পৃষ্ঠা:হেমকোষ.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খতীয়। দূৰ হ, নষ্ট হ; যেনে, দোষ খণ্ডিল, পাপ খণ্ডিৰ, (মন্দ কৰ্মৰ ফলত খাটে }, to be removed, to be taken away, to be expiated. খণ্ড, কদ, স. (স, খণ্ডন-খণ্ড,ঐ) ছেদন, না কৰা কাৰ্য, মিছা-পেলোৱা কাৰ্য, the act of cutting, destroying, or refuting. খপুচ্ছ, বি. (স. পপুচ্ছ-খণ্ড, ছিগা। পুচ্ছ, নেঙ্গ নেজ-নথকা,খৰ, tailless, ধ-বাক্য, স, শ, (সং. খণ্ডবাক্য খণ্ড, এভোখৰ + ৱাক্য, অৰ্থ বোধক শব্দসমূহ) বাক্যৰ এভাগ, সম্পূৰ্ণ অৰ্থ বুজাব নোৱৰা দুই বা অধিক শব্দ; যেনে, স্বৰূপকৈ কব লাগিলে আজি-কালি এনে কথা কেৱে নপতিয়ায়, ইয়াত € স্বৰূপকৈ এইটা খণ্ড-বাকা, ৯ ſbraso, a clause. গুমুণ্ড, বি. (সং. খণ্ডমুণ্ড-খণ্ড, ছিগা + মুণ্ড, মূৰ মূৰছিগ, শিৰহীন; headless. থা, স, ধ, অ, খণ্ড, গুচ্‌) খণ্ডন কৰা, ওা, দূৰ কৰ; যেনে, পাপ খাওঁ; মিছা পেলা; যেনে, উত্তৰ খণ্ডাওঁ, to remove, to espiate, to refute, to মুখে ওলোৱ নিজৰ দোষ, self con- demnation. খতৰ খা, অসাৱধানতাৰ নিমিত্তে আপোনাৰ দোষ সপ্ৰমাণ হোৱা কথা ক, to care- lessly speak sonic thing that goes against one's self. . খত, স, ধা. (অৎ. খাতি, সৰুকৈ কটা সোণ বা ৰূপৰ পতা) সোণ বা ৰূপৰ সৰু সৰু পা লগাই ভূষিত কৰ; যেনে, সোণ utēts, to inlay with ( gold or silver), খতি, বি. (সং, ক্ষতি, হানি } হানি পৰা; যেনে, বন খতি হয়, অৱসৰীয়া, ক্ষান্ত, চলি নথকা, বন্ধ হৈ থকা; যেনে, আজি Stufe eft, stopped (as work ); elosed (as an office.) স. শ. আজৰীয়া কাল, কাম বান্ধ হৈ থকা কাল; যেনে, কাছাৰি খভিত ফুৰিবলৈ গৈছিলো, cessa- tion from work, stoppage of busi- লাগিলে ” nese. কাৰ্য; prove false. খণ্ডিতৃ, কদ, বি. (সং, খণ্ডিত-খড়, ছেদন কৰ। ছেদিত, ছিঙ্গা; দূৰ কৰা, নষ্ট কৰা; PET-C*TESTBY, cut off, removed, destroyed, refuted. খণ্ডিত, কদ, বি. খণ্ডিত শব্দৰ স্ত্ৰীলিঙ্গ, the feminine of the above. T. *. iicy পৰস্ত্ৰী অভিগমন কৰাত খং কৰা তিৰোতা, a woman who has been angry with her husband or lover owing to his infidelity. খ, স. শ. (যাং. খত লেখা) ধন ধাৰে লৈ লিখি দিয়া কাক, কিনা-বেচা কৰাৰ কথা forest #tat, a hond, a dced. খতৰ, স. শ(হিং. খতৰ, সঙ্কট, নিজে সত পৰে এতেকে) আপোন কথাতে খোৱা গাষ্টি, অসাৱধানতাৰ কাৰণ আপোনাৰ খতিয়নি, স. শ. ( হিং. খতিয়ান, সংগ্ৰহ কৰ) একে বিধৰ কথা গোটাই একে লগে লিখা মৌজাৰ প্ৰত্যেক বায়তৰ নাম আৰু তাৰ মোট মাটি লিখা এটা বহি, the act of compiling; a book kept up by a fiscal office containing the name of cach rayat and the land held by him in the liscal division, খতিয়া, স, ধ. একে বিধৰ কথা অনেক ঠাইৰ পৰা আনি একে লগে লিখু, সংগ্ৰহ কৰ, to compile. খতিক্ষণ, স. শ. (অং, খতি, অৱসৰীয়া+ক্ষণ, অলপ কাল। অলপ অৱসৰীয়া কাল, কোনো কথা ক্ষান্ত হৈ থকা কাল, ছেদ- (54. temporary cessation, respite. ‘ক্ষতি ক্ষণ ” এনেও হয়। খতীয়া, স. শ. (অং. খতি, কাম বন্ধ হৈ থকা কাল ) কামত উপস্থিত নথকা কাল, কাম নকৰা কাল; যেনে, খঞ্জীয়া এৰি সেই হুজুৱাৰ কামলৈ অহাৰ তিন দিন Tere, the period of absence from