পৃষ্ঠা:হেমকোষ.pdf/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খজুৱা। 42116e an catata wa cate, an itching sen- sation. খজুৱা, অ, বা. {সং, খঞ্জু, ছালত হোৱা অসুখ বোধ; হিৎ.খুজানা, আচোৰা), ছালৰ ওপৰত আঁচোৰাৰ দৰে অসুখ বোধ ক; যেনে, গাটো খজুৱাইছে, ছালৰ ওপৰত অসুখ বোধ জন্ম, to have a itching sensation, to itch. 4. 41. fe গুচাবৰ কাৰণে নখেৰে আঁচোৰ; যেনে, মূৰ খজুৱাইছো; আঁচোৰাৰ দৰে অসুখ বোধ জন্ম; যেনে, কচুৱে গল খজুৱায়, to seratch slightly to be rid of an itching sensation; to itching sensation. খঞ্জ, শ, শ. (সং. খঞ্জন—খ, লেকেচিল্লাই যা এবিধ চৰাই, খৰী চৰাই, a small birl, a wag-tail. (07) stati খঞ্জী, স. শ. (সং খঞ্জীট, খঞ্জন) এবিধ সৰু চৰাই, খঞ্জন, a war-tail. খঞ্জী, স. শ, (বং. হিং, খঞ্জী, এবিধ বাদ্য) afavara, a small tanıbourine. খটু, অনুক, টান বস্তুত আঘাত লাগিলে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that produced on striking a hard body. খটং, অনুক, কোনো টান বস্তুত আন এটা বস্তু লাগিলে হোৱাৰ নিচিনা শব্দ, an imitative sound atsed to express that produced from the collision of two hard bodies. খটা, স. বা. পঁচা অৰ্থত “খাটু” ধাতু। "" cota, the causal form of on which see. খটিয়া, স, ধা. (অং. খট, অনুক.) কোনো কাৰ্য্য কৰিবলৈ পুনঃ পুনঃ ক, ঘনে ঘনে TEST, to urge repeatedly, to com- mand again and again. খটীয়া, স. শ. এবিধ সৰু শিৰ্ষীয়া পহু, the hog deer. থটু খটু, অনুক, টান বস্তুত ঘনে ঘনে আন এটা টান বস্তুৰ ঠেকা লাগিলে হোৱাৰ for foay TF, an onomatopæic sound usul to express that produced by two hard bodies repeatelly striking cach other. খটখটনি, স. শ. দুটা টান বস্তুৰ পৰম্পৰ ঘনে-ঘনে ঠেকা লগাত হোৱা শব্দ, the sound of two hard bodies repeatedly striking against each other. খটখটা, তা, ধা, এটা টান বস্তু আন এটাত Ya spany Tan, to produce a sound by striking one hard body against another. খটখটী, স. শ. ইটা বা শিলৰ জখলা, { মানুহ উঠোতে “খট্ খট” শব্দ কৰে এতেকে , stairs, steps made of stone or brick. খটু বান্ধু, স. শ. ( অং. খট, অনুক.+বান্ধ, গাঁঠি ) কোন কাৰ্যত অমাপ্তি মানুহক মান্তি কৰিবৰ কাৰণ চেষ্টা কৰাত হোৱা বাদানুবাদ; যেনে, কত খট বন্ধ কৰি হে ৰূপ কেই টকা দিলে, (ontention between two persons abuut some- thing which one wishes to compel the other to do. খড়গ, স. শ. “থগ ” চোৱা। খড়ীমাটি, স. শ, (সং. খড়ী, এবিধ মাটি। এবিধ বগা মাটি, cliatk. খড়গ, স, শ. (সং. খা-খড়, ফাল বা ছিৰ) দ, ভৰোৱাল; গঁড়ৰ শিং, খড়গ, a sword, a large cutting instrument, a rhinoceros' hom. খ ধৰ,। স. শ. (সং. খধ, খঙ্গাধাৰী- খঙ্গধাৰী, খগ, দা+, ধৰ } দল লওঁতা, one who carries a sword, a swords- man.

খপ্পী, স. শ. (সং. খ-ি-খঙ্গ, দা, গড়- খগ) দা-ধৰো; গড়, a sworls- man, a rhinoceros. খণ্ড, স. শ. (সং. খণ্ড-খ, ছেদন ক ) এডোখৰ, এখান, এভাগ, এছেও, a piece, a part, a fragment, a portion. খণ্ড, অ, ধ, সৎ, খড়, ছেদন ক) গুচ,