পৃষ্ঠা:হেমকোষ.pdf/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ কৃষ্ণপক্ষ terminated by one of the sufixes called for used in forming nouns from verbal roots. , কপ, স. শ. দ্ৰোণাচাৰ্যৰ ালা, মহাভাৰতৰ 4921419, a hero of the Mahablarat and brother-in-law of Drona. কৃপণ, স. শ. (সং. কৃপ, পাৰগ হ, অৰ্থাৎ ধন সচিব পৰা হ) কৰাইচ মানুহ, কটাকন। মানুহ, a miser. বি. কটকিনা, misery. কথা, সু. শ. (সং. কৃপ, পাৰগ হ} দয়া, লোকৰ দুখ গুচোৱা কাৰ্য্য, kindness, কৃপাময়, বি. দয়াৱন্ত, দয়ালু, kind, impas sionate, কৃপালু, বি. দয়াৱন্ত, কৃপাময়, kind, com- passionate. , কৃপান্ত, বি. দয়াময়, কৃপালু, kind. কৃপাস, স. শ. {সং, কৃপা, দয়া+ আসন, পৰি বহা বস্তু) মূচাই যিহোৱাৰ নিমিত্তে নিৰ্মাণ কৰা আসন, ভাত বহি যিহোৱাই ইস্ৰায়েল বংশৰ প্ৰতি কৃপা কৰিছিল বুলি বাইবলত লিখা আছে, the merey-Seat. কপাহীন, বি. (সং. কৃপা, দয়া+ হীন, শূন্য। দয়া নথকা, tankind, hardhearted. কৃমি, স. শ. (সং. ক্ৰম্, গতি কৰ পোক, কীট, 0915, a worm, an insect, a worm in the human stomach. কৃমিগ্ন, বি. (সং. কমি, পোক+হ, নাশ ক) পোক মৰা, কৃমিনাশ কৰা, anthe- mintie, destroying worms. কৃমিনাশক, বি. ঐ, see the above. কুশ, বি. (সং. কশ, ক্ষী ক) খীণ, দুৰ্বল, 79, thin, emaciated, weak, slender. কৃশতা, ৫. শ. খীণোৱা অৱস্থা, দুৰ্বলতা, leanness, weakness. কৃশাঙ্গী, বি. (সং. কুশ, সঞ্চ+অঙ্গ, গাৰ কোনো এক ভাগ) খীণ অৰ্থাৎ চোৰোহা নোহোৱা হাত-ভৰি কঁকাল আদি অঙ্গ- যুক্তা; এতেকে শুৱনী, সুন্দৰী, having slender limbs, beautiful (fem.). 7.

  • .focatul, a beautiful woman.

কৃশানু, স. শ. (সং. কৃশ, পাতল কৰ) জুই, অগ্নি (পুৰি ভাৰকো সৰু কৰে এতকে); fire. স. শ. {সং, কষ, চাহ ক } কৃষাণ, খেতিয়ক, a husbandlian. কৃষি, স, শ. { সং, কৃষ্ণ, ঐ) খেতি, Husbandry . কৃষিক, স. শ. {স- কৃষি, থেতি+কব, কৰোতা) খেতিয়ক, 1 tuitivation, husbandınan. কৃষিজীৱী, স. শ. { সং. কৃষি, খেতি+জ, জীৱন ধাৰণ কৰা খেতিয়ক, খেতি fa cayny 195, it cultivator, agriculturist. কৃষ্ণ, বি. (সং. কম্, বৰণ লগা) কলা, এন্ধাৰ- বৰণীয়া, }plaelk, lark. (স্ত্ৰী) কৃষ্ণা। স. শ, কলাবৰণ; মথুৰাত বসুদেৰৰ পৰা দৈৱকীৰ গৰ্ভত জাত হোৱা বিনুল এক তাৱতাৰ। তেওঁৰ বৰণ কলা অছিল. এতেকে সেই নাম, বিষ্ণু, বিষ্ণুৰ সদায় নাম কৃষ্ণত আৰু কৃৰ সকলে মি faqat tied the name of a hero, the son of Vasudeva and Daivaki of Muttra and said to have been one of the incarnations of the goal Vishnu, Vishnu. কৃষ্ণ-চৰাই, স. শ, এবিধ সৰু চৰাই, মাৰ্ভেতে “কৃষ্ণ” শব্দ উচ্চাৰণ কৰা যেন শুনা যায়, a species of bbird, কৃষ্ণ-দ্বৈপায়ন, স. শ. (সং. কৃষ্ণ, কলা+ দ্বৈপায়ন, দ্বীপ অৰ্থাৎ মাজুলীত উদ্ভৱ ) ব্যাস-মুনি, বেদবিলাক সংগ্ৰহ কৰোত এজনা মুনিৰ নাম, তেৰেই অঠৰ পুৰাণৰ গ্ৰন্থকা বুলি খ্যাত, তেওঁ পৰাশৰ মুনিৰ পৰা জালোৱা-জাহিৰ এজনী ছোৱালীৰ গত যমুনাৰ এটা মাজুলীত উপজিছিল আৰু কলা-বৰণীয়া আছিল, a name of Vyasa, the compiler of the Vedas and reputed author of the cighteen Puranas. কৃষ্ণপক্ষ, স, শ. (সং, কৃষ্ণ, কলা+পক্ষ,