পৃষ্ঠা:হেমকোষ.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাগৈ চাণক্য চাপৰ (এই ভাৱত ঘৰ বা পাত খাটে); যেনে, ঘৰটো চাকোলা হল, unable to stand up, a cripple. (স্ত্ৰী) চাকুলী। চাগৈ, ক্ৰি. বি. (অং. চা, দৃষ্টি ক+গৈ, গমন কৰি) হবলা, সম্ভৱ হয়, ( অনুমান কৰি কোৱা অৰ্থত বৰ্তমান বা ভূত কালৰ ক্ৰিয়াৰ পাচত ব্যৱহাৰ কৰা যায়); যেনে, তেওঁ আহিল চাগৈ, অমুক শুইছে চাগৈ, possibly. { মৌখিক)। চাঙ্গটি, স. শ. (অং. চাং, মঞ্চ) সিংহাসনৰ ওপৰত চন্দ্ৰতাপ বা খাটৰ ওপৰত আঁঠুৱা তৰিবৰ নিমিত্তে ফুটা লগাই তাৰ ওপৰত fra 66646177, a wooden frame for hanging a canopy over a throne, or a musquito curtain over a led. চাঙ্গটি চলোৱাৰ, স. শ, { অং. চাঙ্গটি, ঐ+ চলোৱাৰ, চন্দ্ৰপ) চাঙ্গটিত ভৰা চন্দ্ৰ- তাপ; ৰজা বহা আসনৰ বা মূৰ্তিৰ ওপৰত 21 fotot, a canopy hanging from the above, 2 royal canopy. চাঙ্গিন, স. শ. ( যা.) হিলৈৰ মূৰত লগোৱা জোঙ্গা অস্ত্ৰ, a bayonet. চাৰিী, স. শ. “চাঙ্গেৰী” চোৱা। চাঙ্গি-টেঙ্গা, চাঙ্গী, স. শ. ( তাৎ. চাঙ্গৰ নিচিনা এতেকে) এবিধ মাটি কঢ়িওৱা মৃতন, সি এখান ছালি, তাৰ দুই পঁতিত দোড়োখৰ বাঁহ লগাই হুমূৰে দুটা মানুহে হাতেৰে ধৰি নাইবা এতিত এড়োখৰ বাহ খুৱাই আন শতি মোকোটাই সেই বাহত বান্ধুি দুটা মানুহে কানত লৈ মাটি কঢ়িয়ায়, a bamboo Crane-work for carrying earth. . চাঙ্গেী, স, শ, (সং. চাঙ্গ, সঁতৰ শোঙ + ইৰ, জন্মা) এবিধ টেঙ্গা বনশাক, tine wood sorrel. চাচা চুমুকু, “চুচুক চামাক” চোৱা। চাজনা, স. শ. (সং, শোভঞ্জন, বং. শজিনা, এবিধ গছ) এবিধ দৰবৰ গছ, a kind of plante চাটু, স. শ. (চট্ট, আঘাতৰ শব্দ,) বহাগৰ বিহুৰ দিনা গৰুৰ গাত মাৰিবলৈ যুগুত কৰা বেঙ্গেনা, কেৰেল আৰু হালধি সিয়া বাঁহৰ শলা; গুড় ঘোলা মাৰি, ওচৰ চোৰ গম বা বুজ; যেনে, বনৰীয়া জন্তুৱে মানুহৰ চাটকে নয়, a bambo) fork which is used for throwing pieces of turmeric, etc. on the day of the Baisakh Behu; a stick for stirring raw sugar, a slight notice of the approach of anyone. চাটনি, স. শ. ( হিং, চটুনি, আম্বাদ কৰা বস্তু) ভোজন কৰোতে মুখৰ ৰুচি বঢ়াবৰ নিমিত্তে খোৱা এবিধ জলা সোৱাদ আৰু টেঙ্গা গুণযুক্ত বস্তু, a kind of sauce, a chatu. চাটিফুট, স. শ. { অং. চটফটু, ধৰফৰ। ধৰফৰণি; গাৰ বা মনৰ দুখৰ পৰা হোৱা অস্থিৰতা; যেনে, অমুকে জৰত চাটিফুটি

  • fas, tossing about in cxtreme

pain; agony of mind or body, চাটু, স. শ. {সং. চট্ট, ভঙ্গ ক) লোক মনত সন্তোষ লগাবৰ নিমিত্তে কোৱা কথা, উচটনি, উপাস, ভাৰসা, flattery, dependence. চাটু কৰু, লোকৰ মনত সন্তোষ লগা কথা ক, উপাসা ক; যেনে, মই কাকো চাটু নকৰে, to flatter, to look to somo one for help . চাটুকাৰ, স. শ. (সং. চাটু, ঐ+ক, কৰ) চাটুকাৰী, লাভৰ আশাৰে লোকৰ মনত সন্তোষ লগা কথা কোৱা মানুহ, উপাসক, one who flatters another with the lope of gain. চাটুক্তি, স. শ. (সং. চাটু, ঐ+ উক্তি, কথন) লোকৰ মনত সন্তোষ লগোৱা কথা, উচ- Cotal oli, flattery, চাণক্য, স, শ, প্ৰাচীন বেহাৰ দেশৰ চন্দ্ৰ গুপ্ত ৰজাৰ মন্ত্ৰী চাণক্য নামেৰে পণ্ডিতে অনেক সংস্কৃত পুথিৰ পৰা সংগ্ৰহ কৰা ৰা-নীতি আৰু সমাজ-নীতিৰ বিষয়ৰ এক পুখি, a work consisting of stap-