পৃষ্ঠা:হেমকোষ.pdf/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চুটিচাপৰ ৩২৭ চুম্বন চুটিচাপ, বি. (অং. চুটি, দীঘল নােহােৱা চুপহি, স. শ. ফুলৰ মুফুল কলি ; পাতৰ +চাপৰ, সেই) ওখ নােহােৱা, কটীয়া, মুকলি নােহােৱা অঙ্কৰ ; কোনাে বস্তুৰ of small stature. মূবত লগােৱা বেঁটু; ফুলৰ ঠাৰিৰ গুৰিত চুটি-মুটি, বি. { অং, চুটি, ঐ+ মুটি, অনুৰূ.) থকা সৰু পাতৰ নিচিনা ঢাকনী; চিচাৰ চাপৰ, দীঘল নােহােৱা (মৌখিক ), মুখৰ মাজখােল ঢাকনী, a flower or short, dwarfed. leaf bud, a knots fixed at the top চুটিয়া, স. শ. পৰ্বতৰ পৰা আহি অনেক of anything, the calyx of a flower, দিন পর্যন্ত ভৈয়ামত বাস কৰা এজাতি a capsule of a bottle. মানুহ, এই জাতি মানুহৰ অধিক ভাগ চুপি, স. শ. (অং. কুপা, তেলৰ পাত্ৰ } আসামৰ উজনী ছােৱাত পােৱা যায় । তেলৰ টাৰি, সৰু তেলৰ পাত্ৰ, a small যেনে, সিহঁতৰ ভিতৰত যিবিলাকে হিন্দু oil vensel or bottle. ধৰম লৈছে, সিহঁত হিন্দু-চুটিয়া, an চু, স, শ, গাৱঁৰ বা নগৰৰ কোনাে al-original race of Assain. এভাগত বাস-কৰা মানুহবিলাকৰ ঘৰসমূহ; চুটিয়া-ধে, স. শ. ফক-নথকা ধেনু, (বােধ গগাবৰৰ বা বিষ্ঠাৰ পদা; যেনে, এচুবা হয় এই দেশত পূৰ্ব্বে তাক চুটিয়া জাতিয়ে ($1177, a division of a town or ব্যৱহাৰ কৰিছিল এতেকে সেই নাম village, a lump of night soil হৈছে), a. long box. or cung. চুটিয়া লফা, স. শ. এবিধ শফা শাক, ( বােধ চুবুৰি, স. শ. { অং. চুবা, ঐ ) ওচৰা উচৰি হয় এই শাক চুটিয়া জাতিয়ে এই দেশলৈ হৈ থকা মানুহবিলাকৰ ঘৰসমূহ, গাওঁ আনিছিল, এতেকে সেই নাম হৈছে ), বা নগৰৰ এভাগ ; যেনে, অমুক আমাৰ a species of pot-herls. gafas 1467, a part of a village চুর্টেতা, কদ, স, চুটি বা লৰি যােৱা মতা, or town), a quarter or locality. a man who runs, (31) go! চুবুৰীয়া, বি. গাওঁ বা নগৰৰ একে ভাগতে চুনৰি, স. শ. নিশ্বাসৰ যন্ত্র, হাওঁফাওঁ । বাস-কৰা, ওচৰ ঘৰীয়া, living in the চুনী, স. শ. (ব. চুনী, হিং, চুনী, এবিধ same part of a village or town, বাখ) এবিধ ৰা ৰাখৰ, সৰু ডালিম neighbouring. 4. t. 96HELE 3401, a kind of precious stone of বাস-কৰোঁতা, ওচৰ-ঘৰীয়া মানুহ, a red colour. neighbour. . চুপ, বি. { হিং. চুপ, বৎ. চুপ, নিঃশব্দ) চুমা, স. শ. (স’- চুম্বন, গাত ওঁঠ লগাই নিঃশব্দ, মাত নমা, silent. কৰা আদৰ আনৰ কোনাে অঙ্গত মুখ চুপচুপতি, স. শ. ( অং. চুপতি, ইতিকিং দি কৰা আদৰ বা চেনেহ, a kiss. কৰা এজনে আন জনক ইতিকিং কৰা চুমা খা, মৰমেৰে কোনাে অঙ্গ মুখ দি, বা খং ভােলা কথা কোৱা কাৰ্য, the কোনাে অঙ্গত ওঠ লগাই মৰম কৰ, act of exchanging jokes or pro- to kiss. voking words, mutual retorts. চুম্বক, স, শ, (সং. চু চুমা খা) চম্বুক চুপতি, স. শ. (সং. চুব, কষ্ট দি) ইতিকিং শিল, লাে আকর্ষণ কৰা এবিধ শিল, কৰা বা থং ভােলা কথাৰ আলাপ ; ( সি লােত কামােৰ মাৰি ধৰে এতেকে যেনে, লৰাই লৰাৰে সৈতে চুপতি কৰে, সেই নাম ), the loadstone, exchange of jokes or provoking চুম্বন, স. শ. {সং চু, চুমা খা) চুমা, words, exchange of repartee, খােৱা কাৰ্য্য, চুষা, the act of kissing, bandying words. 2 a kisg.