পৃষ্ঠা:হেমকোষ.pdf/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 চুম্বি, কৃদ. বি. চুমা খােৱা, যত চুমা খােৱা গৈছে ; যেনে, চুম্বিত মুখ, kissed. চুৰ কৰ, গৰাকীয়ে নজনাকৈ বস্তু নি, to steal. চুৰা, স. শ. গুড়, পাগি ঘন কৰা কুঁহিয়াৰৰ স, ( ভকতীয়া মাত ), raw stigar. চুৰি, স. শ. (সং. চৌৰ্য্য, হিং. চোৰী; বৎ. চুৰি, চোৰৰ কাৰ্য) অপহৰণ, চুৰ কৰা, গৃহস্থে নেদেখাকৈ নিয়া, theft. চুৰিয়া, স. শ. (সং. চুৰ, গোপন কৰ; গুপ্ত ঢাকি ধয়, এতেকে) মুনিহে কঁকালত পিন্ধা কাপােৰ, পুৰুষৰ অধ্যে 2a, a man's waist cloth. চুকন্ট, স. শ. চোৰৰ ঘৈণীয়েক ; চুৰ-কৰা feat, the wife of a thief, a female thief, . চুলি, স. শ. {সং চূড়া, কেশ; চূলা, মূৰৰ অলঙ্কাৰ ; বৎ. চুল, কেশ ) কেশ, মানুহৰ বা ঘোড়াৰ মূৰৰ নােম, the hair on the human hear, the hair on the head of a horse or pony. চুলিয়াচুলি, স. শ. এটাই আনটোৰ চুলিত ধৰি টনা কাৰ্য্য, the act of pulling one another by the hair. , চুলু, বি. চেলেপু, মন পাতল, গহীন নন- হােৱা, নিলাজ, সঁচা-মিছা বা ভাল-বেয়া নিবিচাৰি মুখত যি আহে, তাকে কোৱা ( নিন্দা খাটে ), light-minded, shameless, speaking regardless of truth or propriety. চুঙ্গালি, গু. শ. চুলুং গুণ বা স্বভাৱ, shamelessness, antruthfulness, light-mindedness. চুৱা, স. শ. উচ্ছিষ্ট, খাই এৰা বস্তু, leavings, the remnant of food caten. চুৱা, বি. অশুচি, ৰজলা, ceremonially unclean, menstruous. চুৱাহু, অশুচি হ; ৰজস্বলাহ, to be unclean, to be menstruous. চুৱা-দাদু, স. শ. (অ, চুৰা, অশুচি + দাদু, খ) গাত চকলা বান্ধি খৰৰ দৰে ছাল চুড়ামণি। ছিগা এবিধ ৰােগ, (সি চুৱাৰ সংসৰ্গৰ পৰা হয় বুলি সেই নাম দিয়া হৈছে), a skin disease. চুৱানি, স. শ. ভাত খােৱা পাত আদি অশুচি বস্তু পেলােৱা ঠাই, a place where filth and refuse are thrown. চুৱাপান্ত, স, শ. (অং. চুৱা, উচ্ছিষ্ট + পাত, পত্র) উচ্ছিষ্ট পকা পাত বা পাত্র, যি পাত বা পাত্ৰৰ পৰা আহাৰ কৰি এটোৱা Ceca, a leaf or plate from which food has been taken. চুৱাপানি, স. শ. আহাৰ কৰা পাত আদি (97yay dte, a place where the leat, &c., out of wluich fool is takes and thrown. চুহ, । ভা, অ, জন্তু খেদোৱা মাত, begeone, (applied to animals). চূড়া, স. শ. (সং. চুল, ওখ ক} গােটে- ইটো মূৰ খুৰাই মাজ মূৰত ৰখা এভাল চুলি ; মৰা আদি চৰাইৰ মূৰৰ জ; মূৰ, singlu lock of hair left on the a crown of the head, a crest, the head. চূড়াকৰণ, স. শ. (সং. চূড়া, মাজ-মূৰত ৰখা চুলি + কৰণ, কৰা } ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্য, এই তিনি জাতিৰ দশ সংস্কাৰৰ ভিতৰৰ এক সংস্কাৰ, তাক লৰাৰ প্রথম বা তৃতীয় বছৰ বয়সত কৰা উচিত; কিন্তু দেশাচাৰ অনুসাৰে অনেকে পলমেও কৰা দেখা যায়। সেই কাৰ্যত সকলােচুলি খুৰাই মাজ মূৰত এডাল মাখােন চুলি ৰখা যায়, the ceremony of tonsure obscrved lay the three first classes of the Hindoos. চূড়ামণি, স. শ. (সৎ, চূড়া, মূৰ+মণি, বাখৰ, হীৰা-মুকুতা আদি) মূৰত বা কিৰীটিত পিন্ধা বাখৰ বা মণি ; এতেকে সকলােত- কৈ শ্রেষ্ঠ লােক; যেনে, বীৰ-চূড়ামণি, a jewel worn on the head or diadema, hence a principal or superior person- age.