পৃষ্ঠা:হেমকোষ.pdf/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চা চাইয়া টান, আকৰ্ষণ। কোনো কাপোৰৰ চাৰি চুক একে লগে বান্ধি কৰা জোলোঙ্গা, a bag made by tying together the four corners of a cloth. চাইটীয়া, বি. চাবিটা থকা, চাৰিটাৰ, con- taining or appertaining to four. চাউডাং, স. শ. (সং. চণ্ডাল, এক অতি নীচ জাতি) ৰজাৰ আজ্ঞাৰে মানুহৰ প্ৰাণদণ্ড কৰো, অসম ৰজাৰ দিনত এই কামৰ নিমিত্তে বেলেগ এক শ্ৰেণী মানুহ আছিল, সিহঁতৰ ওপৰঞ্চি জনক চাউডাঙ্গৰ বৰুৱা CAYET 1754, a public executioner, a hanguan. চাউল, স. শ. ( হিং. চাৱল; বং চাউল, অং. চাল, চালনীৰ দ্বাৰা পৰিষ্কাৰ কৰ) তণ্ডুল, বাকলি গুচোৱা ধান, ধানৰ সাহ, kusked rice. চাউল টুট, আয়ুস ঢুকা, মৰিবৰ সময় ই; যেনে, অমুকৰ চাউল টুটিছে; মৰ; যেনে, তেওঁৰ সিমানতে চাউল টুটিল, tao be about to die, to die. চাউল মোকল, জীবিকা উলিয়া, to earn a livelihood. চাউল মৰ, অনুগ্ৰহ হেৰা, to be leprived of the incans of living, to lose one's favour. চৎ, স. শ. (সং, মঞ্চ, অং. মাচা) কোনো বস্তু খবৰ বা শুধৰ নিমিত্তে খুঁটাৰ ওপৰত গড় পাৰি কৰা ঠাই, পাটি, ঘৰ সাজাতে বা বাৰ্তোতে তাৰ ওপৰলৈ হজ তুলিবৰ সুচলৰ নিমিত্তে তাৰ চাৰিও ফালে খুঁটাৰ ওপৰত পৰা গড়, মঞ্চ, a raised bamboo platform, scaffolding, চাংমাই, স. শ. ( আহম) আহম-জাতিৰ ডাঙ্গৰ মানুহবিলাকৰ ভাত ৰান্ধনি, আহম ৰজাৰ দিনত ৰজা আৰু মন্ত্ৰীবিলাকৰ ভাত বন্ধ। এখেল মানুহৰ নাম; সিহঁতৰ ওপৰঞ্চি কনক চাংমাই-বৰুৱা বোল গৈছিল, a cook of the Ahams of rank, a class of men whose duty it was to cook for the Rajah and the Ministers. চামাই-শাল, স. শ. আহমৰ ৰান্ধনি ঘৰ, a kitchen of the Abais. চাৰি, স. শ. (সৎ, চঞ্চল, অস্থিৰ) সত্য কথা লুকাবৰ নিমিত্তে অনিশ্চিত ঋপে কোৱা কথা; সঁচা কবৰ অনিচ্ছাৰ কাৰণে বেকাকৈ দিয়া উত্তৰ, prevarication, equivocation. , চঁচৰি কোবা, সত্য লুকাবৰ ইচ্ছাৰে বেকা বা অস্থিৰকৈ ক, to prevaricate, to equivocate. গম্, স. ধা. {বং চচন, নিমজ কৰা চোকা অস্ত্ৰেৰে নিমজ কৰু, চোকা অৰ্ধেৰে আঘাত কৰি ওপৰৰ ওখোৰামোখোৰা ভাগ গুচাই সমান কৰ, to serape, to smooth with an auze, to crase. চা, স. শ. বাঢ়ৈয়ে কাঠ-সঁচা অস্ত্ৰ, ৫ carpenter's adze. চাচ, কুদ, স, চা কাৰ্য, the art of sciaping or smoothing. 7. *. At চচা অস্ত্ৰ, চাচ, an aze. চনী, স. শ. অশুদ্ধ আখৰ চাচি গুচোৱা কটাৰী, an elaser. ঠোঙা, কদ, স, চাচি নিমজ কৰোত, a man who scrapes, &c. (1) kott: চত্ব, অনুক, পক। তেলত কোনো বাল বস্তু পেলাই দিলে উঠা শব্দৰ নিচিনা y, an imitative sound used to express that produced by something moist thrown on hot oil, ঠাত্ কৰে, ক্ৰি. বি. হঠাত, অকস্মাত্; যেনে, চাত কৰে সাৰ পালো, গত কৰে মনত 401, suddenly: চালি, স, শ, (সং, চাৰু, উত্তম) এবিধ বন-শাক, খুতৰ সি দুখীয়াৰ নিমিত্তে বৰ উত্তম), a kind of wild plant used by the poor as a potherb. চাৰুলীয়, বি. চালিৰ শিপাৰ নিচিনা সৰু, অপ্ৰধান (শিপত খাটে); চাৰুলীয়া শিপ দকৈ নহে, small, minor (said of roots of plants). চা, স. শ. (সং. চ, দূৰণীয়া বন্ধু) কুমাৰে