পৃষ্ঠা:হেমকোষ.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কীট কীট, স. শ. (সং. কীট, বৰণ লগা) পোৰ্ক, fx, a worm, an iosect. কীদৃশ, বি. (সৎ, কিম, কেনে+ দৃশ, দৃষ্টি ক) কেনে, for cetate, what like. কীৰাং, স. শ. (সং. ক্ৰীড়া, ধেমালি বৰ হাই কৰি কৰা ধেমালি, a noisy play, mirth. কীৰ্ত্ত, স. শ. (সং. কীৰ্ত্তন-কৃ, প্ৰশংসা ক } গুণ বৰ্ণনা, গুণ-গান; অনেক মানুহ গোট খাই ভোজন-পান কৰি কৰা ধেমালি, ( পৰিহাসত ); tle aet of singing the praise or proclaiming the good yealities of some one, merry-snak- ing, carousal. কীৰ্তন কৰ, গুণবৰ্ণ, প্ৰশংসা কৰ, to praise. . কীৰ্ত্তন ঘৰু, স. শ. (সং, কীৰ্ত্তন, গুণগান + অং. ঘৰ, গৃহ) এই দেশৰ বৈষ্ণৱবিলাকৰ ঈশ্বৰ-উপাসনাৰ ঘৰ, a place of worship of the Vaisnavas of this country, কীৰ্তি, স. শ. (স’- কীৰ্তি-~-কৃ, খ্যাত ক) যশস্য, সুখ্যাতি, সজ নাম; নাম জুলাই এখ। কাৰ্য বা বস্তু; যেনে, শিৱসাগৰৰ পুখুৰি অসম ৰজাৰ কীৰ্ত্তি, fame, renown; some thing that prescives the memory of a person. কীৰ্ত্তিমন্ত, বি. (স. কীৰ্ত্তি, যশষ্য+ মস্ত, কীৰ্ত্তিমান, যুক্ত। যশস্যৱন্ত, খ্যাতিমন্ত, fanivus, renowned. কীৰ্তি-স্তম্ভ, স. শ. (সং, কীৰ্তি, যশ+স্তম্ভ, খুঁটা) কোনো লোকৰ নাম বা কোনো কাৰ্যৰ কথা চিৰকাললৈ জলাই ৰাখিবলৈ ইটাৰে বা শিলেৰে গথা খুটাৰ আকৃতিৰ পকা, a motiument. কু, বি. (সৎ, কু, অব্যয় শব্দ) মন্দ, অধম, নীচ; যেনে, কু অভিলাষ, কু আচৰণ, কু আশা, কু অভ্যাস, কুপথ, কুকৰ্ম্ম Aut; bad, vile, contemptible. কুঁকি, স, শ. (সং, কুকি, পেট, ৰ নিচিনা এজেকে পৰ্বতীয়া মানুহৰ হোৰা, ফুল তুলি খোবা মুখ-বহল, তললৈ ঠেক এবিধ কুৱৈলতা কাঠীৰ পাত্ৰ; (1) a basket usefl by the hill tribes for carrying burdens on tle back, (2) a small conical ftower basket. কুঁচিয়া, স. শ. (সং. কুঞ্চিকা, এবিধ জন্তু } বামী মাছৰ নিচিনা বোকাত থকা এবিধ , a tish shaped like an ee (Uni- bran chapertura cuncliya). কুঁচুনী, “কোচ” চোৱা। কুঁজ, স, শ. (সং. কুজ, পিঠিত ভাজ থকা মানুহ } পিঠিয়ে ভঙ্গ লৈ হোৱা উঠঙ্গা; তাৰ আকৃতিৰ অন্য উঠঙ্গা, a hun on the lack, a protuberanco resembling a lump. কুঁজ, বি. উঠা-পিঠীয়া, কুঁজ থকা, গা পোন কৰিব নোৱৰা, বেঁকা, lunplacked, bowel uyer; crooked. , *. foto কুঁজ থকা মানুহ, গা পোন কৰিৰ নোৱৰা tax, a man with a lump on the back or bowell orer. () 11 কুঁজী-থেকেৰা, স. শ. (অং. কুঁজী, কুজ থকা + থেকে, এবিধ ফল ) কাউ-থেকে, (সি বাড়ৰ চুটৰ দৰে অলপ বেঁকা); a kind of acid fruit. “থেকে চোৰা। কুঁটী, বি. স. শ. “কোটা” শব্দৰ স্ত্ৰীলিঙ্গ। কুঢ়, স, শ, (সং. কুণ্ড, পানীৰ নাদ) ডুবি, নৈৰ বা বিলৰ দ ঠাই, the deepest part of a river or lake. কুঁৱৰী, (সং. কুমাৰী, ৰজাৰ জী) ৰজাৰ ভাষা ath, a queen, a king's consort. কুঁৱলী, (সৎ- কুহেলী, মাটিৰ পৰা উঠা বাষ্প। মাটি বা পানীৰ পৰা ধোৱাৰ দৰে পাতল হৈ উঠা গানী, inist, fog. কুঁৱাকুঁই, বি. (বং কুআশা, কুঁৱলী) কুঁৱলীৰ দ্বাৰা আবৃত, কুঁৱলীৰ দ্বাৰা এন্ধাৰ হোৱা, fogey, misty. স, শ, কুঁৱলীৰ দ্বাৰা হোৱা অন্ধকাৰ; যেনে, কুঁকুঁইত একো নে- cafe, haziness. কুঁৱলতা, স. শ. (অঃ, কুঁৱৰী, ৰজাৰ ঘৈণী; কুঁৱৰীৰ দৰে কোমল) এবিধ লতা, a kind of creeper.