পৃষ্ঠা:হেমকোষ.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৫ কুকুৰু-দাত ই, স. শ. (সং. কোষ, ভালকৈ বাজ নোহোৱা ফুলৰ কলি) গজালি, অঙ্কুৰ; পোননই ওলাই অহা পাত, a shoot, a sprout, it young leaf just coming out of the bud. কুঁহিপাত, স. শ, নকৈ ওলোৱা কোমল পাত, a young and tender leaf. কুঁহিয়াৰ, স. শ. (সং. কুষ, চেপি ৰস উলিয়া) চেপি ৰস উলিয়াই গুড় কৰা এবিধ গছ, ইক্ষু; sugarcane. কুঁহিয়াৰ-শাল, স, শ, { অং. কুঁহিয়াৰ, ঐ+ শাল, যতন) কুঁহিয়াৰ পেৰা যতম, a sugar-mill. কুঁহিল, স. শ. পানীৰে অল যোৱা ঠাইত হোৱা এবিধ গছ, তাৰ গা কোমল আৰু সোপোকা, তাৰ দ্বাৰা কঠ কৰা যায়, a kind of plant growing on marshy ground and of which mats are nadle, Sola, কুঁহকুঁহীয়া, বি. (সং. কোষ্ণ, অলপ তপত + ঈয়া, প্ৰত্যয়। অলপ ভাপ উঠা; যেনে, কুঁহকুঁহীয়া জৰ, slightly warm (said of fever). কুকি, স. শ. এজাতি পৰ্বতীয়া মানুহ, a hill trihe. কুকুৰ, স. শ. {সং. কুকুৰ, এবিধ জন্তু) এবিধ সকলোৱে চিনা পোহনীয়া জন্তু; ঘৰৰ বেটা ধৰা খুঁটি, ( সি ঘৰৰ পিৰালিত কুকুৰৰ দৰে থাকে এতেকে সেই নাম); অধম নীচ মানুহ (গালি), a dog, a piece of wood with a votch on which is placed the bottom of a reed-wall to prevent it from slipp- ing a mean contemptible man, a term of abuse. (স্ত্ৰী) কুকুৰণী বা কুকুৰী। কুকুৰা, স. শ. (সং. কুকুট; বং. কুকুড়া, এবিধ চৰাই) এবিধ সকলোৱে চিনা ste, a species of gallinaceous bird, cock or hen. (স্ত্ৰী) কুকুৰী। কুকুৰাচোৱা, স. শ. (অং. কুকুৰা, ঐ+চোৱা, পোহা) চাউড়াং, ৰজাৰ আজ্ঞাৰে প্ৰাণ- বধ কৰে; ৰজাৰ আৰে জগৰীয়া মানুহক ধৰি আনোতা, (অসম ৰজাৰ দিনত এই কামৰ নিমিত্তে এক শ্ৰেণী মানুহ আছিল, ইহঁত অতি নীচ জাতিৰ আৰু ৰজা আকতীয়া থাকোঁতে বজাৰ চাংমাই-শালৰ নিমিত্তে সিহঁতে কুকুৰা যোগাইছিল এতেকে সেই নাম ), a hangman, a constable under the Ahorn Rajas. . কুকুৰা-ডাহী, “উঁহী ” চোৱা। কুকুৰাপখীয়া, স. শ, কুকুৰাৰ জ্বৰ নিচিনা ৰঙ্গা ফুল ধৰা মৰিচা জাতিৰ এবিধ গছ আৰু তাৰ ফুল, a species of plant bearing red silky towers resembling the coxeoml) and its Hower. কুকুৰাপুহীয়া, স. শ. (অং. কুকুবা, ঐ+ পোহ, পালন কৰ) কুকুৰা চৰাই পোহা মানুহ, one who rears fowls. কুকুৰী, স. শ, { অং. কুকুৰ আৰু কুকুৰা শব্দৰ স্ত্ৰীলিঙ্গ) মাইকী কুকুৰ, মাইকী কুকুৰা, a bitch, a lien. (বৰ চলিত নাই। কুকুৰীকণা, বি. (অং. কুকুৰী, মাইকী কুকুৰা + কণা, অন্ধ ) চৰাই যেতিয়া নেদেখা হয়, তেতিয়া নেদেখা হোৱা, গধূলি-কণা, night-hind. স. শ. গধুলি নেদেখা হোত মানুহ, a man who cannot see in the evening. (স্ত্ৰী) কুকুৰীকাণী। কুকুৰীকা, স, শ, গধূলি চকুৰে নেদেখা হোৱা বোগ; ৰাতি দৃষ্টি শক্তি চা ৰোগ; যেনে, গধূলি হলে চৰাইৰ কুকুৰী- 4o antust, a disease which dims the eyes in the evening, temporary Llindness at night. কুকুৰীপিটা, বি. (অং. কুকুৰী, মাইকী কুকুৰ + পিটা, আঘাত কৰা) গালিৰ দ্বাৰা বৰ অপমান পোৱা; যেনে, অমুক parfoto praca, put to great sluame by abuse. কুকুৰ-দাঁত, “দাত” চোৱা।