পৃষ্ঠা:হেমকোষ.pdf/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

an কুটুম্বিতা। ১৭ কুণ্ডলী কুটুম্বিতা, গু. শ. (সং. কুটুম্বিন, কুটুম-থকা। কুঠৰী, স. শ. (সং. কুটীৰ; বং, কুঠৰী, সৰু তা, প্ৰত্যয়) বংশ-সম্বন্ধ, মিত্ৰতা, relation ঘৰ চাৰিও ফালে বেৰ দিয়া ঘৰৰ এক sluip. cittman, a room, an apartment. কুটুল, বি. (অ. কুট, সৰুকৈ কাট) চুটি, কুঠাৰ, স. শ. (সং. কুঠৰ, কুঠ, ছেদন কৰু) কুটকুৰা, চুলিত খাটে); short, stunted কাঠ-বাঁহ-আদি-কটা এবিধ অস্ত্ৰ; তাৰ (said of hair). নিচিনা এতেকে) সঁচাৰ-কাঠীৰ মুখৰ কুটুহ, অনুক, অসম্মতি বা খং বুজোৱা চুটি cacat ca syst, an axe, curved মাত, ওঁহ; যেনে, ধন খুজিলত তেওঁ or projecting part of a key. কুটুহ কৰি উঠিল, an imitative sound কুঠী, স. শ. (সং. কুটীৰ, সৰু ঘৰ, বং.. কুঠী, ulsel to express that attered by a কাম কৰা ঠাই) কোনো শিল্পকৰ্ম্ম কৰা [xlson in showing unwillingness ঘৰ, বেপাৰৰ ঘৰ; যেনে, চাহ-কুঠী, or «lispleasure. চেনিৰ কুঠী, a factory. কুটুহাই, ক্ৰি. বি. কুটুহ কৰি, ওঁ বুলি, মুখৰ কুঠীয়া, বি. (সং. কুষ্ঠ, এবিধ ৰোগ ) কুঠ ভিতৰতে অমান্তি খ প্ৰকাশ কৰি, বেগে ধৰা, topious. স. শ. কুঠ-ৰোগে nttoring a short, gruff sound to ধৰা মানুহ; দুষ্ট মানুহ, {পাচৰ অৰ্থত express clissent or displeasure. Sta), a leper, it wieked man, কুটকুট, অমুক, টান বস্তু অলপ অলপকৈ in the last sense it is a term of কামুৰিলে হোৱাৰ নিচিনা শব্দ, abuse. (স্ত্ৰী) কুইনী। imitative sound ised to express কুঢ়ি, স. শ. (সং. কুড়িশ, এবিধ মাছ) that of grawing . fax 0173, a kind of fish (Cyprinus কুটকুটনি, স. শ. অপল-অলপকৈ টান বস্তু curchis). কামোবাৰ শব্দ, গাৰ জোৰত হোৱা কুষ্টিত, কদ, বি. (সং. কুঠ, এলেহুৱা হ} কামোৰণি বা বেদনা, the soil of আশঙ্কা যুক্ত; কোনো কাম কৰিবলৈ gnawing, a painful biting sensation সাহ কৰিব নোৱৰা; ভয়-যুক্ত, hesitat- in the joints. iny, fearful, diflident. কুটকুটা, ৩. বা. কুটকুট শব্দ ক, টান বস্তু কুণ্ড, স. শ. (সং. কুড়, সঞ্চয় ক) হোমৰ অলপ অলপকৈ চোবোৱাৰ দৰে শব্দ কৰ, জুইৰ গাত; পানীৰ নাদ; যেনে, সীতা হাত-ভৰিৰ জোকাত কামোৰণিৰ নিচিনা কুণ্ড; পানী থোৱ। থালী বা জঁকা, a Coway cate 3*, to make a guawing pit for sacrificial fire, a well, i decp sound, to have a painful biting vessel for water. sensation in the joints. কুণ্ডল, সূ, শ, {সং, কুড়, সঞ্চয় কী কাণত কুটকুটীয়া, বি. দৰা, কুটকুট কৰি কামোৰাৰ ওলমাই পিন্ধা এবিধ অলঙ্কাৰ, লোকাপাৰ, দৰে খং ভোলোৱা কথা কৈ দৰ ছল a kind of car ornament, an earring. fabr, quarrelsome, | কুণ্ডলিনী, স. শ. (সং. কুগুলি, কুগুল কুটকুৰ, বি. (অং. কুট, সৰুকৈ কা) চুটি, পিন্ধো) কুণ্ডল পিন্ধা তিৰোতা, দুৰ্গাৰ বাঢ়িব নোৱৰা, (চুলি বা ঘৰ ছোৱা খেৰত এক আকৃতি, a wonman wearing ear- 1925); short, stunted in growth rings, a form of Durga. (said of hair or grass). কুণ্ডলী, স. শ, (সং. কুণ্ডলি, কুণ্ডল, ঐ+ কুঠ, স. শ. (সং, কুষ্ঠ, এবিধ ৰোগ) পখৰা ইন, প্ৰত্যয়ী কুগুল পিন্ধো; সাপ, (সি বোগ, ছাল বগা পৰা বা ঘা হোৱা এবিধ মেৰ বান্ধি কুণ্ডলৰ নিচিনা হয় এতেকে); ৰোগ, বৰ বোগ, the leprosy. a man who wears earrings, a snake.