পৃষ্ঠা:হেমকোষ.pdf/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৪ কৃতকৰ্মা কৃ, অনুক, ফেচাৰ মাতৰ নিচিনা শব্দ, an invitative sound used to express the cry of an owl, কৃ-কুৱা, অ, ধা. কুলি বা কপৌৰ দবে মাত,

  • to 100, to cry as a dove

or cuckoo. কূট, স. শ. (সং. কুট, ঢাকৃ মিছা, সত্যৰ গোপন, মায়া ঘৰ, পৰ্বতৰ টি, নাঙ্গলৰ $9-575, trick, illusion, a house, the peak of a mountain, the body of a plough. কূটাৰ্থ, স. শ. (স”, কূট, বঞ্চনা+ অৰ্থ, শব্দে বুজোৱা বস্তু) পোন কিন্তু অসঙ্গত অৰ্থ- তকৈ বেলেগ অৰ্থ, গুপ্ত অৰ্থ, hidden incaning, meaniny different from that which is apparent. কূটাৰ্থক, বি. কুটাৰ্থ থকা; যেনে, কূটাৰ্থক (HYF, for meaning see above. কুটি, স. শ. (সং. কূট, নাঙ্গল) নাঙ্গলৰ হাতেৰে ধৰা ভাগ, নালৰ মুঠি, that part of a plough which is held in the hand ly the ploughman, কূটনা, স. শ. (সং. কুট, মিছা+নাট, অনুক) টুটকীয়া কথা, লগনীয়া কথা, bai:kbiting. কূটশাল, স. শ. (স. কূট, মিছা+শাল, জোঙ্গা মাৰি ) টুটীয়া মানুহ, নাদীয়া মানুহ, এজনৰ মিছা দুৰ্নাম আন জনক কৈ দৰ্শ লগোৱা মানুহ, লোকেৰে সৈতে মিলি থাকিব নোৱৰা মানুহ, a lack- biter, one who stirs up quarrels between persons lry speaking ill of one to another, one who cannot live in peace with others. কৃশ্লোক, স. শ. ( সং, কূট, বঞ্চনা+শ্লোক্, কবিতা) গুপ্ত অৰ্থ থকা শ্লোক, a verse of hidden meaning. “কূটাৰ্থ” চোৱা। ফুপু, স. শ. (সং. কূ, বেঙ্গৰ শব্দ+পা, ৰক্ষা কৰ অথবা কু, মন্দ+অপ, পানী) মাদ, টোকনী পুখুৰি, নিচেই সৰু পুখুৰি, a well, a small pond. কূপমণ্ডু, স. শ. {সং, কূপ, নাদ + মধুক, বে) নাদ ভেকোল; এতেকে বিশে নেদেখা সদায় ঘৰত থকা মানুহ, (নিলা; one who has never travelled out of his country (a term of ridicule). কূপ, স, শ, (সং কূপক, বং. কুপা, তেলৰ পাত্ৰ) তেলৰ টাৰি, তেলৰ সৰু পত্ৰ, ৫ sinall vil vessel. কৃচ্চিকা, স. শ. (সং. কুé, প্ৰশংসা ক ) কচি গাখীৰ; ছানা, তপতাই ঘন কৰ 94, mills slightly curdleu, curd, inspissated milk. কৃষ্টুট, স. শ. { সং. কুচ্চ, বঞ্চনা, ছল) কপট, গোপনে ৰখা হিংসা বা অহিত কৰিবৰ বাঞ্ছা, সৰল নোহোৱা গুণ, hidden illuvill, grudge, insincerity. কৃচ্চুটীয়া, বি. মুখে ভাল দেখাই গোপনে অহিত চিন্তা, কপটীয়া, মুখত এক পেটত a privately cherishing illwill, insincere. কুৰ্ম্ম, স. শ. (স”, কু, মন্দ+উৰ্মী, বেগ} কাছ, 64, a tortoise, a turtle. ফুল, স. শ. (সং. কুল, ঢাক, আবৰণ কৰ) নৈৰ পাৰ, নৈৰ ঐতি, u lik, a sliore. কৃচ্ছ, স. শ. (স. , ছেদন কী কষ্ট, দুঃখ, ক্লেশ, latin, ton!yle, suffering. বু-চ্ছসাধ্য, বি. (সং. কৃচ্ছ, কষ্টসাধ্য, সিদ্ধি কৰিব পৰা দুখেৰে সিদ্ধি কৰিব পৰা, অনায়াসে নোহোৱা, দুঃসাধ্য; যেনে, বিদেশী ভাষা শিকা কৃচ্ছসাধ্য, requiring great pains or Ialor, not to be casily accomplished. কৃৎ, স. শ. (সং. ক, কৰ } কৰো, এটা সংজ্ঞা শব্দৰ পাচত থাকে, যেনে, কৎকৰ্ম; ব্যাকৰণতধাতুৰ পাচত হোৱা কিছুমাম প্ৰত্যয়, ভাৰা ধাতুৰ পৰা শব্দ হয়; যেনে, কম, কৰণ; কৰ+ওঁ, কৰে utfo, doer, certain affixes wherchy nouns are formed from vcrbs. কত, কুদ. বি. (সং. ক, কৰ কৰা, done. কৃতকৰ্ম্মা, বি. (সং. কত, ফ+ক, কাৰ্য)