পৃষ্ঠা:হেমকোষ.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩৩৪

চেৰেলা

চেৰেলা., বি. ক্ষীণ, মঙ্গহাল নোহোৱা, lean, emaciated

চেৰেলিয়া,, অ. ধা. (অং. চেৰা, পেট চলা) ভেদ কৰ, অধিক ৰূপে পাতল শৌচ কৰ্, (মৌখিক), to suffer from looseness of the bowels.

চেৰ্ চেৰ্,, অমুক. তপত তেলত পানী পৰিলে চেৰ্চ্চেৰ হোৱাৰ নিচিনা শব্দ. An imitative sound used to express that of water dropped on hot oil.

চেৰ্ চেৰণি,, স.শ. তপত তেলত বা ঘিউত

চেৰ্চ্চেৰণি,, পানী পৰাৰ শব্দ, the sound produced by water thrown on hot oil or ghee

চেৰ্ চেৰা,, অ. ধা. তপত তেলত বা ঘিউত

চেৰ্চ্চেৰা,, পানী পৰাৰ দৰে শব্দ কৰ্, to make a sputtering sound as of water dropped on hot oil or ghee. চেৰ্ চৈৰীয়া,, বি. চেৰচেৰ শব্দ কৰা, বৰ চোকা ; যেনে, চেৰচেৰীয়া টেঙ্গা, বৰ তাপ দিয়া ; যেনে, চেৰচেৰীয়া ৰদ, sharp, biting. চেলা,, স, শ, (অং, চল্, গতি কৰ) এবিধ বহু ঠেঙ্গীয়া চেপেটা বিষাল কীট, a centipede, a scolopendru চেলাউৰি,, স, শ, (অং, চেলা, ঐ+উৰ্, পিন্ধ) ভ্ৰূৰ, চকুৰ ওপৰৰ ধেনুভিৰীয়া নোম, the eyebrow

চেলা-জৰী,, স, শ, (অং, চেলা, এবিধ পোক+জৰী, ডাঙ্গৰ বটিয়া) চেলাৰ আকৃতি কৰি গোঁঠা চেপেটা জৰী, a cord of two or more strands braided in the form of a centipede.

চেলাপেটী,, স, শ, (অং, চেলা, এবিধ কীট+পেট্, উদৰ ; তাৰ পেট চেলাৰ দৰে চেপেটা এতেকে) পানী জোক, পানীত থকা এবিধ তেজ-পিয়া পোক, the water leech

চেলাম,, স, শ, (যাং.) ওলগ, মূৰ দোঁৱাই কপালত হাত দি কৰা সন্মান, a salutation, a bow.

চেলেকা-চুবুৰা

চেলামী,, বি. (সং, চল্, গতি কৰ ; তাত পানী চলি থকা অৰ্থাৎ বাগৰি যায় এতেকে) এফাললৈ ক্ৰমে চাপৰ, sloping.

চেলু,, স. শ. (অং, চল্, জুতি) ধৰিবৰ ঠেৰু ; কাৰ্য্য কৰিবৰ উপায় ; চল, a catch, means of doing or accomplishing, a good chance, advantage, a pretext.

চেলেং,, স. শ. (সং, চেলং, কাপোৰ) ঘাম-কালি গাত মেৰাই বা কাণত পেলাই লোৱা এতৰপীয়া পাতল কাপোৰ,a thin cloth wrapped round the body or thrown over the shoulders.

চেলেংপেতেং,, স. শ. (অং, চেলেক, জিভাৰে সোৱাদ ল+পেতেং, অনুৰূ.) অনিচ্ছাৰে অলপকৈ ভোজন কৰা কাৰ্য্য, নাম মাত্ৰ আহাৰ, eating little and with reluctance.

চেলেক্,, স. ধা. (সং, লেহন, জিভাৰে আস্বাদ লোৱা) জিভাৰে সোৱাদ ল, জিভাত লগাই ভক্ষণ কৰ্ ; যেনে, কুকুৰে হাড় চেলেকে ; জিভাৰে ছো ; যেনে, কুকুৰে ঘা চেলেকে, to lick.

চেলেকনা,, স. শ. এবিধ সৰু মাছ, (সি টোপ পোনেই নিগিলি ওঁঠেৰে খুটি বা চেলেকি খায়, এনে অনুমানৰ পৰা সেই নাম দিয়া হৈছে), a kind of small fish.

চেলেকা,, স. শ. (অং চেলেক ঐ) ঐ জিভাৰে স্পর্শ কৰা কাৰ্য্য ; এবাৰ জিভা লগোৱাত যিমান মুখলৈ যায় সিমান বস্তু ; যেনে, সেই খিনি লোণ এচেলেকা মাথোন হ’ব, the act of licking a as much of any thing as can be taken in with the tongue at once. কৃদ. বি. জিভাৰে ছোৱা, licked. চেলেকা-চুবুৰা,, বি. (অং চেলেকা, জিভাৰে ছোৱা+চুবুৰা, অনুৰূ.) এঠাইত লগা আন ঠাইত নলগা, (ঘঁহা বা লিপা বস্তুত খাটে) ; যেনে কাপোৰত বৰণ চেলেকা চুবুৰা হল, laid as paint or plaster, here and there, and not uniformly.


চেলেকা-চুবুৰা, বি. (অং চেলেকা, জিভাবে ছােৱা+চুবুৰ, অনু.) এঠাইত লগা আন ঠাইত লগা, (খৃহা বা লিপ বস্তুত খাটে }; যেনে, কাপােৰত বৰণ চেলেকা চুৰুৰা হল, laid as paint or plaster, here and there, and not uniformly.