পৃষ্ঠা:হেমকোষ.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Jo> চন্দিয়া। human pursuits, viz., sensual enjoy- ment, wealth, virtue, and final beatitude. চতুৱণ-ব-), স. শ. (সং. চতুঃ +ৱৰ্ণ, জাতি) প্ৰধান চাৰি জাতি; যেনে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, the four original class of Hindus, riz., Brahmans, Kshatriyas, Paisyas, and Smms. চতুৰ্ৰিংশতি, (-ৰ্বি-), সংখ্যা (স’ চতুঃ+ } বিংশতি, কুৰি চৌবিশ, twenty-fotty. চতুৰ্নি, (-ৰ্ধ্বি ), (সং. চতুঃ + ৱিধ, প্ৰকাৰ) চাৰি প্ৰকাৰৰ, চাৰি জাতিৰ বা শ্ৰেণীৰ, of four kinds. চতুৰ্ব্বেদ-বেদ-), স. শ. (সং. চতুঃ, চাৰি+ ৰেদ, হিন্দৰ প্ৰধান শাস্ত্ৰ) চাৰি বেদ, ঋক্, সাম্, যজুঃ, অথ, the font clas of the Hindus. চতুৱা, বি. চতত জন্ম বা হোৱা, born or produced in the month of Chait. . চতুষ্কোণ, বি. {সং. চতুঃ, ঐ+কোণ, চুক) চাৰি চুকীয়া, square. স. শ. চাৰি চুকীয়া বস্তু, a st?lane. চতুষ্পদ, বি. (সং. চতুঃ, ঐ+ পদ, ভৰি। চতুষ্প, চাৰি ঠেঙ্গীয়, laving four legs, স. শ. চাৰি ঠেঙ্গ; চাৰি ঠেঙ্গীয় 6, four legs, a quadruped. চতুস্পদী, বি. চাৰি ঠেং থকা, having four legs, স. শ. চাৰি ফকীয়া শ্লোক, a verst consisting of four feet or lines, চাৰিংশত, সংখ্যা, (সং. চতুঃ, চাৰি) চল্লিশ, দুকুৰি, forty. চ, স. শ. (সং, চম, এবিধ পান কৰা পাত্ৰ) খোৱা বা পিয়া বস্তু মুখলৈ ভোলা পাত্ৰ বিশেষ, a spoon. চ, স. শ. জালৰ জৰী, a ropro attached to a fishing net. , চনমুব, স. শ. খজেৰে নিজক বা আনক দোষ দি কৰা বেজাৰ; যেনে, মই পাষণ্ড কালি ঘৰত থকা হলে চোৰে কিয় চুৰ কৰিবলৈ পায়, bitter self-reproach, fretting. চন্মুৰ কৰ, খঙ্গেৰে দুখ, কষ্ট বা অন্যায়ৰ কথা কৈ অসন্তোষ প্ৰকাশ কৰ, to nurmir, to grumble. চনকা, বি. অং, চন্, কেঁচা বস্তু তাগোতে হোৱা শব্দ) বেগতে ভগ, চঞ্চনীয়া (গছৰ ডাল আদিত খাটে), easily broken, brittlo (said of the branches of a true). চৰি, স. শ. ই. ছেণ্টি, পৰীয়া) পৰীয়া, y, a watchman, a guard, চন্দ, স, শ, {সং. চদ, আনন্দিত কৰ} জাতি বা ৰঙ্গ কাঠ পানী দি শিলত ঘঁহি কৰা বোকাৰ নিচিনা এবিধ বস্তু, all ructuous preparation made by rub- bing sandal-Wood on i stone. চন্দনা, স. শ. (সং. চন্দ, ঐ) এবিধ ভাটে, মদনা, { ভাৰ বুকুৰ বৰণ ৰঙ্গ চনৰ নিচিন এতেকে সেই নাম ), a specics of parrol. চন্দনাই, স. শ. শিলত ঘঁহি চন্দন কৰা কাঠ, জাতি বা ৰঙ্গা কাঠ, the sandal- wood, চন্দলা, বি. (সং. চন্দ, জোন) বাউ ভাগি মুকলি বা ফেটুলেঙ্গা হোৱা, (পাচি খৰাহিত খাটে, সি বউ ভাগিলে জোনৰ দৰে ঘূৰণীয়া হয় ), broken and flattened out (said of baskets). চন্দলাই, স, শ, { অং, চন্দলা, বাউ ভগা) বউ ভগা খৰাহি বা পাচি, a broken and flattened basket, চলিয়া, স. ধ{. (অং. ঐ) ভাঙ্গি ভিতৰৰ কাল ৰাজ কৰু, ভাঙ্গি বহলাই পেল, to break and turn inside out. চলা, স. শ. (সং. চন্দ্ৰক; বং, চাদা, এবিধ মাছ। এবিধ কিঞ্চিত ঘূৰণীয়া আকৃতিৰ 74 345, a species of fish. চন্দিয়া, স. . (সং. চন্দ্ৰ, জোন্) নেউঠিবৰ কাৰণ গুটিৰ পৰা কপাহৰ আঁহ টানি দীঘল কৰ, (তেনে কৰিলে কপাহৰ আঁহ-