পৃষ্ঠা:হেমকোষ.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চেকুচেকনি চেংচেঙ্গনি কৰিবলৈ ব্যৱহাৰ কৰা মাত, an imitative sound nsed to express the smarting pain of a burn. চেংচেঙ্গনি, স. শ. ভভকনি, পােৰা ঘৰ Cahay, the smarting pain of a hurn. চেচেঙ্গা, অ, ধ, ভক্ ভক, পােৰা ঘৰ দৰে CHAT FI, to give a smarting or twingeing pain as a burn. চেংচেঙ্গীয়া, বি. বৰ তপত, পুৰিব পৰা তপত, very lot, burning. চেংমৰা, স. শ, এবিধ শাক, a kind of prot-herb. চেউৰী, স. শ. ( হিং, চেংড়ী, বং, চেঙ্গী, সৰু ছােৱালী) পােৱালি হবৰ বয়স নােপােৱা মাইকী জন্তু, সৰু মাইকী 93, a young female animal. কেঁৰা, স. শ. { সং. চীৱৰ, ফটা কাপােৰ } পুৰণি অকামিলা কাপােৰ, an told torn cloth. ভেঁকুৰ, স. শ. জন্তুৰ লৰ, জন্তুৰ শীঘ্র গতি, osafat, the running of an animal. অ. . জন্তুৰ দৰে লৰি য ব শীঘ্ৰে গতি 74. to run as an animal. চেকুৰ মেল, বেগাই লৰি যা( জন্তু }; যেনে, ঘোড়াই চেকুৰ মেলিলে, 1 rul as all animal. . চেচনি, স. শ. ( অং. চেঁচা, শীতল। শীতলতা, তাপৰ অভাৱ ; যেনে, জৰীয়াই চেঁচনি পাইছে, উপশান্তি, দুথ বা পীড়াৰ কতি; যেনে, আপদ পৰা মানুহক পুতে কৰিলে সি চেচনি পায়, coolness, relief front pain or distress. চেঁচা, বি. (সং, স্নিগ্ধ, শীতল) তাপ নথকা, জুৰ, শীতল, সুধিল; শান্ত, খং নথকা, cool, cold, tranquil, dispassionate. 7. saya শীতলতা, তাপৰ অভাৱ, শান্তি, সুখ-কষ্টৰ

  1. ta, coliness, coolness, tranqui-

lity. কেঁচু, স. শ. (সং. চোচং, বাকলি, ছাল ) বাঁহৰ পাতলকৈ এৰুওৱা ছাল তাৰ দুই ঈতি বৰ চোকা; এভেকে তুইও পতিত ধাৰ ধক, পাতল বাঁহৰ চটা, the bark or outer part of the bamboo taken off, a thin piece of bamboo with sharp edges. কেঁচুৱা, বি. চেঁচুৰ দৰে পাতল আৰু চোকা, thin and sharp like $81 চেঁচু, স, শ. (অং. চেঁচা, শুভল) ৰদ নপৰাত চেঁচা আৰু জেনুকীয়া ঠাই; যেনে, চেঁচুকত

    • ART ; a shady and damp place.

চেঁচুকীয়া, বি. চেঁচুকত থকা বা উৎপন্ন হােৱা; ÝTA E740, growing or existing in a shady place, shuly. ঠেছে, অনুক, কোনো কোনাে চৰাইৰ বা পােৱালি চৰাইৰ নিচিনা শব্দ, alt imi- tative sound well to express the shrill cry of certain Linds. চেষ্টয়নি, স. শ. কোনো কোনাে চৰাইৰ বা পােৱালি চৰাইৰ নিচিন শব্দ, the skrill Cry of certain binds , চেঁচেয়, অ, ধা, কোনো কোনাে চৰাইৰ দৰে চিৎকাৰ কৰ, পােৱালি চৰাইৰ নিচিনা

    • fa, to utter a shrill cry like

that of certain biris. চেৰে, স. শ. { অং. চর্চা, কোনো বস্তু চেচৰাই নিয়াৰ নিচিন শব্দ কৰ) চৰ্চৰ শব্দেৰে অসমান, কোমল চটৰ ওপৰে অতি বেগে যােৱা, ৰং পানী, rapid, shallow water running over an uneven bottom with a lond noisu. কেঁচোৰ, স. শ. (সং. চিষ্টাটক, এবিধ বন) দ মাটিত ঘাইকৈ প ধাৰত হােৱা এবিধ বনৰ সৰু আলু, সি সােল আৰু শৰাৰ a fety, the edible root of a kind grass growing in rice fields. চেচেকনি, স. শ. (সং. চক, ঐ) নতুন ধাত টেঙ্গা, লােণ বা পানী আদি পৰিলে হােৱা শব্দ ; কোন কোনাে চৰাইৰ “চেকচেক”

  • , the sharp pain caused by acid,

salt, water, &c., thrown into a fresh wound, the harsh cry of certain birds.