ভাত সােমাই থাকে, এতেকে ) বেজীৰে সি গা আৰু হাত ঢাকিবৰ নিমিত্তে কৰা af fitta, a jacket, a tunic, a coat, চোৱা, স, শ, এবিধ গছ, a kind of sago palm, চোহু, স ধ (সং. চুষ, ওঁঠেৰে চেপি ৰস খা ) উঠেৰে চেপি ৰস খা, চোপ, চৰহ, to suck. চোহা, স, শ, ওঁঠেৰে চেপি এবাৰ হেঁপা fruta 771717, the quantity suckcel at once. চোহে, স, শ, ঢোহা মুনিহ, a man who sticks. (স্ত্রী) চোহঁতী। হোেঙ্গা, স, শ, চুহি ৰস খােৱা শিষ্টা, এতেকে অকামিলা বস্তু, something the juice of which has been sucked away, an useless thing. f. wat faty, useless. চৌ, সংস্কৃত চতুঃ শব্দৰ অপভ্রংশ, সদায় আন এটা শব্দৰ আগত থাকে, four, used in composition only. চৌকস, বি. (হি. ব. চৌকস্, সাৱধান) পাৰ্গত, নিপুণ, পটু, ভালরূপে কাম কৰিব পৰা, skilful, able. চৌকা, স. শ. (সং. চতুষ্কোণ, চাৰিচুকীয়া, বং চৌকা, আখ) আখা, মাটি আদিৰ দ্বাৰা উধান বান্ধি কৰা ভাত বন্ধা চৰুৰ

      • a, supports for conking pot,

made of carth or metal. চৌকাঠু, স. শ. (স.. চতুফাষ্ঠ, বৎ. চৌকাই ) দুৱাৰ বা খিড়িকীৰ চাৰি ফালে লগােৱা Tatt, a wooden frame of a door or window. চৌখাম, স. শ. { নগ) নগাৰ ৰজাই পঠোৱা কটকী; আনৰ দ্বাৰা পঠোৱা বাতৰি, messenger sent by a Naga chief" ; a verbal message. . চৌখাম কৰ, নিজে নগৈ লােকৰ দ্বাৰা বার্তা syport, to send word hy a messenger instead of going and speaking one's self, চৌচলীয়া, বি. (অ. চৌ, চাৰি + চাল, ঘৰৰ ওপৰ ভাগ ) চাৰিখন চলি থকা, টুপ লগোৱা ; যেনে,, চৌচলীয়া ঘর, four sided as a roof. চৌচল্লিশ( লিচ), সংখ্যা (অং চৌ, চাৰি। চল্লিশ, পুকুৰি) চাৰি অধিক দুকুৰি, forty- fon. চৌচাল, স. শ. (অং চৌ, চাৰি+ চল, গতি ক, চাৰি জনে গুটি বুলায়, এতেকে) 'চাৰি জনে পাষটিৰে খেদা এবিধ খেল, game played by four persons with dice. চৌচৌ,অমুক, ওখ ঠাইৰ পৰা নলৰ মুখে দি পানী পৰাৰ নিচিনা শব্দ, an imitative sound used to express that of fluid falling rapidly from a tube.