পৃষ্ঠা:হেমকোষ.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘেসে ঘেটেং ছেলেং ষেটেং, অনুক, ঘটং ঘটং শব্দ, জুলীয় বস্তু ভিতৰত থকা পাত্ৰ লৰিলে CRISY *, an imitative sound used to express that of fluid shaken in a vessel. ঘেলেং ঘেটেংকৈ, ক্ৰি. বি. জোকাৰ খাই; যেনে, গাখীৰবোৰ ঘেসে ঘেটেংকৈ Tifers, shaking as fluid. ঘেঘেলীয়, বি. “গেলগেলীয়া” চোৰ। ঘৈণী, স. শু. (অং. ঘৰিণী, ভাৰ্য্যা) গৃহিণী, ভাৰ্য্যা; গৰাকীয়নী; ঘৰ বাৰীৰ অধি- কাৰিণী, গৰাকীনী, a wife, the mistress of a house. ধৈয়া, স. ধা. (অং. ঘা, ক্ষতৃ) ঘা মাৰ, কটা অন্ত্ৰেৰে প্ৰহাৰ কৰু, to strike with a cutting instrument. . ঘেঁ, স, ধা আঙ্গুলি বা আন জোঙ্গ। বস্তুৰে ৰুৰ্কি বাহিৰলৈ আন; যেনে, চকু খুঁকিলে; জোঙ্গা বস্তুৰে ৰোক; যেনে, কাউৰীয়ে ঠোটেৰে আম ঘোঁকে, to gouge out, to scoop. ঘেকটু, স. ধ. ( অং. ঘো, ৰো) কোনো বস্তুৰ ভিতৰলৈ মাৰি আদি সুমাই তাত থকা বস্তু লৰা, বা খোচ, to stir or slake witli a stick, &c., thrust into an orifice. স. শ. পোনেই হাত দিয়েই বস্তু নোপোৱা ঠাই, হঠাতে সোব নোৱৰা ঠাই; যেনে, পুথিখান ঘেটিত 169, a place not easily accessible. বি. কৰিবলৈ বা বুজিবলৈ টান, difficult to understand, ahstruse. ঘোকা, স. শ. {অং. ঘোঁ, ৰুকি বাজলৈ আন) কোনো দমাই বা গোটাই থোৱ। বস্তুৰ পৰা ধাপ মাৰি নিয়া এমুঠি, (এই দৰে বস্তু নিলে সেই বস্তুৰ ঠাইত ৰোকাৰ দৰে খাল হয় এতেকে ), a handful taken out of a heap or large quan- tity of things. ঘেঁকা ঘোকে, ক্ৰি. বি. খামোগা-খামোচে, bandful by handful. ভোকাঙ্গালি, স. শ. (অং ঘেকা, খামোচা ঘোৰা-চোৱা। মাৰি নিয়া+জাল, মাছ ধৰা যতন) চল পাই অধিককৈ নিয়া কাৰ্য্য; যেনে, গৰাকী নথকা বস্তু পাই ঘেকাজালি বালে, (পৰিহাসত খাটে ), tie act of taking in large quantiter. ঘোকোটা, স. শ. (অং, ঘোট, মাৰি ঘেকটা, আদি সুমাই খোঁছ। মাবি বা আঙ্গুলিৰে মৰা ঠেলা; যেনে, চকুত ঘোকোটা মাৰ, a thrust with a stick or finger. ঘোকোটা মাৰ, মাৰি বা আঙ্গুলিৰে ঠেলা মা, to thrust with a stick, &c. ঘোকোটা-জাল, স. ম. ( অ”. ঘেকটু, ঘেকটাজাল, মাৰি আদি সুমাই খেচি+ জাল, মাছ ধৰা যন) দুডাল টনিত লগোৱা এবিধ জাল, তাৰে আগফাল পানীৰ তললৈ সুমাই ঠেলি মাছ ধৰা যায়, kind of net used by Dams in Assam. ঘেটু, স. বা. (হিং, ঘেটুনা, ঘঁহি নিমজ কৰণ; বং ঘটন, আলোড়ন মাৰি ঘূৰাই পিহ বা মিহলা, মথ, to mix by stirring or agitating with a stick. ঘোটন, স. শ. কোনো বস্তু ঘোঁটা পাত্ৰ, a bowl or vessel in which anything is mixed by stirring. ঘোটনী, স. শ. ঘোটা মাৰি, খোটনা frey sitfa, a stick with which any- thing is mixed by stirring. ঘোঁটা, স. শ. ভাঙ্গৰ পাত গাখীৰ চেনিৰে মিহলাই খুঁটি কৰা এবিধ পনীয়া বস্তু, a drink inade of hemp, milk and sugar mixed together. ঘোঁৰা, স. শ. (সং. ঘোটক, এবিধ গুন্তু) অশ্ব, মানুহ উঠা আৰু ৰখ আদি টোৱ। এবিধ চাৰি ঠেীয়া জন্তু; হিলৈৰ টুপী prolay great, a horse or pony, tlie hammer of a gun. (স্ত্ৰী) খুঁৰী। ঘোঁৰা-চোৱা, স. শ. (অং. ঘোঁৰা, ঐ+ চোৱা, ৰখীয়া) ঘোঁৰা ৰখীয়া, ঘোঁৰাৰ কাম frátot, a groom, a man who has the charge of a horse or horses.