পৃষ্ঠা:হেমকোষ.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চেতন পা চেতন পা, জ্ঞান পা, ভত পা, to come to one's self, to recover the senses, to awake. চে, স. শ. সৰু সৰু খােল। কটি হাতৰ তলুৱাৰে ওপৰলৈ মাৰি হাৰ পিঠিৰে 471 afartata cola, a child's game in which several pieces of broken carthen vessel are tossed up with the palm and caught again on tlie back of the hand. চেনি, স, শ, (ব. চিনি, পৰিস্কাৰ কৰা গুড় ) পাগি নিৰ্ম্মল কৰা গুড়, sugar. চেনিচম্পা, স, শ, { অং. চেনি, ঐ+ চম্পা, এবিধ ফুল } এবিধ বৰ সােৱাদ আৰু

      • pat, a species of sweet sinell-

ing plantain. চেনি-মাছ, স, শ, { চেনি+মাছ ; সােৱাদ, এতেকে) এবিধ পুৰি নিচিনা, তাতকৈ ডাঙ্গৰ বাকলীয়া মাছ, a kind of fish. চেনু, স. শ. গালৰ ছাল কলা কৰা এবিধ atst, a disease which discolors the skin of the face. চেনেহ, স, শ, { সং, স্নেহ ; প্রাং, সণেহ, মৰম ) মৰম, বেথা, প্রেম, affection, love. চেনেহা চেনেহি, স, শ, দুটাৰ ভিতৰত এটাৰ আনটোলৈ থকা মৰম, mutualaffection যাৰ, to taking anything in return, serv- ing without pay. . চেমেহুৱাকৈ, ক্রি. বি. বেচ বা বানচ contentarse, gratis, চেপ, স. ধ. টান বস্তুৰ মাজত সুমাই হেঁচা মা, টেপা মাৰ, টেপা মাৰি ৰস বা পানী উলিয়া, ঠেক কৰু, সঙ্কীর্ণ কৰ, to squeeze, to press or wring out, to contract. বি. ঠেক, সঙ্কীর্ণ, narrow, confined. . চেপন কুদ, স, চেপা কাৰ্য, squeezing. চে, শ, শ, টান বস্তুৰ মাজত সুমাই মৰা টেপা, এবিধ দুই মূৰ ঠেক, বাহৰ কঠীৰ এবিধ মাছ ধৰা যত্ন, 5}utting kind of fish-trap. চেপা-মৰা, বি. বৰকৈ ঠেক কৰা, :omplist, narrowed. চেপা মাৰ, টান বস্তুৰ মাজত সুমাই টেপা squeeze, to compress. চেপি আন, ক্রমে এফাললৈ চেপি যা, gradually to compress to one end. চেপেটা, স. শ. (সং. চিপিট, হিং, চপটা ; বং, চেপ্টা) গােটা মােহােৱা, ওপৰ ভাগ সমান আৰু বহল, flat, চেপেটা খা, চেপেটা হৈ পৰ, to be flat, to be laid flat. চেপে কলাই, স. শ. (অ- চেপেটা, ঐ+ কলাই, এবিধ মাহ)"এবিধ চেপেটা মাহ, a kind of pulse. চেপেনা, স. শ. { অং. চেপ, টান বন্ধুৰ মাজত সুমাই টেপা মাৰ) চেপি দুখ দিয়া যন্ত্র, লেপ, সঁহ, কোনাে বস্তু চেপি ধৰা যন্ত্র, তামােল খুন্দা যতন, instrument to squeeze with, pincers or tongs, a smith's vice. an instrument used by old persons for grinding betel-nut. চেপোতা, কদ, স, চেপা পুৰুষ, a man who queezes. (স্ত্রী) চেপতী। চেষ্ণে, বি. বিজাতৰীয়া, ভালৰ পৰা বেয়া হাঁয়া ; (ফল ধৰা গছত খাটে); যেনে, or love. , an চেনেহী, স. শ. বৰ চেনেহৰ মানুহ, বৰকৈ মৰম লগা লােক ( মুনিহ বা তিৰােতা); বাপেক-মাকে সন্তানক, ককাইয়েক বা বাইয়েকে ভাইয়েক-ভনীয়েকক, স্বামীয়ে ভাৰ্যাক মৰমেৰে মতা মাত, a beloved person, a term of endearment. বি. চেনেহৰ, মৰম লগা; যেনে, “মােৰ চেনেহী মানুহ,” beloved. চেনেহুৱা, বি. বেচ নলৈ মৰম কৰি দিয়া বা কৰা; যেনে, চেনেহুৱা বন্ধ ; চেনেহুৱা, কাম ; ধন নােলােৱাকৈ খটা বা কাম কৰা; যেনে, চেনেহুৱা চাকৰ, done or given out of good will without