পৃষ্ঠা:হেমকোষ.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘেঁকেটা। ২৯১ ঘেলা } বা কুকুৰত খাটে); যেনে, বাঘে গৰুটো ঘেং কৰে ধৰিলে, suddenly uttering an angry sound, as a tiger or dog, ঘেঁকেটাল, স ধ (অ. ঘোঁকট, খোচৰ) ঘোঁক, কোনো মাৰি বা আঙ্গুলি সুমাই 77', to stir up with a stiek, &c. ঘেঁকেটীয়া, বি. কৰিবলৈ টান, খোঁচৰ, diifi- cult to ito. ঘেঁ, স. শ. মণিৰ খন্দা; যেনে, এই ধাৰ মণিত তিনি ঘেচ আছে, a division in a string of beads. ঘেঁচুলি, স. শ. {সং. ঘেধুলিকা, এবিধ বনৰ আলু) এবিধ বনৰ আলু আৰু তাৰ গছ, a kind of root and its plant. ঘেঁতা, স. শ. ঘাত, a flourish of musical instruments, অ, ধা. বহুত লাভ কৰু, বাঞ্ছনীয় কথা সিদ্ধি কৰ; যেনে, অমুকে CİT, to make a large profit, to le a gainer to obtain a very de- sirable thing, ঘেঁহনি, স. শ. (অং, ঘেঁহা, ডিঙ্গিৰে শব্দ ক) মৰিবৰ সময়ত কফে ধৰাত ডিঙ্গিৰ পৰা হোৱা শব্দ, ঘেৰ্শেৰি, the deatla rattle. ঘেঁহা, অ, ধা, (অৎ. চেঁ ঘেঁ, কফে ধৰা ডিঙ্গিৰ শব্দ) মৰিবৰ সময়ত কফে ধৰাত ডিঙ্গিৰ পৰা “ঘে ঘেঁ” শব্দ কৰ; থেৰো- CSICTY 65, to rattle in the throat as when dying, to be undecided, to waver, ঘেঁহু, স. শ. {সং. গোধূম, হি. গেঁহু, এবিধ শস্য } আটা গুড়ি কৰা শস্য, weat. “ ঘেঁহু-ধান” এনেও হয়। ঘেকে, স. শ. ইচ্ছা নকৰাকৈ অকস্মাক্ত কৰা অলপ দাই বা জগৰ; যেনে, ঘেকেচ asics, a slight unintentional fault. থেকেট, বি, (অং, গোকাট, ঘিণ-লগ) বেয়া, ঘিণ-লগা, bad, hateful. থেকেটা-খোৱা, বি, অনেক বাৰ অপমান পাই তালৈ ভয় নথকা হোৱা, নিলাজ Tl, deprived of the sense of self- respect by being frequently sub- jected to insults. . ঘেকে, অনুক, দাৰে কোব মৰাৰ নিচিনা

  • T, an imitative sound rised to ex-

press that of striking with a du. ক্ৰি. বি. কত যেকেৰ ঘোকেই, শব্দ কৰি, {দাৰে কোব বা কুকুৰে কামোৰ মৰাত খাটে); যেনে, ঘেকৰ কৰে বা ঘেকেই কাটিলে বা facza, with a short quick sound. ঘেঙ্গনি, স. শ. (অ. মেঙ্গা, গোজব) কুকুৰৰ (stafi, tlic growl of a dog. ঘেঙ্গা, অ. ধা. (অ. ঘে, কুকুৰৰ নিচিনা শব্দ) কুকুৰৰ নিচিনাকৈ গোজৰ; কুকুৰৰ দৰে জিভা উলিয়াই ফোপা, to snat as a lag. ঘেৰ, স, শ, (হি. ঘিবনা; বং. ঘিৰন, বেষ্টন কৰ) চোলা বা মেখেলাৰ বেৰ, the width or circumference of a garment. ঘেৰ্ষেৰ, অনুক, কফে ধৰা ডিঙ্গিৰ নিচিনা

  • 7, an imitative somd used to

express that of breatlı catching in the throat. যেৰেণি, স. শ. (অং. ঘোৰ্ঘেৰ, কফে ধৰা ডিঙ্গিৰ দৰে শব্দ কৰ) মৰিবৰ সময়ৰ কফযুক্ত শব্দ, the lath rattle. ধেঘেৰ, অ. . (অং. ঘেৰ্ঘেৰ, কফে ধৰা ডিঙ্গিৰ নিচিনা শব্দ) মৰিবৰ সময়ত কষ্ণে ধৰা ডিঙ্গিৰ দৰে শব্দ কৰ, to make a rattling sound from the throat like a person about to die. . ঘেৰ্ঘেৰি, স. শ. মৰিবৰ সময়ত কফে ধৰাত ডিজিৰ পৰা হোৱা শব্দ; যেনে, অমুকে CECHEA Hyface, the death rattlc. ঘেঘেৰীয়া, বি. কফযুক্ত পানী লাগি ভগা; hoarse. ঘেলা, স. বা. (অং. খেলা, ব’ কৰ বৰ লোকৰ দৰে মনেৰে ব্যৱহাৰ কৰ ( যান-বাহনত খাটে); ঘোৰা ঘেলাইছে, to use pompously. যেনে, ঘেৰ্ষে যেনে, হাতী