পৃষ্ঠা:হেমকোষ.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰ। ২৯ ঘেং কৰে। ডাৱৰৰ মাজে অলপকৈ ওলোৱা; যেনে, ঘূধুয়া বদ, cloudly but liot. ঘূৰ, অ. ধান (সং. ঘূৰ্ণ, পাক দি বা পকাই ফু) পাক ল; যেনে, ৰধৰ ঘিলা ঘূৰে, ওলটু, আগৰ মূৰ পাচ হ; যেনে, চাক- নৈয়াত পৰি নাওখান ঘূৰিল, to whirl, to revolve, to turn back. ঘূৰি আহ্, উলটি আহ্; যেনে, মৰা মানুহ fatos, lo coine back, to returi, ঘূৰণ, কৃ. স. পাক বা লুটি খাওন, the act of turning or revolving. বি. বেঁক, পোন নোহোৱা, ঘূৰি যাব লগীয়া; যেনে, 994 to, circuitous, round about. ঘৰণীয়া, বি. (অ. ঘূৰণ, বক ) চক্ৰৰ আৰু তিৰ, গোলাকাৰ, ronmd. ঘূৰা, স, ধ: পাক খুৱা, পকা; যেনে, লাটুম ঘূৰাইছে; আগ ফাল পাচ কম্; যেনে, নাওখান ঘূৰলে, to cause to whirl or revolve, to turn. ঘূৰাই আন্, ওলটাই নি; যেনে, এবাৰ দিয়া qe ato sfora catatra, to take back. ঘূৰি, স. শ. (অ. মূৰ, পাক খা--তাহ লাগিলে বা খোজ কাঢ়িলে তলৰ ভাগ অলপ ঘূৰে, এতেকে) বৰকৈ ফেৰ মেলা এবিধ মেখেলা, লহঙ্গা, a petticoat. ঘূৰিপকি, ক্ৰি. বি. (অ. ঘূৰ, পাক ল+ পকা, ঘূৰা) অনেক বাৰ ঘূৰি, পকাই- প্ৰকাই, বহুত দূৰৈলৈ ফুৰি; যেনে, নগৰত granfon centrecott, taking a long round in walking to a place. ঘূৰি-ঘূৰি, ক্ৰি. বি. অনেক বাৰ, পুনঃ পুনঃ; যেনে, ঘূৰি-ঘূৰি একেটা কথাকে কৈ আছে, again and again, repeatedly. ঘূৰীয়া, স. শ. (অং, ঘূৰা, পাক দি) মহ- নিবাৰণ কৰিবলৈ শয্যাৰ চাৰিও ফালে ঘূৰাই আঁঠুৱাৰ দৰে আৰি দিয়া কাপোৰ। যেনে, ঘূৰীয়া তৰি শুইছে, a cloth used as a temporary mosquito curtain. ঘূৰ্ণবায়ু, স. শ. (সং. ঘূৰ্ণৱায়ু, বামাৰলি—ঘূৰ্ণ, ঘূৰা+ বায়ু, বতাহ) ঘূৰি ঘূৰি চলা বাহ, Tentafsi, whirlwind, cyclone. ঘূৰ্ণায়মান্, বি. পাক দিয়া, চক্ৰাকাৰে ঘূৰোৱা; যেনে, ঘোঁৰাৰ গতিত ৰথৰ ঘিলা ঘূৰ্ণায়- মান হয়, ঘূৰি থকা, চক্ৰাকাৰে গতি কৰা; যেনে, ঘূৰ্ণায়মান পৃথিবী, made to revolve or turn, whirling, revolving. ঘূণি, কৃদ. বি. ঘূৰোৱা, পাক দিয়া, tnel round. ঘৃণ, স. শ. (সং, ঘৃণা, ঘিণ-~-স্বণ, দীপ্তি কৰ} ঘিণু, তুচ্ছ-বোধ, hate, hatred. ঘৃণাকৰ, বি. (সং. ঘুণাকৰ, ঘিণ জানোৱা-- ঘৃণা, ঘিণ + +, জন্ম।) ঘিণ-জনোৱা, বেয়া পোৰা, নিন্দাৰ মোগ্য, hateful, loatlısome. ঘৃণিত, কদ, বি. (সং. স্বণিত, ঘি, লগ- ঋণ, দীপ্তি কৰ) ঘিণ-লগা, বেয়া, hated, hateful. ঘৃত, স. শ. {স, ঘৃত, ঘিউ—স্ব, শান্তি কৰ ) fy, clarified butter, ghee. ঘৃতকুমাৰী, স. শ. (সং. ঘৃতকুমাৰী, মুত, ঘিউ + কুমাৰী, এৱা ছোৱালী) চাকুৰী ( ভাৰ লাৱণ্য আৰু কোমল গুণৰ নিমিত্তে Tata), the aloc, Igave americana. ঘৃতাচী, স. শ. এজনা অপেৰাৰ নাম, the name of a nympl. ঘেউ ঘেউ, অনুক, কুকুৰে কাৰ নিচিনা

  • 7, an imitative sound to express

that of the barking of a ঘেঁও, স. শ. (দেও ধেও, সূতা টানোতে হোৱা শব্দ) যতৰত সূতা কটাত এবাৰ হাত দাঙ্গোতে যিমান সূ ওলায়, an arm's length of thread in spinning. ঘেং, অনুক, বাঘে বা কুকুৰে কামুৰিবৰ সময়ত কৰাৰ নিচিনা শব্দ, an imitative sound used to express that uttered by a tiger or dog when attacking a man or an animal. ঘে কৰি উঠ, বৰ খাজেৰে ভেকাহি মাৰি দি; যেনে, কথা কলেই ঘেং কৰি উঠে, to utter loud angry words in order to intimidate. , ঘেণ কৰে, ক্ৰি. বি. ঘেং শব্দ কৰি, (বাঘ dog.