পৃষ্ঠা:হেমকোষ.pdf/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুকুৰ খুলি। কুকুৰ-ধূলি, স. শ. (অং. কুকুৰ, অধম মানুহ +ধূলি, মিহি জুৰা মাটি) নীচ মানুহ, অতি সামান্থ মানুহ, a low person (contempt). কুকুৰনেচিয়া, স. শ. কুকুৰৰ নিচিনা এবিধ সৰু বাঘ, a small species of copiard. কুকুৰবাহী-তৰা, স. শ. ( কুকুৰ পোৱালিৰ জাকৰ নিচিন| এতেকে। ওচৰা ওচৰি হৈ থকা ক্ষুদ্ৰ ভৰাৰ সমূহ, a. constellation. কুকুৰত, স, শ, { অং. কুকুৰ, অধম +সূতা, আঁহ) ঢৰীয়া আঁহ-ওলোৱা এবিধ গছ, a species of plant. কুকুহা, স. শ. { অ. কুক্কু, অনুক) এবিধ চৰাই { সি কুকুক শব্দ কৰে 47077), a spccies of bird. কুকুহ, স. শ. (সং. উল্কা, জুইৰ জোৰ } খেৰ বন-আদি পাতল বস্তুত লাগি আকা- শলৈ উড়ি যোৱা জুই, a small mass ( of buzzing grass or other light substance carried up by wind. কুক্কু, অনুক, অনেক বিধৰ চৰাইৰ মাৰ farfaly #yu, an initative Sound used to express that of many spe- cies of birds. কুম, স. শ. {সং. কুক, গ্ৰহণ ক) কাশ্মীৰ দেশত উৎপন্ন এবিধ হালধীয় বস্তু, saffron (Crocure sativus). কুঙ্গী, স, শ. “কোঙ্গা” চোৱা। কু, স, শ, (সং. কু, আবদ্ধ ক) স্তন, পিয়াহ, (দুগ্ধক আবদ্ধ কৰি ৰাখে এতেকে), a breast, a jups. কুচিলা, স. শ. (হিং. কুচল, এবিধ বিহ গুটি } এবিধ দৰবত দিয়া বিহ-শুটি, nux vomica. কুচুৰ-কুচুৰ, তামুক, অলপ-অলপকৈ কামো- ৰাত যেনে বেদনাৰ বোধ হয় তাক প্ৰকাশ কৰিবৰ নিমিত্তে ব্যৱহাৰ কৰা stu, an imitative sound used to express that produced by slight and repeated bites. , কুচুকুছ কৰে, ক্ৰি. বি. অলপ-অলপকৈ কুঞ্জলতা। কামোৰাৰ নিচিনা শব্দ কৰি; যেনে, ফৰিংটোৱে কুচুৰ কুচুৰকৈ কচু ডোখ কুটিছে; অলপ অলপকৈ তেৰে চেপাৰ নিচিনা বোধ জন্মাই; যেনে, পেটুটো কুচু কুচুৰকৈ কামুৰিছে, malking a slight nibbling sound, with a nib- bling sensation. কুচকু, অনুক, অলপ অলপকৈ খজুৱাওঁতে হোৱাৰ নিচিনা শব্দ, an imitative sound used to express that of scratching slightly. কুচকুচ্‌ কৰে, ক্ৰি. বি. অলপ-অলপকৈ নখেৰে বোকাৰ দৰে শব্দ কৰি; যেনে, খৰীয়াই কুচকুছ কৰে খৰ খজুৱাইছে; অলপ অল- পকৈ আঁচোৰাৰ দৰে বোধ জন্মাই; যেমে, গাটো কুচকুচ কৰে খজুৱায়, makiny a slight scratching sound, with a slight itching sensation. কুচ্ছা, স. শ. {সং. কুৎসা, নিন্দা) নিন্দা, দুৰ্নাম, অপযশ, গ্লানি, defaumation, scandal. কুচ্ছিত, বি. (সং. কুৎসিত, নিন্দিত) নিন্দিত, বেষ, মন্দ, কুপ, contenjitille, vile, bad, ugly কুঞ, বি. সেঁত বন্ধ হোৱাত দুৰ্গন্ধ হোৱা; যেনে, পানী বোৰ কুঞা গোন্ধাইছে; পানীত গেলা, { মাছ খাটে); যেনে, কুঞা বলি, stinking front stag- nation, patrid in water. কুঞ্জ, স. শ. (সং. কু, পৃথিবী+ জন্, উৎপন্ন হ} ফুলনিও লতাৰে আবৃত কৰি ঘৰৰ faffay a1 fte, a bower, an arbour. কুকুটীৰ, স. শ. (সৎ-কুঞ্জ, ঐ + কুটীৰ, পঁজা) লতাৰে আবৃত ক্ষুদ্ৰ স্থান, a boyer. কুঞ্জ, স. শ. (সং. কুঞ্জ, হাতীৰ দাঁত ) হাতী, an elephant. কুঞ্জলতা, স. শ. (স কুঞ্জ, লতাৰে সজা ঘৰ +লতা, বগোৱা গছ} কুঞ্জ-সাত ব্যৱহৃত লতা, এবিধ লডা যাৰ স্বাৰা ফুলনি বাৰীত বহিবৰ নিমিত্তে ঠাই আবৃত কৰা যায়, a croeper used in making arboura.