পৃষ্ঠা:হেমকোষ.pdf/৩৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৌচৌকৰে চৌচৌকৰে, ক্রি. বি. চৌচৌ শব্দ কৰি বেগাই, in a rapid stream as from a tube. চৌচৌৱা, অ. ধা, বেগাই নলাৰ মুখে পৰাৰ দৰে পব, চৌচৌ শব্দ কৰি পৰ; যেনে, নাওৰাৰ পানীয়ে চৌচৌৱাইছে, to flow in a rapidl stream as from a tube. চৌঠেঙ্গীয়া, বি. (অং চৌ, চাৰি +ঠেং, ভৰি গৰু মহ আদি জন্তু চাৰি ঠেঙ্গ ওপৰলৈ কৰি পৰিলে উঠা টান হয়, এতেকে, আশা দি নিৰাশ কৰ; যেনে, অমুকে কাম দিম বুলি মাতি আনি চৌঠেঙ্গীয়া কৰিলে, পূৰ্ব্বে থকা কোনাে বস্তু নথকা হােত টানত পৰা; যেনে, সঁচি থােকা ৰূপ কেইটকা ঢুকাই চৌঠেঙ্গীয়া হলো, পৰিকৰ নাইকিয়া হলে ভাল মানুহ চৌঠে- জীয়া হয় । উপায় নাইকিয়া, নিৰাশ হোৱা বা টানত পৰা, disappointed. চৌডুলি, স. শ. (অং চৌ, চাৰি+ ডুলি, ধান খােৱা পাত্র বিশেষ ) ঘূৰণীয়া সজাৰ নিচিনা চৰাই ধৰা এবিধ ফা, a kind of bird trap. চৌতাৎ, স. শ. { নগা) নগা ৰজাৰ দূত, চৌখাম, a tnessenger of a Naga chief. চৌত্রিশ (-ত্রিছ), সংখ্যা. (অং চৌ, চাৰি। ত্রিশ, ডেৰ-কুৰি, সং. চতুস্ত্রিংশৎ ) চাৰি- অধিক ডেৰকুৰি, thirty-four. চৌদিশ, স. শ. (অং চৌ, চাৰি+ দিশ, ফাল, সং. চতুর্দিশ) পূর্ব, পশ্চিম, উত্তৰ, দক্ষিণ, এই চাৰি ফাল, the four cardinal pints. চৌদিশে, ক্রি. বি. চাৰিও ফালে, on foun sides, all around. চৌধাৰী, স. শ. (ব. চৌধুৰী, এটা খিতাপ) ' কামৰূপৰ ভদ্রলোেকৰ এটা উপাধি, a title of honour in Kanrup. চৌপটু, স. শ. (অং. চৌ, চাৰি + পাষটি, খেলাৰ বস্তু বিশেষ, হিং, চৌপড়) পাষটি মাৰি ঢালভ গুটি বুলাই খেদা খেল বিশেষ, তাক পূর্বে চাৰি জনে খেদিছিল, এতিয়া দুজনেও খেদে ; চাৰি জনে খেদিলে তাক চৌচাল বােলে, a game played with dice. চৌপৰ, বি. { অং চৌ, চাৰি+পৰ, দিন বা ৰাতিৰ চাৰি ভাগৰ এভাগ) চাৰি পৰীয়া, চাৰি পৰযুক্ত; যেনে, চৌপথ দিন, চৌপৰ ৰাতি, consisting of four }}pdf- hars or watclics. চৌপাশ, স. শ. (অং. চৌ, চাৰি 4-পাশ, দাতি, সং, চতুঃপার্শ্ব ) চাৰিও ফাল ; চাৰি ফালে চাৰি জন বহি পাষটিৰে খেদা এবিধ (*18, chiota, four sides, a kind of game played by four persons with dice. চৌপাশে, ক্রি. বি. চাৰিও ফালে, all around. চৌফলীয়া, বি. { অং. চৌ, চাবি+ ফাল, তি, পার্শ্ব ) চাৰিও ফাল জোৰা, এফা- লেও ছা নথকা ; যেনে, চৌফলীয়া ; চাৰি-ফাল থকা ; যেনে, চৌফলীয়া চিচা, four-side. চৌবিশ (-বিছ), সংখ্যা (হি. চৌৰীস, সং. চতুর্বিংশতি) চাবি অধিক কুৰি, twenty- four. . চৌৰ, স: শ. (স. চুৰ, অপহৰণ কৰ চোৰ্য, অপহাৰক, a thief. চৌঙ্গ, বি. (সং. চতুৰঙ্গ, চাৰি অঙ্গ চৌঙ্গী, অর্থাৎ দুই হাত দুই ভৰি) নৰিয়া বা পৰিশ্ৰমৰ দ্বাৰা হাত ভৰি চলাব নােৱৰা হৈ পৰি থকা, prostrated, unable to move about. চৌৰাবৈ, সংখ্যা: (সং. চতুৰ্ণৱতি, চাৰি চৌৰানবৈ, অধিক নবৈ) চাৰিকুৰি চৈধ্য, ninety-four. চৌৰাশ, সংখ্যা (অং চৌ, চাৰি+ আর্শ, চাৰিকুৰি, সং, চতুৰশীতি), চাৰি অধিক চাৰিকুৰি, eighty-four, চৌর্য্য, স. শ. (সংচুৰ, অপহৰণ কৰু ) চুৰ Pay PITT, theft, the act of stealing. চৌৱন, সংখ্যা (সৎ, চতুঃপঞ্চাশৎ, দুকুৰি চৈধ্য ) দুকুৰি চৈধ্য, fifty-four, চৌষষ্ঠি, সংখ্যা (সং. চতুঃষষ্ঠি, তিনিৰি