পৃষ্ঠা:হেমকোষ.pdf/৩৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চেলেকোতা চোঁচ কাৰবাৰ, উদ্যোগ, তত, জ্ঞান ; যেনে, জৰত চেষ্টা নাই; সাহায্য ; যেনে, দুখী- TP 4691 7f47), endeavor, exertion, sense, rest, relief, aici. চেষ্টান্বিত, বি. (সং. চেষ্টা, যত্ন+অস্বিত, যুক্ত) যত্নশীল, কাৰবাৰ কৰা, striving, exerting, trying. চেষ্ট, কদ, বি. (সং. চেষ্ট, যত্ন ক} সি বিষয়ত যত্ন কৰা যায় ; যেনে, চেষ্টিত বিষয় সিদ্ধ হল, trict for. চৈ, স, শ, (সং. চৱিক, এবিধ ল') এবিধ পিপলী বা পাণৰ নিচিনা লত}, a trধ: "r. চৈতন্স, স. শ.। সৎ, চেতন, জ্ঞান ) জ্ঞান, বােধ, সাৰ পার অবস্থ's*ns, (৫) scionsness, চৈত, বি, { যহি. চয়তান, এটা ভুত । বৰ দুষ্ট, Very wicked চেলেক্টোতা, কদ, স, চেলেকা পুৰুষ, a man who licks. (স্ত্রী) চেলেতী। চেলেঙ্গী-নাও, স. শ. { সৎ, চল, গতি কৰ, শীঘ্ৰে গতি কৰে এতেকে) অসমীয়া সৰু opfattery ate, a small, fishing dug- out. চৈলেপু, বি. চঞ্চল, গহীন নােহােৱা, নিলাজ, অপমানৰ ভয় নথকা; সঁচা-মিছা বা ভাল- বেরা নিবিচাৰি মুখত যি আহে তাকে (#tal, not grave, light-minded, speaking without regard of truth eyr propriety: চলে, বি. ( স. চ, গতি কৰ } সিদ্ধিৰ আশা গত হােৱা, আশা নথকা; যেনে, সি কথা চেলাে, hopeless, চেলােৱা লাগু, নিৰাশ হ ; যেনে, কেতিয়াবা পণ্ডিত চোলােৱা লাগি থাকে, মূর্থেই 694 * 9, to be disappointed por superseded. চলচেলা, । . . (সং. চঞ্চ, স্থিৰ বা চেশবেল, পাতল) অসাৰ কথা অধিককৈ ক, ভাল বেয়া নিবিচাৰি যি আহে তাকে

  • , to babble, to talk without regard

to propriety. ( মৌখিক)। চেচেলি খা, ভিতৰলৈ নােসােমাই ওপৰে পিছলি যা, ( অস্ত্র আদিত খাটে), to glide along without penetrating as a weapon, &c. চেচেলীয়া, বি, চঞ্চল, পাহল, ভাল-বেয়া চেলবেলীয়া, নিবিচাৰি যি আহে তাকে CFTS), (57%, not grave, talking much and without regard to pro- priety. চেলমেঠ, স. শ. দাই এৰাবলৈ মিছা ওজৰ দেখাই মিল হবৰ চেষ্টা; চেলেং পেতে; যেনে, ভাত নেপালে চেলমেঠ কৰিলে atzenth, the act of tryiug to con- ciliate by making false excuses, a mere pretence or show of cating, not eating heartily. চেষ্টা, গ. শ. {সং, চেষ্ট, যত্ন কৰ) যত্ন, চৈত্র, স. শ. ( সৎ, চৈত্র--চিত্র, এটা নক্ষত্র ; চিত্রা নক্ষতেৰে যুক্ত পূর্ণিমা এই মহত হয়, এতেকে) বছৰৰ শেষ মাহ, চত-শাহ, March-April. চাং, স. শ. ( সং. চম্, ভক্ষণ ক ) মৃগাক আহাৰ কৰােবা আর্থাৎ পোহা ঠাই; বন- ৰীয়া হিংসক জন্তুৰ ৰাতি থকা ঠাই, a place where Muga silk worins are fed or reared, a retreat of a wild animal, at den. ছে, স. শ. (সং, চোচ, ওপৰৰ ছাল } গছ, গুটি বা মূলৰ ওপৰৰ পাতল আঁহীয়া ছল ; যেনে, বাঁহৰ টোচ, নহৰুৰ চেঁচ ইত্যাদি । চোকা অস্ত্ৰেৰে কোনাে বস্তু ঘঁহি নিজ কৰোতে তাৰ পৰা এৰোৱা পাতল ভাগ ; যেনে, বেঁৰ চোচ, the lin, filrous outer covering of plants, &c., sera- বুings. স. বা. কোনাে বস্তুৰে ঘঁহি ওপৰৰ পাতল ভাগ ওচ, খুঁহি পৰিষ্কাৰ কৰ ; হাতেৰে বা আঙুলিৰে চেপি ধৰি চেঁচা মাৰ ; যেনে, চুলি ঘূচি পানী গুচাইছে, to ecrape, to rub, to press or squeeze with the hand or fingers gradually towards the end.