পৃষ্ঠা:হেমকোষ.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাণ-বিন্ধনি ১৭১ কাথ কাণু-বিন্ধনি, স. শ. (অং. কাণ + বিন্ধনি, ফুটোৱা) কৰ্ণবেধ, কাণ ফুটোৱা কাৰ্য্য, the ceremony of boring the ears. কামাদল, স. শ. (অং. কাণ + মাদল, ঢোল বিশেষ) কাণৰ ভিতৰত থকা পাতল ঢোলৰ তলৰ নিচিনা ছাল, যত বাহিৰৰ ধ্বনিৰ খুন্দা লাগি শব্দৰ বোধ জন্মে, the car-drum. কাণমূৰালি, স. শ. (স. কৰ্ণমূল, এবিধ কাণৰ লোগ ) এবিধ কাণৰ ভিতৰত হোৱা খহু, tersity, a cliscase of the ear. কাণ-সতি, স. শ, (সং. কৰ্ণলতিকা, কাণৰ কাণৰ-লতি, তল ভাগ) কাণৰ তলভাগ, কাণৰ অলঙ্কাৰ পিন্ধা ভাগ, the love of the car. . কাতা, স. শ. (অং. কাণ, ঐ + সটা, ট} গলিব পাচৰ, আৰু কুমৰ তলৰ ঠাই, (ত কাণৰ গুৰিৰ চুলিবিলাক ধুপ খাই থাকে, এতেকে সেই নাম, “সটা” ৰ “টত ” “” ), the temple. কাণ-সৰালি, স. শ. (অং. কাণসাৰ, কাণ- পতা, মন দিয়া আওকাণ কৰাৰ দৰে মনে মনে থাকি কাণ পাতি শুনা কাৰ্য, লোকৰ কথা শুনিবলৈ মনে মনে কাণতি থকা কৰ্ম; যেনে, কাণৰালি মাৰি শুনি 14577, listening in silenüe while pretending not to hear, liearing silontly what is going on among others, . কাণ-সৰালি মাৰ, মুশুনাৰ ভাৱে মনে মনে a ante, to listen while pretend- ing not to hear. কাসাবু, স. শ(অং. কাণ, ঐ+ সাৰ, জাগ্ৰত অৱস্থা কথাত মনোযোগ কৰা বা কাণ প কাৰ্য্য; যেনে, দুখীয়াৰ কথালৈ ডাঙ্গৰে কাণসাৰ নকৰে, the aet of listening or paying attention to what is statel. . কাত, বি. (সং. ক, বেয়া+তৰ পাৰ হোৱা) ঋড়িত, দুখিত, বাকুল, dis- tressed, perplexect. স.. বিনয়, দুখেৰে ব্যৰ হৈ কৰা প্ৰাৰ্থনা, earnest supplier tion. . কাতৰোক্তি, স. শ. (সং. কাতৰ, ব্যাকুল উক্তি, বাক্য) ব্যাকুল হৈ কোৱা কথা, দুখেৰে কৰা বিনয়,atnest supplication. কাতি, স. শ. (সং. কাৰ্তিক, এটা মাহ) সপ্তম its, the seventh month of the Hindu calendar October November Kartik, কাতি, বি. (বং. কাইত, হলনীয়া) এঢলীয়া, এবৰীয়া, এতি চাপৰ, ৯ suit. স. শ sta ptfc, a side of the body. কাতিকৈ, ক্ৰি. বি. এটলীয়াকৈ, এফলীয়াকৈ, aslaut; aside. কাতি-কুল, স. শ. (অং.. কাতি, গাৰ পঁতি +কুত, অনু,) ইদাতি-সিদতি, ইফাল- সিফাল, লৰচৰ, the act of turning from one side to another. কাতিনেউলী, স. শ. (অৎ, কাতি, কাতি- মাহ+ নি, লৈ যা; কাতি মাহত দাই নিয়ায়, এতেকে) কাতি মাহত পকা এবিধ stret sta, a kind of paukly which ripens in Kartik (কামৰূ.) কাতিশালি। কাতি শতা, স. শ. (অং. কাতি, এটা মাহ+ শতা, লালী বৰষুণ) কাতি মাহত হোৱা লালীবৰষুণ, continual ruin for several days in the month of Kartik. . কাতী, স. শ. (সং, কৰ্তৰী, কাপোৰ আদি কটা কটাৰী বিশেষ কাপোৰ আদি পাতল বস্তু কটা এবিধ যুৰীয়া কটাৰী, a pair of scissors. কাতী, সু. শ. কাতিত জন্ম মানুহৰ নাম; যেনে, কতীয়া কলিতা, the name of a man born in Kartik, কাতে, ক্ৰি. বি. (বং কাতৃ, বাবে) মূল্যৰ বাবে { হিচাবত ব্যৱহাৰ); যেনে, দুখান কাপোৰৰ কাতে ৫১ টকা, on ae- count of. কাথ, স. শ. (সং. কায়স্থ, মানুহৰ এটা গতি) প্ৰধান শ্ৰেণীৰ শূদিৰ, a higher class of Sudras, “কাম” চেঞ্জ।