পৃষ্ঠা:হেমকোষ.pdf/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গজালি ২৪৫ গঢ়নি স, ধ, গজালৰ দ্বাৰা আবদ্ধ কৰ, গজাল লগা; যেনে, কাঠৰ পাট গজালে, to buil. . গজালি, স. শ. (তা, গজ, অঙ্কুৰ হ) আঙ্কুৰ, sto, 6944217, a sprout, a sloot. গজেন্দ্ৰ, স, শ, (সং, গজেন্দ্ৰ—গজ, হাতী+ ইন্দ্ৰ, অধিপতি) জাকৰ ভিতৰৰ প্ৰধান মত হাতী, ডাঙ্গৰ সঁতাল হাতী, a large malc cleplaut. গজেন্দ্ৰ পুৰুষ, বৰ বলী আৰু ডাঙ্গৰ মানুহ, a tall, strong and stout inan. গজগজ, অনুক, শাল মাৰিলে যেনে বোধ হয়, তেনে দুখ বুজাবৰ নিমিত্তে ব্যৱহাৰ কৰা শব্দ; যেনে, মোৰ পিঠি খানে $1995 PACs, an imitative sound used to express a painful sensation like that produced by a peg driven into the body. গজগজনি, স. শ. শাল মাৰি ধৰা পীড়া, a juinful sensation like that produced by a peg triven into the body. . গজগজা, অ, ধা, শাল মৰাৰ দৰে পীড়া বোধ ক; যেনে, গধনটোৰে গাজ- 591&s, to experience a painful sen- Nation, as if a peg has been driven into a certain part of the lody. গজগজীয়া, বি. { অং. গ, অঙ্গুৰিত হ; গজি ওলোৱ) নিশ্চিত, সন্দেহ-নথকা; স্পষ্ট; যেনে, তেওঁ এই ঘৰৰ গজগজীয়া কথাটো গজগজীয়া হল, (catfer); real, undoubted, decided. গগজীয়া. বি. (সং, গ, হাতী) হাতীৰ দৰে দৃঢ়, বলৱন্ত, ডাঙ্গ, ব} হাড়-শকত; যেনে, গজগজীয়া মুনিহ, strmg and stout. গজমুকুতা, স. শ. (সং. গজমুক্তা, এবিধ মণি) এবিধ ভাল ডাঙ্গৰ মুকুতা মপি ( সি হাতীৰ সঁতত হয় বুলি বিশ্বাস আছিল ); a large and superior pearl supposed to be foumd in the task of an elephant. . গজমূৰা, বি. খাইমুৰা, দুৰ্কপলীয়া, গজমূৰীয়া, unfortunate. গঞ, বি. (অং, গাওঁ, মানুহে বাস কৰা ঠাই। গাঁৱত থকা, গালীৰা, living in a village, rural. 4. *, Tak, a villager. গা, বি. (হিং, গঞ্জ, বজাৰ) বজাৰৰ ঘৰৰ ৰা মানুহৰ নিচিনা নিসন্ধি, ঘন; যেনে, ঘাটত মানুহ গঞ্জ হৈছে, thiek, elosely packed. গঞ্জ খ, গঞ্জ মা, ঠাহ খা, নিসন্ধি হৈ গোট 11, to throng, to crowd together. গড়, স. শ. (সং. গড়গড়, বাগৰি যা} কিল্লা, কেঁঠ, ইটা, মাটি বা কাঠৰ শকত 3717 ca cea, a fort, a stockade, a fortification. গড়, স. শ. (সং. গড়, বাগৰি যা; সি বাগৰ খায়, এতেকে কোনো বস্তুৰ তলত 'পাৰি দিয়া গোটা কাঠ বা বাঁহ, a piece of timler or bamboo laid under somo thing. গড়, স. শ. { সং, গড়, বৈ য{} বৈ যা, নিগৰ; যেনে, পানী গড়ি যায়, to roll as water. গছে, স. শ. (স”, গড়ক, এবিধ মাছ) এবিধ $1$-975, a kind of lisli. গড়েচিৰিকা, স. শ. গড়ৈ-মাছৰ পোৱালী, the young of the above. গড়-খাৱৈ, স. শ. গড়ৰ চাৰি ফালে থকা, পানী বোৱা দীঘল খাল, a trench, a inoat. গড়মুচি, স. শ. নাৱৰ ছালিৰ তলত পৰা torta spy, a morcable support of the door, the bottom of a hoat. গঢ়, স. . (সং. গঠ, হিং, গড়ুন, বং গড়ম ) ধাতু বা মাটিৰে নিৰ্মাণ কৰু, 15, to forge, to make. *. **** aft, form, shape. গনি, স. শ. বস্তু গঢ়াৰ বেছ, vares paid for making or repairing a metallic Vessel. গৰাকী।