পৃষ্ঠা:হেমকোষ.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খন্দ মাৰি ল। 11 খদমু। work. বি. কাম নকৰা, কামত উপস্থিত নোহোৱা, সময়ত খাটে); যেনে, হজুৱাই খতীয় দিনৰ ধন নেপায়, { মানুহতো খাটে); যেনে, খঙীয়া কুলিক ধন নিদিবা, not worked in, absent from work. (' (This word is very frequently applied to the days of absence from work, of coolies, on a tea garden.) খদম্ দম, স. শ. (সং. উদ্যম, উদ্যোগ) লৰা- af, a cality, bustle, haste, hurry. খদা, স. শ. { অং. খান? মাটি তোল। মাটি কঢ়িওৱা বা গোবৰ পেলোৱা পাচি, an peu basket ised for carrying carth or cow slung খদাবান, স. শ. ( অ৭. খদা, পাছি + বান, খুৰা-লগা বাটি ) এবিধ মেলাহি খুৰা-লগ। বাটি, বহল-মুখীয়া বানবাটি, a kind of Cup raised on a juleslal. খদি, স. শ. {সং. খ, ভক্ষণ কৰ) খৈৰ গছ, তাৰ আঠা ( চূণৰ লগত খোৱা যায় 401# ), a tree the resin of which is scl with betel nut. খদ্যোত, ম. শ. ( সং, খদ্যোত --খ, আকাশ + দ্যোত, পোহৰ কৰ!) জোনাকী পৰুৱা, জুই আঙ্গনি পৰুৱ; a fire fly. খ, উপশ, “খান” চোৱা। খনা, স. . ( অং. মাটি, উৎপাৰ) লোকৰ praytantta Hai, 1o cause to be dug. খনি, স. শ. (সং. খনিথন, খান্) যি ঠাইত ধাতু আদি স্বয়ং উৎপন্ন হয় আৰু খানিলে পোৱা যায়, আকৰ, 1 lite. খনিকৰ স. শ. (সং. খন্ (খান) খোল + কবু, কৰোতা) শিল বা কাঠ কাটি আৰু খুলি মূৰ্ত্তি কাৰোতা; এতেকে মাটিৰ মূৰ্তি সংজোতা, চিত্ৰকৰ, a seculptor, an el- graver, hence one who makes carth- en images, a printer. মিয়া, স. . (অ. খান, খণ্ড) খবৰ নিমিত্তে তামোল কাটি বহু খও কৰ; যেনে, তামোলটো খনিয়াওঁ, to cuit or slice, as an areca nut for chewing. ধনীয়া,। স. শ. (অৎ খান, চেপেটা খনীয়া-কাপোৰ, বল বস্তু) আগত ফুল থকা দুতৰপীয়া এবিধ কপাহী কাপোৰ। মিহি সূতাৰ দুতৰপীয়া গাত ফুল-দিয়া কাপোৰ এখানৰ অল ঢৰীয়া কাপোৰ এখান জঁপি দিয়া কাপোক “যুৰীয়া" অৰ্থাৎ এখানতে দুখান থকা, আৰু তাৰ পৰা বেলেগাবৰ নিমিত্তে ইয়াক “ধনীয়া অৰ্থাৎ এখান মাত্ৰ বোলা যায়, a cotton cloth with a flowered border folded double and wrapped round the body. খন্তি, স. শ. (সং খনিত, এবিধ মাটি খেচৰা অস্ত্ৰ) খেতিৰ বন গুচোৱা বা মাটি খেচৰা লোৰ অস্ত্ৰ, aspud. খন্তিয়া, স. ধা. খন্তিৰে খোচ বা উজাৰ, to dig or wood with a spud. খন্তীয়া, স. শ. { সং. ক্ষত, ঘ) বিষ আৰু অলপ ঘা হৈ ঠেং-ভৰি উথহ। ৰোগ, a disease of the leg. খন্তীয়-চুৰীয়া, বি. ( অং, খন্তেকীয়া, অলপ কাল থকা+খুচুৰীয়া, ক্ষুদ্ৰ) অলপ-কলীয়া আৰু ক্ষুদ্ৰ; যেনে, খন্তীয়া-খুচুৰীয়া কাম pfa arafas, of a short ration and sinali. . খস্তীয়া-সাপ, স. শ. খন্তিৰ নিচিনা চেপেটা মুখেৰে এবিধ কেঁচু-জাতিৰ কীট, a kind of carthworni. খন্তেকৃ, স. শ. (সং. ফণ, অতি অলপ কাল+ এক, সংখ্যা) এক ক্ষণ, অতি অলপ কাল, a moment. খন্তেকীয়া, বি, খন্তেক বা অতি অলপ কাল 1, momentary. খন্দ, স. শ. ( অং. খান, মাটি চাহ কৰ) এবাৰ শস্য আজিৰ কাল, এটা বতৰ, শস্যৰ সম্বন্ধে এবছৰ, alhole season of cultivation, lience a year, খন মাৰি ল, এবছৰ বা দুবছৰলৈ অৰ্থা অলপ কাললৈ নিৰ্বন্ধ কৰি মাটি ল; যেনে, এই মাটি তিনি বছৰলৈ খন্দ মাৰি 697261, to take up land and hold it temporarily.