পৃষ্ঠা:হেমকোষ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুট ১৮৬ কুটুম্ব। কুটু, স ধ (সং. কুট্ট, ছেদন ক) সৰুকৈ কুটা কঢ়িয়া, বাহ সাজিবলৈ খেৰ বন গোটা; কাট; যেনে, মাছ কুটে, তেৰে অলপ যেনে, চৰায়ে কুটা কঢ়িয়ায়, to collect অলপকৈ ছেদন কৰ; কাপেৰে চিন লগা, materials to build a nest (suid of a to cut into small pieces, to gnaw, bird ). to punctuate. কুটা ছিঙ্গি এবু, একেবাৰেই সম্পৰ্ক গুচা, সমুলি কুট, স. শ. (বাক্যৰ মাজত বা অন্তত ৰবৰ বন্ধু পৰিত্যাগ কৰ, বিবোধৰ বাবে চিন; যেনে, (।} শাৰীৰ ওপৰত আখৰ কোনো লোকেৰে সৈতে সম্বন্ধ এৰাত তুলি দিয়াৰ চিন; যেনে, (A, (x) পৃথক হোৱাৰ চিন-স্বৰূপে এডাল খেৰ aufa, a mark of punctuation, or ছিঙ্গাৰ নিয়ম আছে, এতেকে সেই দৰে interlineation, 501974 , to sever connection with. কুট, স. শ. {স. কুট, পৰ্বত+ জন, উৎ কুটি, স. শ. (স’, কুতুক, আমোদ ) হাঁহি পন্ন হ) এবিধ দৰবৰ গছ, এহণী ৰোগত তুলিবৰ নিমিত্তে বিদ্ৰুপ কৰি প্ৰকাশ সি উপকাৰ কৰে, a. medicinal plant কৰা কথা বা বস্তু; কোনো মানুহে (Echites antidysentrica). যেনেকৈ কথা কয়, খোজ কাঢ়ে বা আন কুটনা, স, শ, { অং. কুটু, সৰুকৈ কাটু) ভাণ কাৰ্য্য কৰে ঘঁহি তুলিবৰ নিমিত্তে তেনে SOY S9, a piece of wood on which কৰক কুটি বেলা যায়; কোনো লোকৰ the Bhang is minced. বা বস্তুব স্বাভাবিক যি গঢ় বা আকৃতি কুটনা, স. শ. (সং. কুটিনী, ভিৰোল যো হাঁহি তুলিবৰ নিমিত্তে তাক অতিৰিক্ত গোৱা তিৰী) বোলিৰ কাৰণে ভিৰোত। কৰি দেখোৱকো কুটি বোলা যায়; ধেমে- যোগোৱা পুৰুষ, * ]procurer. লীয় কথা, হাঁহিতোলা কথা, drollery, কুটনী, স. শ. (সং. কুট, কাপবে চিন দি} a caricature, wit. কম্পাচৰ দৰে জোখ লৈচিন দিয়া যহন; কুটি কথা, স. শ. হঁহি তেলা কথা, ধেমে- গাত আঁক থকা এবিধ সৰু মাছ,an instan লীয়া কথা, সাধু কথা, a ludierous ment for measuring and marking expression or story. distances ( or used like a pair of কুটিৰ, স. শ. (সং. কুট, ঘৰ পঁজা, অতি compasses. কুটী, ক্ষুদ্ৰ ঘৰ, a hut, a lovel, কুটনী, স. শ. (সং. কুট্টিনী, তিৰ যো কুটিল, বি. (সং, কুট, বেক হ) বেঁকা, গোৱা তিৰী) বেশ্যালিৰ নিমিত্তে তিৰোতা কপটীয়া, মনে-মুখে এক নোহোৱা, দুষ্ট, wtf fasty fecatel, a procuress. crooked, insincere, wicked. 27. t. & কুট, বি. (সং. কুট, ফাকি কৰ) টুটকীয়া, মানুহ, কপটীয়া মানুহ, & wicked or লগনীয়া, (মিছা কথা লগাই মানুহৰ insineere man. (স্ত্ৰী) কুটিলা। মনত বিচ্ছেদ জম্মায় এতেকে); back কুটিলতা, ও. শ. কুটিলৰ স্বভাৱ বা গুণ, biting, spenking ill of others in কুটিলালি, পোন নোহাৱা গুণ, দুষ্টালি, their absence, স, শ. টুটকীয়া মানুহ, dishonesty, wickedness, crooked- ( প্ৰীং. পুং. }; a backliter. কুটখালি, গু. শ. টুটকীয়াৰ স্বভাৰ বা গুণ, কুটুম, স, শ, (সং. কুটুম্ব, বংশ, মিতিৰ) atantiat, the nature or quality of বংশৰ মানুহ, মিতিৰ, চেনেহৰ মাত; a backbiter. যেনে, মোৰ কুটুম বা কুটুমটি, a kinsman, কুটা, স. শ. (অ. কুট, সৰুকৈ কাট; বং a connection, a term of affection. কুটা, ছিগা থেৰ) ছিগা খেৰ-বন-আদি, কুটু, স. শ. (সং. কুটুম্ব, প্ৰতিপালন কৰ) a bit of grass or straw.

      • T; faz, a kinsman, a connection.

nces, ,