পৃষ্ঠা:হেমকোষ.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃতকাৰ্য্য ১৯৫ কৃদন্ত। কৰ্ম্ম কৰাত পাৰ্গত, কাম-জনা, clever, skilful. কৃতকাৰ্য্য, বি. (সং. কৃত, কৰা+কাৰ্য, কৰ্ম যি কাৰ্য-সিদ্ধি কৰিছে, যাৰ কাৰ্য্য সিদ্ধ হৈছে, কৃতাৰ্থ, successful. কৃতকাৰ্যতা, ও. শ. কাৰ্য-সিদ্ধি, কাৰ্য্য সিদ্ধি কৰা অৱস্থা, success or successfulness. কৃতকত, বি. (সং. কত, সিদ্ধ কৰা+কৃত্য, কাৰ্য) যাৰ কাৰ্য্য সিন্ধ হৈছে, সিদ্ধ-কাম, কৃতাৰ্থ; ধন্য, Silecessful, blessed. “কৃৰ্থ ” চোৱা। তত্যতা, “কৃতাৰ্থতা” চোৰ। কতল্ল, বি. (সং. কুত, কৰ উপকাৰ$ইন, নষ্ট কৰ) উপকাৰ নমনা, শলাগী, উপকাৰ সলনি অপকাৰ কৰা, umgrate- Inl, returning injury for benefits confcrrexl. উন্নত, গু. শ. উপকাৰ নমনাৰ গুণ বা অৱস্থা, upgratefulness. . কত, বি. (স. কৃত, কৰ উপকাৰ+জ্ঞা, জন} উপকৰ মনা, শলাগ লোৱা, grateful . কৃতজ্ঞতা, ও. শ. উপকাৰ মানোতৰি গুণ, sportst, gratefulness. কৃতদাৰ, বি. (সং. কুত, গ্ৰহণ কৰা+দাৰা, ভাৰ্য্যা) ভাৰ্য্যা গ্ৰহণ কৰা, যাৰ বিয়। হৈছে, বিবাহিত, (পুং.), narried. কৃনিশ্চয়, বি. (সং. কত, ক + নিশ্চয়, ঠিক ঠিক, নিশ্চিত; যেনে, এই কথা কৃতনিশ্চয়; নিশ্চয় বুলি বিশ্বাস কৰা; যেনে, এই বিষয়ত মই নিশ্চয়, sture, certain, confident. কৃতৰ্বিদ্য, বি. (সং. কৃতবিদ্য, শিক্ষিত-কত, উপাৰ্যন-কৰা+বিদ্যা, জ্ঞান) শিক্ষিত, শিকি বুজি জ্ঞানী হোৱা, শিক্ষা-পোৱা, educated, learned. কতসঙ্কল্প, বি. (সং কৃত, কৰা+সঙ্কল্প, কৰ্ম কৰিবৰ মানস। কোন কাৰ্য কৰিবলৈ স্থিৰ কৰা, দৃঢ়পে কৰিবৰ বাঞ্ছা কৰা, resolved, determined, কৃতাঞ্জলি, বি. (সং. কৃত, কৰা + অঞ্জলি, একে লগ কৰা দুখন হাত কৰাৰ কব, দুইও হাত লগলগাই বিনয় কৰ; যেনে, মই কৃতাঞ্জলি হৈ প্ৰাৰ্থিছা, supplicating with joined hands. ক্লান্ত, সু. শ. (সং. কৃৎ, কৰা অন্তু, শেষ ) য, সমজা, মৰণৰ অধিকাৰ, Yama, son of Surya or the Sul, and God of death, death persovities. কৃতাৰ্থ, বি. (সং. কুত, সিদ্ধি কৰা + ৰ্গ, অভিপ্ৰায় ) যব বা সিদ্ধ হৈছে, সিন্ধু- PW; 17, successful, blessed. সমা.– “কৃতকাৰ্য, ” “কৃতকৃত্য,” “কৃতাৰ্থ," মূল অনুসৰি এই তিনিও শব্দৰ একে অৰ্থ; কিন্তু ব্যৱহাবই অলপ বেলেগ; কৃতকাৰ্য শব্দ যাৰ কোনো এক উদোগ সফল হৈছে, তত খাটে; যেনে, যত্ন নকৰিলে কেও কৃতকাৰ্য হব নোৱাৰে; কোনো কাৰ্য্য বিদ্ধ কৰি গৌৰৱ পোৱা বা ধন্য হোৱা বুজাবলৈ “কুতকৃত্য” বা ( কৃতাৰ্থ বহাৰ কৰা যায়; যেনে, আপোক দেখি কৃতকৃত্য বা কতথি হণে, জৰ্থাৎ আপোনাক দেখা কাৰ্য সিদ্ধ হোৱা ধন্য হলো। কৃতাৰ্থতা, গু. শ. কৃতাৰ্থ হেৰা গুণ বা অস্থা, successfulness, blesseduess from success in somcthing. কৃতী, স. শ. {সং. কুত, সিদ্ধি কৰা) পুণাৱান, জ্ঞানী, ধনী, পাবগ, [ious, wist', rich, skilful. কত্তিকা, স. শ. (সং, কু, কাটু) তৃতীয় নক্ষত্ৰ, (তাৰ গঢ় খুৰৰ নিচিনা এতেক); the third lunar mansion. কৃত্য, স. শ. (সং. ক, কৰ) কৰিব লগা কৰ্ম্ম, কৰ্তব্য কৰ্ম্ম, কাৰ্য, auty, something which must be done; work. কৃত্ৰিমু, বি. (সং. ক, কৰ} কাল্পনিক, মিছা, সজা, সত্যৰ বিপৰীত, fictitious, false, not genuine. কৃদন্ত, বি. (সং. কৃৎ, ধাতুৰ পাচত হোৰ প্ৰত্যয়+ অ, পাচ } পাচত কু-প্ৰত্যয় হৈ সিদ্ধ হোৱা; যেনে, কদম্ভ শব্দ,