পৃষ্ঠা:হেমকোষ.pdf/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাকোলা চাকু চৰু কলহ গঢ়া ঘূৰণীয়া যন্ত্ৰ। 78, a potter's whicel, a round thing. চাক্‌, স. বা. ( হিং, চাখনা, আস্বাদ ল) সোৱাদ ল, জিভাত দি সোৱাদ বুজ, to taste. . চাকু, স. শ. হিলৈ ৰা কঁড় পোনোৱা কাৰ্য্য, Tey, an aim, the pointing of a gun or an arrow. চাচিক, বি. { অং. চাক্‌, অনু+চিক, সুন্দৰ পৰিষ্কাৰ, নিকা, neat and clean. চা ধৰ, হিলৈ বা কঁাড় পোন কৰ, to aim & gun or an arrow. চাকনৈয়া, স. শ. (সং, চক্ৰ, ঘূৰণীয়া বস্তু। নৈ, নদী) নৈৰ সেঁতৰ পাক, a whirl. pool. চাক, স. শ. (বাং.) বেচ লৈ লোকৰ কাম কৰা মানুহ, ভূত, a man servant. (স্ত্ৰী) চাকৰণী। চাকৰি, স. শ. বেচ লৈ কৰা কাম; ভৃত্যৰ ব্যৱসায়; চাকৰ অৱস্থা, service, sen- vitude. চাকৰীয়া, বি. চাকৰি কৰা, বেচ লৈ লোকৰ কাম কৰা, holding service under another. চাকলি, স. শ. (অৎ, চকলা, পাতলকৈ কটা বল্প) পাতল চেপেটা ঘূৰণীয়। বস্তু; যেনে, সোথৰ চাকলি কৰি তাতে আখৰ বহালেই মোহৰ-মোণ হয়; ৰূপৰ বা সোণৰ মোহ, a flat and circular thing, a coin, সমা-চকল, চকলা, চাকলি; আগৰ দুটা শব্দে পাতল আৰু চেপেটাকৈ কটা কোনো খাদ্য বস্তুৰ খণ্ডক বুজায়; যেনে, আম এচকলা, তামোল এচকল, পাচৰ- টোক ধাতু আদি টান বস্তুৰ চেপেটা আৰু দূৰ্ণীয় খণ্ড বুজাৰৰ নিমিত্তে ব্যৱহাৰ কৰা যায়। চাকলি-কটা, স. শ. { অং- চাকলি, ঐ+কটা, ছেদন কৰা) চাকলি কৰা যতন, চেপেটা বঙ ঘূৰণীয়াকৈ কটা অন্ধ, an instru- ment with which a flat, circular thing is made, & wafer-cutter. বি. চাকলি কাটি ধুনীয়া কৰা, adorned with circular devices. চাকা, স. শ. (বৎ, চাকা, সৎ চক্ৰ) গাড়ী আদিৰ ঘিলা, a wheel. চাকি, স. শ. (সং. চক্ৰ, ঘূৰণীয়া বস্তু) প্ৰদীপ, জলোৱা ঘূৰণীয়া পত্ৰি, এতেকে প্ৰদীপ, বন্তি; ফুল গাঁথি কৰা ঘূৰণীয়া থোপা, a vessel on which a light is made, a lamp, a small round bunch of Howers struny togetlier. চাকি লগা, প্ৰদীপ জল, to light a lamp. চাকি পাত, কাপোত ঘূৰণীয়া ফুল দি, to insert round figured flowers into a cloth, &e. চাকুলী, “চাকোলা” চোৱা। চাকৈ-চকোৱা, (সং. চাকৈ, চক্ৰবাৰ্কী, এবিধ বনৰীয়া চৰাইৰ মাইকী + চকোৱা, চক্ৰবাক, তাৰ মতা) এবিধ ইটাগুড়ীয়া বৰণেৰে হাঁহ জাতিৰ চৰাই, তাৰ মাইকী- টোক “চাকৈ আৰু মতটোক “চকোৱা বোলে। এই চৰাইৰ মাইকী মত এহাল লগ লাগি থাকে, এতেকে দুইটাৰ কা জাতিৰ কথা কোৱাত “চাকৈচকোৱা” শব্দ ব্যৱহাৰ কৰা যায়; কিন্তু সেই জাতিৰ কোনো এটাক কওঁতে ‘চকোৱা” শব মাথোন বাৱহৃত হয়, a pair of ruddy shieldrakes. Of, this species the fenialo is called chákai and the male chakoa they always go in pairs, a male and a female, there fore in speaking of them both, or of the species in general, the com- pound word, chikai-chakoa is used. and the word chakoa is made use of when only one is meant. চাকো, কদ, স, জিভাত দি সোদ- বুৰ্জো, a man who tastes. (স্ত্ৰী। চাৰ্বতী। চাকোলা, বি. ভৰি ৰা কঁকালৰ দোষত থিয় হব নোৱৰা; গাৰ পৰিমাণলৈ চাই