পৃষ্ঠা:হেমকোষ.pdf/৩৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চোচু পৰ, চোকোটা & ঠো পৰ, শুকাই সমান হ, (পানী বা ছাত খাটে }; যেনে, নৈ খান ঠোচ পৰিছে, ঘ (tara BTC fa, to dry up as water, to heal is a wound. চেঁচনি, কৃদ, স. (অং. চেঁচ, খুঁহি পৰিষ্কাৰ ক) চোদা কাৰ্য, খুঁহি পৰিষ্কাৰ কৰা HÚ; the act of scraping or ruls. lving. চোচনি খা, খোৰােচা লাগ্‌, to be tiglite, ed, as a 100se. চেনী, স. শ. টান মাৰিলে চাপ খােব। গাঁঠি, খােৰােচা ; কোনাে বস্তু চুচি পৰি- কাৰ কৰা পাতল বাঁহ বা ধাতু, a noose, a seralier. চে, অ, ধ. ( অং, চে, ঘঁহ,) কোনাে বস্তুৰ ওপৰত ঘূহনি খাই যা, পিছলি যা ; যেনে, লােৰ থিয় শত বজ্ৰ পৰিলে তললৈ ছুঁচৰি যায় ; গাৰ কোনাে এভাগ মাটিত খুঁহাই বাট বুল, to move alog ly dragging a part of the holy behind, to crawl, to slip akmg. 77. 7. 876- ৰােতা, (স্ত্রী) চেঁচৰতী। চোচৰা, স. . মাটিত বা আন কোনো চোচোৰা, বস্তুৰ ওপৰত ঘূহাই টানি নি ; যেনে, মানুহে দাবি নােৱৰা বস্তু চোচ- att fact, to drag along on the ground or some other solid surface. . ক. স. চেঁচৰাওঁত, (স্ত্রী) চোৰাতী। চেঁচা, কুদ, স. (অং. চো, ঘঁহ) ঘঁহা কাৰ্য্য, the act of scraping or rubbing. চোচা মাৰ, চেঁচা ল, সােনকালে ঘূৰি আহি- বৰ ইচ্ছাৰে কোনো ঠাইলৈ শীঘ্ৰে যা; যেনে, ঘৰব ফাললৈ এটা চেঁচা মাৰিম বা চেঁচা গম, ঘঁহ মাৰি পৰিক্ষাৰ কৰ, to yo expellitiously with the lesire of returning soon, to rab off, to used to express that of quickly pulling any thing. . ঠোত্ কৰে, ক্রি. বি. { অ, চোত, অমুক) চেঁকৈ, বেগাই, শীঘ্ৰে, quickly, immediately. চোতাল, স, শ, (সং. চত্বৰ, ঘৰৰ সমুখৰ সমান ঠাই) দুৱাৰ মুখৰ সমান ঠাই, courtyard. চোভাল-বাহ্, স. শ. (অং. চোতাল, ঐ+ বাঘ, এবিধ জন্তু) তেঁতালত গত কৰি থকা এবিধ পােক, a kind of insext found in holes in courtyards. চোৰা, স. শ. (সং. কচ্ছু, ছালত বােবােৰ ভােলা এবিধ গছ) এবিধ গছ, তাৰ পাতত অতি ক্ষুদ্র ক্ষুদ্র শুং থাকে, সেইবিলাক মানুহৰ গাত লাগিলে ছালৰ ওপৰত বােবােৰা উঠে আৰু বৰ পড়া হয়, এ species of nettle. ঠোৱৰ, স, শ- {সং. চামৰ, কুঁৱৰী পহুৰ নেজ) কুঁৱৰী পছৰ নেজৰ নােম গােটাই বন্ধ। মুঠা, a wlisk made of the tail of the yak. চো, স. শ. (সং. চুক্ক, পীড়া দি, হিং, চোখ, ধাৰ) কটাৰী আদিৰ ধাৰ, তীক্ষ্ণতা; তীক্ষ্ণ আস্বাদ, জিভাত কটাৰ নিচিনাবােধ হােৱা আস্বাদ ; যেনে, লােণৰ চোক, ধপাতৰ (674, sharpness as the edge of a cutting weapon, a sharp taste. চোকা, বি. চোক বা ধাৰ থকা ; ধাৰাল ; যেনে, চোকা কটাৰী; উগ্র, তীক্ষ আস্বাদ- যুক্ত, জিভাত ধৰা; যেনে, “লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নােৱাৰি।” শীঘ্ৰে কাম কৰা, বৰ পাৰ্গত; যেনে, চোকা টেকেলা ; উগ্র স্বভাৱযুক্ত, খঙ্গাল (কুকুৰত খাটে); যেনে, চোকা কুকুৰ sharp), having sharp Laste; ex- pert, adroit, fierce, savaye, চোকোটা, স. শ. (সং. চুক্ক, পীড়া দি) প্রতি- ফল, মন্দ কৰ্ম্ম কৰাৰ পৰা হােৱা পীড়া ; যেনে, ডেও পৰাৰ চোকোটা পাবা, retali- ation, punishment for bad conduct, scrape off. চোচোতা, কদ, স. চোচা মুনিহ, al man who serapes, &c. (স্ত্রী) চোতী। চোত্ব, তকি, কোনো বস্তু বেগাই টান মৰাত হােৱা শব্দ, all imitative sound