পৃষ্ঠা:হেমকোষ.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চেতনা চেচেকা, অ, ধা নতুন ঘাত টেঙ্গা, লােণ বা পানী আদি পৰাৰ দৰে বেদনা কৰ ; কোনাে কোনাে চৰাইৰ দৰে “চেকচেকৃ”

      • , to livel a sharp pain like

that caused by acid, salt, water, &c., falling into a fresh wound, to uitter a harsh cry like that of certain birds. চেচেকী, স. শ. এবিধ চেকচেক শব্দ কৰা চৰাই, কোক লােঙ্গা, a kind of bird. বি. সদায় হাই উৰুমি কৰি থকা, lali- tually noisy. চেকনী, স, শ. {স, চক, পীড়া দি। লৰাক বা গৰু-আদি কোৰাবৰ নিমিত্তে ব্যৱহাৰ কৰা সিৰিপণী এছাৰি বা বাঁহৰ c7ft, a switch used for whipping চেকা, স. শ. (হিং. চক্কা, মলিন) নিৰ্ম্মল বস্তুৰ কোনে এঠাইত লগা মলি ; যেনে, কাপােৰ চকা ; কলঙ্ক, দুর্নাম, a stain, at lylut, iufilmy, bykomisłı. চেকুৰা, স. শ. ছেই, গুটিৰ দীঘলীয় ভঁড়াল ; যনে, মাহৰ চেকুৰা ; হেঁইৰ নিচিনা দীঘ- লীয় খণ্ড, (ণে পাটে); যেনে, সােণৰ চেকুৰা ; গোট মৰা তেজৰ খণ্ড, a prod, a loag narre picce said of goll) a clot of blond. চেকুৰা বান্ধ বা চকুৰা মাৰ, গােট মাৰ (তেজত খাটে) ; যেনে, তেজবোৰে চেকুৰা af, to clot as blood. চেকুৰাচেকুৰ, বি. গেট মাৰি জােখৰ ডােখৰ হােৱা; যেনে,তেজবােৰ চকুচেকুৰ হল । দীঘল-দীঘলকৈ খণ্ড খণ্ড কৰা; যেনে, সােণবােৰ চেকুচেকুৰ কৰিছে, ৫১- agulated into many clots, formed into several long pieces. চেকুচেকুৰে, ক্রি. বি. এচেকুৰাৰ পাচত esta (476944 549, pod by pod, clot by clot, piece by piece. চেকুৰীয়া, বি. হেঁইৰ দৰে দীঘলীয়া; {সােণত খাটে); যেনে, চেকুৰীয়া সােণ; গােট মৰা; { ডেজত খাটে); যেনে, চেকুৰীয়া তেজ, long and narrow like a pod, clotted. চেকেৰা, স. শ. (সং. চককৃ, পড়া দি, বৰ টেঙ্গা, এতেকে) এবিধ টেঙ্গা, a kind of acid fruit. চে, স. শ. ( যা.) মছলমানৰ এক শ্রেণীৰ 77, the name of a class of Mus- stulan. “ছেথ" এনেও হয়। চেঙ্গা, বি. চেংচেঙ্গীয়া, বৰ তপত; যেনে, কটা ঘাত চেঙ্গা তেল ; তজুবজীয়া, অর্শত ; যেনে, চেঙ্গা লা; ওচৰ চাপিব নিদিয়া; ধৰিব খুজিলে লৰ মৰা জস্তুত খাটে; যেনে, চেঙ্গা গৰু, s]rightly, lively, Irisk, not quict or tame, said of An animal. চেঙ্গা, স. শ. (ব. চেঙ্গমাছ, এবিধ চেঙ্গা-মাছ, মাছ) এবিধ প্ৰায়ে গতত থকা মুখত ডাঢ়ি আৰু গত বগা চকৰ- যুক্ত কাঠ-মাছ, সি বৰ বৰ্জীয়া আৰু পিছল, আৰু পানীৰে তল যােৱা ঠাই শুকলেও বমতে গত লৈ থাকে, a kind of fish. চেঙ্গা-লুটি পা, চেঙ্গ। মাছৰ দৰে ধৰফৰা, পড়া কাতৰ হৈ সুটিয়াপুটি ক; যেনে, জৰত চেঙ্গালুটি পাৰিছে, to writhe with ayony. চেঙ্গেলী, স. শ. (অং চেঙ্গা, ঐ } প্রায় চেঙ্গা মাছৰ আকৃতিৰ কিন্তু তাতকৈ সৰু এবিধ কাঠ মাছ ; ইও প্রায়ে গত থাকে ; চেঙ্গা মাছৰ মাইকী এনে অনুমান কৰি “ চেঙ্গেলী ” নাম দিয়া হৈছিল, কিন্তু সি বেলেগ জাতিৰ মাছ, a kind of fielt. চেহেলীয়া, বি. চেঙ্গা, তজুবজীয়া, (জন্তু, মানুহ দুইও ); যেনে, চেঙ্গেলীয়া লৰা, GECUTY Ttafa, brisk, not quiet or tame (said of both man and animals). চেতন,। স, শ. (সং. চিত্, ভাবনা কৰ) চেতনা, জ্ঞান, বােধ, সাৰ পােৱা অৱস্থা, tat, sense, sensation, perception, life.