পৃষ্ঠা:হেমকোষ.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চটাচট চতুতনি। আসন+ অ, টা, কাঠীৰ আসন) বাঁহৰ কাঠীৰে বোৱ ওপৰত পাটি নলগোৱা আসন, এতেকে সি পাটি-চৰাতকৈ বেলেগ, a sitting mat, a wicker seat, চটাচটু, বি. (অ. চটা, চেপেটা বস্তু) বেলেগ বেলেগ, (চেপেটা বস্তুত খাটে); যেনে, পাটবোৰ চটাচটু হল, separate. চটাচটকৈ, ক্ৰি. বি. এচটা এচটাকৈ; চটচটে, যেনে, গছৰ ছালৰোৰ চটা- চট্টকৈ বা চটচটে এৰুৱালে, slice by slice, in separato pieces. চটীয়া, বি. (অং. চটা, চেপেটা দীঘল বস্তু) চেপেটা দীঘল; যেনে, চটীয়া বাহ, long and fat. চটচটু, অনুক, চেপেটা পাতল বস্তুৰে আঘাত কৰাৰ নিচিনা শব্দ, an imi- tative sound like that produced by striking with a thin Hat thing. চট্টচটনি, স. শ. চেপেটা পাতল বস্তুৰে চটচটি, কৰা আঘাত বা জুইত খৰি ita **, a flapping or crackling sound. চট্টা, অ, ধা. চেপেটা পাতল বস্তুৰে আঘাত কৰাৰ বা জুইত খৰি ফুটাৰ দৰে শব্দ কৰ; যেনে, তালতলী জোকাই চটু- bota, to make a llapping or crack- ling sound. চটচটাই ফুৰ, উদোগেৰে বেগাই ফুৰ, to bustle about. চট্টপোহৰ, স. শ. পোনেই ৰাতি পুৱাই আহোতে হোৱা পোহৰ; এতেকে নিচেই affis gay, the twilight of carly dawn. চটফট, স, শ, { অং. চট্ট, চেপেটা বন্ধুৰে আঘাত কৰাৰ শৰুকট, জুইত দিয়া খৰি ফুটাৰ শব্দ ) ধৰ্ষৰ, গৰ বা মনৰ দুখত অস্থিৰ হৈ হাত ভৰি এৰা; যেনে, অমুকে অবত চটফট কৰিছে, writhing or struggling in agony of mind or body. চটুকটনি, স. শ. মনৰ বা গাৰ থও হাত ভৰি এছৰা কাৰ্য, ধৰফৰণি, writhing . চটফটা, অ, ধা. মনৰ বা গাৰ দুখত অস্থিৰ হৈ হাত ভৰি বলেৰে আছাৰু, লুটিয়া-লুটি

    • , pay, writle, to struggle in

agouy of mind or body. চটফটীয়া, বি. স্থিৰ হৈ নথকা, চঞ্চল, এতেকে এলেহুৱা নোহোৱা, unsteady. sprightly, brisk. চঠা-দিনা, স. শ. (সং. চতুৰ্থ; হিং. চৌবা, চাৰি সংখ্যা পূৰোৱা + দিন, দিৱস ) আজিৰ আগৰ বা পাচৰ চতুৰ্থ দিন। যেনে, তেওঁ চঠা-দিনা আহিল, চঠা- দিনালৈ যাব, tlie day previous to that before yesterday, tlıe day after that following to-morrow. চণ্ড, বি. (সং. চড়, খং কৰ) ৰ খঙ্গাল, অলপতে খং-উঠা, অলপ বুদ্ধি-ভ্ৰংশ হোৱা বা বলিয়া, passionate, furious, crazy. চণ্ডা, স. শ. (“চ”ৰ স্ত্ৰীলিঙ্গ) বৰ মুখ চোকা দৰী তিৰোতা, a slirew, চণ্ডী, স. শ. (সং. চণ্ড শব্দৰ স্ত্ৰীলিঙ্গ) দুৰ্গাৰ এক নাম, ঘাইকৈ মহিষাসুৰক মাৰিবৰ নিমিত্তে তেওঁ যি ৰূপ ধৰিছিল সেই ৰূপৰ নাম; মাৰ্কণ্ডেয় পুৰাণৰ যি ভাগত সেই যুদ্ধৰ বৰ্ণনা আছে সেই ভাগৰ নাম; opta fucstot, the goddess Durga, especially in the form stie assumed for the destruction of the Asura called Mahisha (Dowson). * “চণ্ডিকা”ও বলা যায়। চতু, স, শ, (সং. চৈত্ৰ, বছৰৰ শেষ মাহ) বছৰৰ শেষ মাহ, the last month of the Hindu year consisting of part of March and. April. ( cafe) i চতু, স. শ. (সং স্বত্ব, অধিকাৰিত্ব) অধীনতা, লতীয়া অৱস্থা; যেনে, মই লোকৰ চত নেথাকেঁ, subordination. বি. অধীন, লতীয়া; যেনে, মই কাৰো চতু নহওঁ, subordinate, dependant, i, . . (অং, চতৃবতা, চঞ্চল হ)