পৃষ্ঠা:হেমকোষ.pdf/৩৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চোকোৰা the evil consequences of a bad deed. . চোকোৰা, স. শ. গুটি আদিৰ শুকান পাতল ঢাকনি বা ছাল, হকণীৰ ওপৰৰ ঢাকনী, যাৰ ওপৰৰ শুকান ছাল, the dry thin covering of a fruit, &c., the shell of an egg, a scab. চোঙ্গা, স. বা. অলপ ওখকৈ ভােল, অলপ মাটি তুলি ওখ কৰু, আকৃতি মাত্ৰ কৰু, { আলি বা টপ বন্ধাভ খাটে ); যেনে, আলি চোঙ্গাইছে, ঢাপ চোঙ্গা; অলপ বেঁকা ক বা পেঁৱা; (আই লােৱাত খাটে); যেনে, ৰজালৈ আই চোঙ্গাব লাগে, “আই চোঙ্গা” ঠোৱা, to make a mere outline of a road or an embankment; to bend the knce slightly out of res- }vet. কুদ, স, চোঙ্গাওঁতা, (স্ত্রী) চোঙ্গাতী। চোট, স. শ. {সং চুট, ছেদন কৰ, হিং. বং চোট, আঘাত) আঘাত, ঠেলা, a blogy, চোপ, অ, ধ. (সং. চুপ, গােপনে গমন কৰ) খাপ দি, ধৰিবৰ নিমিত্তে মনে মনে লুকাই থাকৃ; (যাক ধৰিবৰ ইচ্ছা কৰা অর্থ হয়, তাৰ চতুর্থ বিভক্তি হয়); যেনে, বাধে গৰুলৈ চোপে, to lie in vait. চোপ, স. . (সং. চু, চুমা খা) উঠেৰে চেপি ধৰি ৰস টানি খ, চোহ, to suck. চোপন্,ি স. শ. খাপ দিয়া বা চুহি খােৱা কাৰ্য, চোহা ; ঠেৰে চেপি ধৰি ৰস উলিয়াওঁতে হােৱা শব্দ,the act of lying in wait, or sucking; the noise made by the lips in sucking- চোপা ল বা চোপা দি যা চোপা পাড়, ধৰিবৰ নিমিত্তে লুকাই থাক, খাপ ল, to lic in wait. . চেপোতা, কৃ. স. চোপা-দিওঁতা ইত্যাদি, a man who lies in wait, &c. (*) চোপী। গে, স, ধা. {সং. চন্দ্র, হিং. চনা, বং. চিবান, তেৰে গুড়ি কৰণ) পাতেৰে fare off , to chew, to masticate. স. শ. তেৰে পিহি ৰস খাই পেলোৱা 22 চোৰ্চোৰ,। foly, something chewed and ejected from tle mouth. ক. স. চোবাওঁতা, (স্ত্রী) চোবতী। চোভ, স. শ. (যাং.) কোনাে মন্দ কৰাৰ আশঙ্কা, suspicion. . চো, স. শ. { অথ, চোখ, মুগ পােহা ঠাই ) মুগাই পাত খােৱা এবিধ গছ, a tree on which the Muga Silk worm (An- therca Assamu) is fed. The bota. nical name of the tree is Machilus Orloratissima (Gamble). চোম, স. শ. {সং, চৰ্ম্ম, ছাল } এবিধ ছালৰ গ, মুখত আৰু গাত ফুটফুটীয়া হােৱা এবিধ ৰােগ, freckles on the skin, চো দেও, স. শ. (আহম) আহমবিলাকৰ বাই দেৱতাৰ মূর্তি, ভাক ইন্দ্ৰই আহম- ৰজাবিলাকৰ উপৰি পুৰুষ খুনৰুং-খুনলাইক দিছিল বুলি শুনা যায়, the name of the image of the principal god worshipped by the Alams. . চোমনি, স. শ. (অং চোষ, মুগ পােহা গছ) চোম-গছৰ সমূহ, অধিক চোম গছ my 13, a forest of the Som tree. চোমে-ধৰা, বি. (অং চোম, ফুটফুটীয়া ওলােৱা ৰােগ) মুখত বা গাত ফুটফুটীয়া etatay, freckled. চোৰু, স. শ. (সং. চুৰ, অপহৰণ কৰ) গৰা- কীৰ অনুমতি নােহােৱাকৈ গােপনে বন্ধু নিওঁত, চুৰ-কৰা মানুহ, এঞ্জেকে গােপনে লােকৰ ভিৰােতৰে সহবাস কৰোত, a thief, a robber, a man having criminal intercourse with a woman. ( শ্ৰী ) চুনী। চোচাং, স. শ. চোৰ সােমাব নােৱৰা কৰিবৰ নিমিত্তে ডাঠ বেৰেৰে আবৃত কৰা চাং, তেনে চাঙ্গত গাঁৱলীয়া চহকী মানুহে

  • T* afcat, & raised platform in a

room secured against thieves by strong bamboo walls. চোচোৰ, অনুক, কোনাে বস্তু ঠোচৰাই চোৰে, নিওঁতে হােৱা শব্দ, an imita-