পৃষ্ঠা:হেমকোষ.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাৰি গুণ, চতা। লচৰণি, অস্থিৰতা, unsteadiness, fidgetiness. , তৃতা, অ, ধা, অস্থিৰ হৈ থাক, লৰ্চৰ কৰি থাক, চঞ্চলহ, to be insteady, to fidget. তৃতীয়, বি, অস্থিৰ, চঞ্চল, অৰ্শত; যেনে, লৰাটো বৰ চতৃতীয়া; ঠিক নকৰাকৈ কোৱা, সঁচা মিছা নিশ্চয় নকৰাকৈ কোৱা; যেনে, চতীয়া কথা ভাল 781, unsteady, fidgety, spoken without regard to truth. চছৰ বতৰ, স, শ, চঞ্চল, ৰচৰ, সঞ্চালন, unsteadliness, the moving to this sicle and that. চতি, স. শ. ঘৰৰ খুটাৰ কান পথালিকৈ দিয়া কাঠ বা বাঁহ, a bcam, a stupport of a roof. চষ্টীয়না, স. শ. {সং. সপ্তচ্ছদী; বং. ছাতিম, এবিধ গছ } এবিধ একে লগে সাতোটা পা হোৱা গছ, a kind of tree, Alstomia scholaris (Gamble). চতুঃ, সংখ্যা. {স.) চাৰি; যেনে, চতুঃ সীমা, চতুৰ্যগ, four. বি. { সং. চ, খোজ নিপুণ, পাৰগ; FAT*, C.74, skilful, sliarp, clever, cunning . চতুৰঙ্গ, বি. চাৰি অঙ্গ-কা, হাতী, ঘোঁৰা, ৰখ আৰু পদাতি যুক্ত (সেনাত খাটে); যেনে, চতুৰঙ্গ সেনা, complete; said of an army which when complete consists of four divisions, viz., elephants, chariots, cavalry, and infantry, (Haughton). চতুৰা, গু. শ. চতুৰৰ গুণ, shrewdness, cunning . বি. (সং. চতুঃ, চাৰি চাৰি-চুকীয়া, square, having four corners. চতুন, স. শ. {সং, চতুঃ, চাৰি+আনন, মুখ) ব্ৰহ্মা, & name of Brahma. চতুলি, ৪. শ. চতুৰৰ গুণ, বুধিয়ালি, Claro, shrewdness, cunning, cleverness. চতুৰ্বৰ্গ। চতুগুণ, স. শ. (সং. চতুঃ, চাৰি+গুণ, ভাগ) sifa stst, four times, four-fold. চতুৰ্থ, সংখ্যা: চাৰি সংখ্যা পূৰ কৰা, চাৰিৰ এক, the fourth. (স্ত্ৰী) চতুৰ্থী। চতুৰ্থ, স. শ. মৃতকৰ উদ্দেশে মৰাৰ চাৰি দিনৰ দিনা কৰা কাৰ্য, the ceremony performed on the fourth day after deaths. চতুৰ্থাংশ, স. শ. (সং. চতুৰ্থ+অংশ, ভাগ ) চাৰি ভাগৰ এভাগ, a {{uarter. চতুৰ্থী, স. শ. { “চতুৰ্থ ” চোৱা) অমাবসা। বা পূৰ্ণিমাৰ পাচৰ চতুৰ্থ তিথি, the fourth day of the lunar month. চতুৰ্দশ, সংখ. (সং. চতু:, চাৰি+দৃশ, সহ) চৈধা; চৈধ্য সংখ্যাপূৰক, fkon'tee, the fourtceniJ. (স্ত্ৰী) চতুৰ্দশী। চতুৰ্দশ, স. শ. অমাবস্যা বা পূণিমাৰ আগ frat, the fourteenth day of the lunar month. দশমী শব্দৰ তলৰ চূণিকা ছোৱা। চতুৰ্দিশ, স. শ. স, চতুঃ+দিশ, ফাল চাৰিও ফাল, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, the four cardinal points of the compass. চতুৰ্দিশে, ক্ৰি. বি. চাৰিও ফালে, all around, চতুৰ্ভুজ, বি. (সং. চতুঃ + ভূজ, হাত চাৰি- খান হাত থকা; চাৰি-হতীয়া, having four arms. . চতুৰ্মুখ, বি. (সং. চতুঃ+মুখ, বদন) চাৰি- Tentat, Iraving four faces. 7. *. ব্ৰহ্মা, Brahma. চতুম্মুখে, ক্ৰি. বি. চাৰিথান মুখেৰে, with four mouths. চতুৰ্যাগ, স. শ. (সং. চতুঃ + যুগ, কালৰ এক ভাগ) ছাৰি যুগ; যেনে, সত্য, ফ্লেভ, দ্বাপৰ, কলি, the four ages, চতুৰ্বৰ্গ(--), স. শ. (সং. চতুঃ + বৰ্গ, সমূহ; চাৰিটাৰ সমূহ) মনুষ্য জীৱনৰ প্ৰধান চাৰি বস্তু; যেনে, ধৰ্ম্ম, অৰ্থ, কাম আৰু মোক্ষ, the four main objects of