পৃষ্ঠা:হেমকোষ.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুফালৰ পৰা আহি যত মিলে, a corner, an angle. , চুকচুকা, স. ধা. {সং, চ, সন্তুষ্ট ক) মিষ্ট কথা কৈ মন ভুলা, প্রবৃত্তি দি, to coas, to persuade by sweet ords. কুদ, স. চুকচুকাওঁতা, (স্ত্রী) চুচুকী। চু-চুকীয়া, বি. (অং চৌকা, লােণ বা টোৰ আপদ) অলপ চোকা, অলপ লােণ বা টেঙ্গাৰ আস্বাদ থকা, saltish, or slightly acid. চুকনিয়া, স. শ. চুকনীয়া মাটি খােৱা মানুহ, চুকনীয়া ৰায়ত, an under-tenant who rents land for a short term. চুকীয়া, বি. ( হিং, চুকানা, মূল্য নিৰূপণ ক) খাজনা দিবৰ নিয়ম কৰি কিছু কালৰ নিমিত্তে লােৱা; খন্দু (মাটিত খাটে); যেনে, চুকনীয়া মাটি; নিরূপিত খাজনা দিবৰ নিয়মেৰে আন কোনাে লােকৰ মাটি লােৱা ; যেনে, চুকনীয়া atne, to sublet for a term, holding a lease for a term. চুভেকোলা, স, শ, প্রায়ে ঘৰৰ চুকত থকা এবিধ ভেকোলা বা বেং, a toad, {স্ত্রী) চুটি কাপােৰ। ফেঁপােনা বস্তু) ফোপােলা, দীঘল বস্তু, বাহ আদিৰ এক খণ্ড, a ripe, u tube, a joint of bamboo. চুঙ্গাপিঠা, স. শ. গুড় গাখীৰেৰে মিহলােৱা পিঠা গুড়ি চুঙ্গাত ভৰি জুইৰ তাপত সি- জোৱা এবিধ খাদ্য, a kind of food made of rice-flowcr, &c., which is cooked in a joint of bamboo. চুঙ্গা-বাদুলি, স. শ. প্রায়ে বিন্ধাত থকা এবিধ সৰু বাদুলি, a lat. চুচাং, স. শ. (চীন) এবিধ চাহ, the tea of a particular quality, Souchong, “চুচং” এনেও হয়। চুচুক চামাক, স. শ. কোনাে ঠাইলৈ বা কোনো মানুহৰ আগলৈ যাবলৈ লাজ বা ভয় কৰি আগ-পাচ হােৱা বা মুখ লৰােৱা কাৰ্য্য; যেনে, তিৰােতাই মুনি- হৰ আগত ওলােৱাত চুচুমকি কৰে, hesitation about going to a certain place or before a cortuin person. চুচুক চাষাকৈ, ক্রি. বি. ভয় বা লাজত আগ পাচ হৈ বা মুখ লুকাই, lesitat- ingly, with modesty. চুটা, স. শ. (সং. চুট, তাকৰ হ} অল্পতা, কম, নাটনি, deficiency. বি. অলপ, কম, ta, to be deficient. চুটা পৰ, কবু হ, নোজোৰা হ, to be deficient. চুটি, বি. (সং. চুট, হ্রস্ব হ) চাপ, নােহােৱা ; দীঘল নােহােৱা, low, short. চুটি, স. শ. (সং. চুদ, পঠিয়া) ঘোড়াৰ লৰ ; যেনে, “বান্ধিলে মন শিলৰ খুঁটি; মেলিলে মন ঘোড়াৰ চুটি”, the rutining of a horse or pony. চুটি মেল, ঘোড়াত উঠি লৰি যা, to ride rapidly. . কাপােৰ, স. শ. { অং. চুটি, দীঘল নােহােৱ + কাপােৰ, বন্ধু ) মেখেলা, তিৰােতাৰ কঁকালক্ত পিন্ধা কাপােৰ, a woman's lo garment. . চুকা, স. শ. (সং. চুক্ৰিকা, এবিধ শাক) এবিধ অলপ টেঙ্গা শাক, a kind of sorrel, a kind of pot-herb. চুকিয়াচুকি, বি. এচুকৰ পৰা আন চুকলৈ যােৱা; বহুত চুক থকা ; যেনে, চুকিয়া- চুকি মাটি, diagonal, having many angles. চুকিয়াচুকিকৈ, ক্রি. বি. এচুকৰ পৰা আন "এচুকলৈ, ই-চুকৰ পৰা সি-ফুকলৈ, diagonally, চুকীয়া, বি. চুকযুক্ত, কেই ও ফাল সমান নোহোৱ, angular, চুকে-চুকে, ক্রি. বি. বেলেগ বেলেগ চুকত, এক চুকৰ পৰা আন চুকলৈ, in many different corners, diagonally. চুঙ্গা, শ, শ, (হিং, চো ব, চুঙ্গী,