পৃষ্ঠা:হেমকোষ.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘোৰা-শাল্। ২৯৩ ঘোৰা-শাল, (অং. ঘোঁৰা, ঐ+শাল, ঘৰ) ঘোঁৰা-বন্ধা ঘৰ, a lose stable, ঘোকোৰ, অনুক, কহাৰ নিচিন শব্দ, at sound like that of somebody coughing, . ঘোকো, স. শ. “ঘেকেচ” চোৱা। ঘোছ, স. শ. (স”. ঘোষ্য, এবিধ জন্তু। যে, এবি বাঘৰ নিচিনা কিন্তু অলপ মুখ-জোঙ্গা কলা বৰণীয়া মঙ্গহ খোৱা 3, the black panther. ঘোগোল, বি. ভগ, ফটা, জীৰ্ণ, broke, torn, worn out. ঘোচাম, স. শ. চোৱা গছৰ সূত, সি বেগতে নিছিগে; যেনে, ভাৰ্যা হল ঘোচামৰ জৰী,” the fores of a species of palin, which is said to be very strong . ঘোচাম-গঠি, স. শ, (অৎ. ঘোচাম, ঐ + গাঠি, বান্ধ) টান বাঙ্ক, মেলিব নোৱৰা at, an intricate knot. ঘোট, স. শ, {সং. ঘুট, ৰক্ষা ক) ঘোঁৰা, অশ্ব, ( সি ৰণত শৰ্কৰ পৰা ৰক্ষা কৰে ), a horse, a pony. ঘোট ঘোট, অমুক, লৰালৰিকৈ পানী খাওঁতে হোৱাৰ নিচিনা শব্দ, an imita- tive sound like that of somebody drinking water hastily. যোদা, বি. মলিন, বোকা-যুক্ত, muddy. ধোদা, স. ধান ঘাঁটি বোকা যুক্ত বা মলিন

  • , to make muddy by stirring or

paddling . ঘোপ, স. শ. (হিং, ধুপ, এন্ধাৰ সৰু, আন্ধাৰ ঠাই; চাৰিও ফালে আবৃত সৰু ঠাই, নৈৰ ঘুলি, a small dark place, a small secluded place, a harbour. ছোপ মাৰ, মেঘৰ দ্বাৰা এৰ কৰ; যেনে, 2009 Categy alface, to cloud over, as the sky. ধোপ, বি. (অং. ঘোপ, আন্ধাৰ ঠাই) কৈ বহা, তললৈ সোমোৰ; যেনে, catory 58, sunken, deep set in the ঘোৰোছ lieul as the eye. স. শ. পৰ্বতৰ গৰ, a cave in a hill. ঘোপ ক, খঙ্গেৰে বা দেখা শক্তি বঢ়াবলৈ কেঁাচাই সৰু ক; যেনে, চকু ঘোপা কৰি যায়, to contract as the eye with anger or to increase the power of rision. ঘোপাকৈ, ক্ৰি. বি. দেখ! শক্তি বঢ়াবলৈ বা খঙ্গেৰে চকুৰ পতা কেঁাচাই; যেনে, ঘোপাকৈ চাইছে, contracting the ( eyelids with anger or to increase 111c power of vision, . ঘোপচকুৱা, বি. (অং. ঘোপ, দকৈ সোমাৱা, + চকু, দেখা ইন্দ্ৰিয়) দুচকুযুক্ত, no 781 6944, sunken uyed. ঘোপমা, বি. (অং. ঘোপ মাৰ, এন্ধাৰ কৰ বৰ আন্ধাৰ, বাট নথকাকৈ বেৰ- fray, gloomy, closed in all sides, ঘোৰ, বি. (সং. খুৰ, ভয় খুৱা) ভয়ানক, ভয়ঙ্কৰ; যেনে, ঘোৰ ৰূপ, অতিশয় প্ৰবল; 6777, a faxy, frightful, horrible, excessive. ঘোৰ, স. শ. (অৎ. ঘূৰ, পাক ল) মে, 89, a curve. ঘোব খ, ঘোৰ ল, বেঁকা হ, to lbend. ঘোৰতৰ, বি. (সং. ঘোৰ, ভয়ানক+তৰ, প্ৰত্যয় আনতকৈ অধিক ভয়ানক, অধিক 978, exccurlingly frightful or in- tense. . ঘোব, স. ধা, (অৎ, ঘোৰ, ভজ) ভিৰা, ভাজ লগা; যেনে, বাঁহৰ আগটো খোবা; আগৰ মত এৰুৱাই আন মতলৈ যেনে, ইমান কৈও তেওঁক ঘোৰাব নোৱাৰিলো, to bend, to make crooked, to convert to a new opinion. . ঘোৰোছ, অনুক, গাখীৰ-খীৰাওঁতে হোৱা শব্দৰ নিচিনা শব্দ, an imitative sound used to express that produced by milk falling into the pail during the process of milking. আন্;