পৃষ্ঠা:হেমকোষ.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চলিহা চলিহা, স. শ. (অং. চল্লিশ, দুকুৰি) দুকুৰি বছৰ বা তাৰ ওপৰ বষস হোৱাত চকুৰ শক্তিৰ হস, dimness of eye-sight. বি. পূৰঠ হোৱা (তামোলত খাটে ), about to ripen (said of an areca nut). চলিহাই ধৰ, বয়সৰ দ্বাৰা দেখা শক্তি কম হ; যেনে, অমুকৰ চকুত চলিহাই ধৰিছে, to be dim sighted orring to ad- vanced age. চলু, স. শ, (সং. চলুক, গণ্ডুষ) হাতৰ তলুৱাৰ ঠোলাত যিমান পানী লব পৰা যায়, a handful of water. চলো, কদ, স, (অং. চল, গতি কৰ) যি পুৰুষ চলে, an active man. (স্ত্ৰী) চলতী। চল্লিশ (চল্লিছ), সংখj. {সং. চত্বাবিংশৎ, বং, চল্লিশ, হিং, চালীস, দুকুবি) দুকুৰি, forty. চছ, স. ধা: (বং চম্, হাত বা) হাল-কোৰৰ • দ্বাৰা খেতিৰ কাৰণে মাটি যুগুত কৰ, cf* 7*, to till, to cultivate. চহ কৰু, খেতি কৰ, হাল-কোৰ বা, to till the gronnd. চই, স. *. কোনো কাৰ্যত মান্তি কৰিবৰ নিমিত্তে দিয়া মিছা আশা, প্ৰলোভন, false hopes held out with the view of inducing anyone to do a cer- tain act. চৎ দি, মাস্তি কৰিবৰ নিমিত্তে মিছ আশা FA, to hold out false hopes in order to induce anyone to do something. চহকী, বি. (অৎ.. চ, খেতি কৰ খেতিৰ উৎপন্নেৰে পৰিপূৰ্ণ, ধনী, ধন-ধান থকা, লাগতিয়াল বস্তুৰ আটকত নপৰা; যেনে, কোনো ধনেৰে চহকী, কোনো ধানেৰে চহৰ্কী, কোনো আকও কথাৰেই চহকী, rich, well-to-do. * শ, ধনী মানুহ, ধন-ধান থকা মানুহ, a rich person, চহৰ, স. শ. (অং. চহ, খেতি কৰ; ভাত খেতি হয় এতেকে গাওঁ, নগৰত বাজে আন বসতিৰ ঠাই, a village, চাইটনীয়া। চহৰীয়া, বি. (অৎ চহৰ, গাওঁ) গাৱঁলীয়া, গাওঁত থকা; চহ, living in the village, rustic. চহল, বি. ( অৎ, চল, গতি কৰ) যাবলৈ ভাল, সুগম, সমান; যেনে, এইটো বাট চহল, easily passable, even. চহলা, স. শ. (সৎ চহ, বঞ্চ ক) প্ৰতাৰণা, বঞ্চনা, fraud. চহলা মা, বঞ্চনা কৰ, to practice fraud. চহলা মহলা, স, শ, { অং. চহলা, বঞ্চনা। মহলা, অনুৰূ,) “চহলা” চোৱা। চহা, বি. ( অং. চহ্, খেতি কৰ) হাল-কোৰ বাই খোৱা; এতেকে ভাল লোকৰ নীতি ay fafara sufor nat, rustic, ignor- ant of refined manners. 7. Par বা হাল-কোৰ বাই খোৱা মত, trustic, a clown. (স্ত্ৰী) চাহিনী। চহা, স. বা. { অং চহ, মাটি ভা) আনৰ দ্বাৰা চাহ কৰা, খেতিৰ নিমিত্তে মাটি 57, to cause to be tilleul. চহাওঁতা, কদ, স. চাহ কৰাওঁতা, a man who causes to be tilled. (স্ত্ৰী) চহাতী। চহেঁতা, কদ, স. চাহ কৰোতা, a tillet. (স্ত্ৰী) চহঁতী। চক্ষু, স. শ. (সৎ চক্ষু, চকু) চকু, নয়ন, নেল, দেখা ইন্দ্ৰিয়, the eye. চম্পন্দ, স. . {সং. চক্ষু, চকু+স্পন্দ, লচৰ কৰা চকু লৰা, চকু কঁপা, (আমাৰ দেশৰ মানুহে ইয়াক এটা অশুভ লক্ষণ বুলি ভাবে ), shaking of the eye. চা, স, ধা. {বং চা, দৃষ্টি ক) ইচ্ছা কৰি চকু পেলা, দৃষ্টি কৰ; যেনে, বিয়া চালো; বিবেচনা কৰু, গুণ; যেনে, কথাটো চাইছে; চিকিৎসা কৰি ভাল ক; যেনে, বেঙ্গে নৰিয়া চায়, সাবধানে ৰা; যেনে, গৰু চায়, to look at, to reflect tipon, to cure, to look after. . $4. দৃষ্টি নিক্ষেপ কৰ; যেনে, এই ফাললৈ চোৱা (এই ভাৱত সদায় পাচত এটা চতুৰ্থী বিভক্তিৰ পদ থাকে), to look, চাইটনীয়া, গ. শ. (অং, চাৰি, দুবাৰ দুই +