পৃষ্ঠা:হেমকোষ.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গছনীয়া ২৪ গজাল গছনীয়া, স, শ, { অং. গছা, অৰ্পণ কৰ) পাচে ওলটাই দিবৰ নিয়মেৰে লোকৰ বস্তু ৰখা মানুহ; যেনে, উচিত সময়ত গছ- নীয়াই গছাওঁতাক বস্তু ওলটাই দিব। test, a bailec, one who receives something from another in trust. . বি. গছাই খোৱা, বিশ্বাস কৰি লোকৰ হাতত থোৰ; যেনে, গছনীয় বস্তু, given ou trust, deposited. গছা, স. শ, { অ৭. গছ, বৃক্ষ, তাৰ সদৃশ এতেকে দীপাধাৰ, চাকি খবৰ যতন, a stand or surport for a native lanp. গছ, স. ধা. {সং, গচ্ছিত, বং, গছান, অৰ্পণ-ক) বিশ্বাস কৰি অৰ্পণ কৰ, পাচে ওলটাই নিব নিয়মেৰে কোনোৰ হাতত খ; যেনে, গছাই থোৱা ধন; সেই নিয়মেৰে নিয়া বস্তুৰ হেৰণ বা ভগনৰ মূল্য স্থিৰ কৰ; যেনে, গৰাকীয়ে নাও খানৰ বাবে এশ টকা গছাইছে, to make over in trust on tlie understanding that the thing madle over will be returned after a certain time, to deposit, to set a value tipon seine- thing so given in case of loss or breakage or any other injury to the thing , গছাওঁতা, দ. স. পাচে এলটাই নিবৰ নিয়মেৰে আনৰ হাতত ধন বা বস্তু ওঁতা, one who gives sonicthing to another in traist, a lailor. গছি, উপশ, সৰু আৰু সুন্দৰ দীঘল, গোটা বস্তু বুজোৱা শব্দ; যেনে, জৰী গছি, a particle used after a denote a small and beautiful long and slender thing. গছী, বি. গছ-যুক্ত, গছেৰে সৈতে খোৱা (ধানত খাটে); যেনে, গছী ধান; s sata, kept as paddy in straw, stored without threshing. গছেই, বি. গছত উঠাত পৰ্গত, skilled in climbing trees. স. শ. গছত উঠাত ofyatu cate, one skilled in climbing trees. গজ, স. শ. (সং. গজগজ, উচ্চ শব্দ ক) to), an elephant. গজু, স. শ, {বং হিং. গজ, দু হাতৰ জোখ ) দুহাত দীঘল এডাল মাৰি; (ভাৰ সদৃশ এতেকে} বোৱাখোৱাৰ নলিচাৰ মলি গুচোৱা মাৰি; হিলৈ খঞ্জা মাৰি, the yard nieasurement of length, a thin rod for cleaning the hooku; a ramrod. গজ্ঞ, অ, ধা. { অং. গছ, বৃক্ষ, গুটি গজি গছ হয়, এতেকে পুলি হ, অঙ্কুৰিত হ; যেনে, ধান গজিছে, to germiulite, to sprout. গজ-গতি, স. শ. ( সং, গজগতি----গজ, হাতী +গতি, গমন) হাতীৰ নিচিনা গহীন গতি, ধীৰ গমন, slove and measured gait. . গজ, কদ, বি. (অ. গজ, অঙ্গুৰিত হ) 51944 BITT, the act of germinating স, শ, মাটিৰ পৰা গজি ওলোৱা সকলো T, vegetables in general. গজল, ম. শ. ( তাৎ, গজাল, লোৰ কঁাইট, ডাঙ্গৰ গজালৰ নিচিনা; এতেকে) আৰি মাছৰ পোৱালি, 2 young আৰি list, গজলীয়া, বি. (অ, গজালি, কোৱঁৰা) পোনে-পোনন যৌবন অৱস্থা-পোৱা; ১৫ বা ১৬ বছৰ বয়সীয়া; যেনে, গজলীয়া ডেকা, youtli Fil. গজাকেঁাহ স. শ. (সং. গাঙ্কুশ, হাতী খোচা মাৰি হাতী খোদা লোৰ আঁকোৰ- myfa, a kind of elephant goad. গজান, স. শ. (সং. গজানন-গল, হাতী +আনন, মুখ} গণেশ, গণপতি (এও শিৱৰ পুতেক আৰু তেওঁৰ মুখ হাতীৰ), name of Ganesh গজাল, স. শ. (বৎ- লোৰ শাল) কাঠবাহ আদিত মৰা, বাঁহ-কাঠ বা লোৰ জোঙ্গা শাল, বা কঁাইট, a nail, a thin peg noun to