পৃষ্ঠা:হেমকোষ.pdf/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গঢ়িত ২৪৬ গণ্ডস্থল গঢ়িত, বি. (অং. গ, আকত। শুৱনি,সুৰূপ, দেখিবলৈ ভাল, {পু স্ত্ৰী ), beautiful. গণু, স. শ. (সং গণ-~~ণ, সংখ্যা কৰ ) সমূহ এই অৰ্থত বহুবচন বুজাবলৈ এটা সংস্কৃত শব্দৰ পাচত লগ লগে; যেনে, দেৱগণ, ভূত-প্ৰেত আদি শিৱৰ পাৰিষদ- ftate, a nultitude. গণ, স, শ. ( সৎ, গণ-ৰ্ণ, সংখ্যক সমূহ (এই ব্যৰ্থত বহুবচন বুজাবৰ নিমিত্তে সংস্কৃত শব্দব পাচত থাকে; যেনে, দেৱ গণ; সদাশিব পাৰিষদ, ভূত-প্ৰেত- otín, a multitude, a ilock, Shiva's attendants, collectively a floek; Shiva's attendants collectively: 3 ধা, সংখা কৰ, লেখ; যেনে, টক। গণিছে; দৈৱৰ ভাল-মন্দ নিশ্চয় কৰ; যেনে, দশ গণিছে; সন্মান ক; (এই তত এটা না-পদৰ পাচত থাকে ); নেমে, সি কাকো নগণে, to eput, to divine, to foretell; to respect. গণক, স. শ. (সং. গণক---গণু, ঐ) জ্যোতিষ- শাস্ত্ৰ-জন মানুহ, সেই শাস্ত্ৰৰ বাৱলয় কৰা এক জাতি, al astrokogi, a fortime-teller, the astrologer's caste. গতি, স. শ. নেও, a multiplication talle, গণ, স. শ, সংখ্যা-কৰা কাৰ্য; গুহ গণনা, অনুসৰি দৈৱৰ ভাল-বেয়া নিৰ্ণয় কৰা কাৰ্য, মনি, সম্মান, calculation, (on- putatiou, prognostication; respect. গণনাথ, স. শ. (সং. গণনাথ, গণেশ-গণ, শিৱৰ পাৰিষদৰোৰ+নাথ, গৰাকী) শিৱৰ পুতেক আৰু তেওঁব পাৰিষদবিলাকৰ অধিকাৰ-দেৱতা, গণেশ, name of Ganesha, son of Shiva. গণনায়, { সং, গণ, শিৱৰ পাৰিষদ- বিলাক +নায়ক, চলাওঁত-নী, লৈ যা) 51044*, a name of Ganesha. গুণনীয়, বি. (সং. গণনীয়গণ, সংখ্যা কৰ, মা) মান্ত, মানিবৰ যোগ্য, respectable. গণপতি, স. শ. (সং. গণপতি-গণ, শিৱৰ পাৰিষদবোৰ + পতি, গৰাকী) গণেশ, a name of Ganesla, son of Shiva. গুণাগণ, স. শ. (অং. গণ, সন্মান কব) মান, সম, respect, steena. গণিকা, স. শ. ( সৎ, গণিকা---গণ, সংখ্যা ক) বেশ্যা, নটিনী, a harlot, a pro- stitute. গণিয়ৰী, স. শ. (সং, গণিকাৰী, বং, গণি- যাৰী, এবিধ গছ। এবিধ গছ, a kind of tree (Premna spinosa). গণেশ, স. শ. { সং, গণেশ-গণ, শিৱৰ পানিষদবিলাক + ঈশ, অধিকাৰ} গণপতি, শিৱৰ পুতেক আৰু তেওঁৰ পৰিষদবিলাকৰ অধিকাৰ-দেৱতা, তেওঁৰ মূৰটো হাতীৰ faftay, Canesh or Ganapati, son of Shiva and Parbati, or of Parbati only, Lord of the (unas or (ps of inferior deities, espcially the at- tendant un Shiva. (Towson). গণেশপেটা, বি. (গণেশ, গণপতি+পেট, উদৰ) গণেশৰ নিচিনা ওফা পেটযুক্ত, (46173 ), (lit.) with iu belly like Gassh, bence prot-bellied. গণ্ডকী,। স. শ. শালগাম উৎপন্ন হোৱা গণ্ডুকী, } এখন নদী, tle nains of a river in the north of Tulia. গগুকূপ, স. শ. (গ, গণ্ডকূপ —গ, গাল + কুপ, পুখুৰি। কোনো কোনো মানুহে হাহোতে গালত হোৱা খাল, a dimple in the chrek. . গণ্ড, স, শ, (অ. } বৰ কথা, অহঙ্কাৰ কৰি কোৱা কথা, ড!কাপ, a boast, brag, গপী, বি. (অ.) বৰ কৰ্কীয়া; অহঙ্কাৰী, boastful. স. শ. বৰ কথীয়া মানুহ, a hoastful person. গগুলিকা, স. শ. ( অং.) অহঙ্কাৰ, ডাকোপ, বৰ কথা { উপহাসত); যেনে, এই বাৰ তাৰ গণ্ডলিকা ভাগিল, boast, গগুস্থল, স, শ, (সং, গণ্ডস্থল- গণ্ড, গাল