পৃষ্ঠা:হেমকোষ.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাণি-দুৱৰীকৈ। ১৭ কাবালা। বাহিৰৰ পৰা ভিতৰলৈ ভালকৈ নেদেখাকৈ জপোৱা, অলপকৈ মেলা { দুৱাৰ খাটে), দুৱাৰ খান কাণিদুৱৰী হৈ আছিল, stand ing ajar. . কালি-দুৱৰীকৈ, ক্ৰি. বি. অলপকৈ মেলি { দুৱাৰ), ajar. কণিমুনি, বি. (অৎ, কণামুনা, বৰ এন্ধাৰ) বৰ এন্ধাৰ; একো নেদেখ, dark, abseure. স. শ. ধেমালিত লগৰীয়া লৰাই যেন ধৰিব নোৱাৰে এই কাৰণ চকু মুদি মাৰি জোকৰা কাৰ্য, the act of brand- ishing a stick with closed eyes in play so as to prevent play-fellows from approaching , কাণী, “কণা” চোৱা। কাণে, ক্ৰি. বি. কাণৰ বাটে; যেনে, কাণে নু 01, by or through the ear, কাণে-কাণে, ক্ৰি. বি. (অং. কাণে, কঁাতিতে ) নিয়মিত সময়ৰ মূৰতে; যেনে, সি কাণে কাণে পালেহি, কথমপি; যেনে, কাণে কাণে সাৰিলো। মূৰে মূৰে; যেনে, বস্তুৱে ভোজলৈ কাণে কাণে আঁটিলে, just iu time, barely. কালে-কাণে, ক্ৰি. বি. (অ. কাণ, শুনা ইন্দ্ৰিয়) কাণত মুখদি ( কথা কোৱাত খাটে); তেওঁ কাণে কাণে কলে, putting one's mouth to the ear of another (said of whispering). কাণে-কামাৰি, ক্ৰি. বি. (অং. কাণে, পঁতিতে +কণমাৰি, ধাতি দি) কাণে-কাণে, কোনো প্ৰকাৰে, barely, narrowly. ফাকটা, বি. (অং. কাণ, শ্ৰবণ+কটা, ছেদন কৰা) যাৰ কাণ নষ্ট কৰা হৈছে; কাণ নষ্ট কৰা বৰ অপমানৰ কথা, এতেকে জেনে অপমান যাৰ হয়, সি অন্য অপ- মানলৈ ভয় নকৰে, এই ভাৱৰ পৰা “কাণ- কটা” শব্দ নিলাজ বা অপমানলৈ ভয় নকৰা বুজায়, having a slit ear, It was the custom in the days of the Rajas to slit the ears of persons found out in intrigues with mar- ried women, hence shameless. 7. st. নিলা মানুহ, a shameless man,(স্ত্ৰী) কাণকাৰী। কাণ-কুৰিকা, স. শ. এবিধ পিঠি-কলা বুকু বগা শালিকাৰ নিচিনা চৰাই, a species of bird. কাণখৰিকা, স. শ. (অং. কাণ, ঐ+খৰিকা, কাঠী) কাণ খজুওৱা মুখ বেঁকা কাঠী, an instrument used for cleaning the ear. কা-গাঁ,। স. শ. (অং- কাণ, শ্ৰৱণ+ গাৰ, কাণগড়, খই) কাণৰ বিন্ধাৰ ভিতৰত হোৱা খহু, a boil in the ear, a disease of the ear. কাণ-ঘোঁকটা, স. শ. (অৎ কাণ, ঐ+ঘো- কটা, খেচৰা), see কাণ-খৰিকা। কাটাহা, স. শ. (অং. কাণু, ঐ +টাহা, টাহ মৰা বেদনা} কাণ-ভাল লাগি যোৱাকৈ কাণঃ মৰা চাপৰ, a sla] struck on the temple, কাণ্ড, স. শ. (সং. কণ, শব্দ কৰ) কড়, পুথিৰ ভাগ, অসাধাৰণ কাৰ্য বা ঘটনা, an arrow, a division of a book, an accident, an unusual occurrence. কাণ-ভাল, স. শ. { অং. কাণ, শ্ৰবণ + তাল, ক) ভাজৰ শব্দৰ দ্বাৰা কাণত লগা Cata1, the state of being stunned. কাণু-পাখি, স, শ, (অং. কাণ, ঐ+পাখি, চৰাইৰ গা-ঢাকনী। পাখিৰে সজা কাণ- ঘেকটা, মাছৰ গালৰ ওচৰৰ পাখি, all ear cleaner made of or tipped-with a feather, the pectoral fin of a fish. কা-ফুল, স. শ. (অং. কাণ + ফুল, পুষ্প) এবিধ কাণৰ অলঙ্কা, a kind of ear ornament. কাণ-বাগৰা, বি. (অৎকণ+ বাগৰা, এঠাইৰ পৰা আনঠাইলৈ যোৱা এজনৰ কাণৰ পৰা আম এজনৰ কাণলৈ যোৱা, লোকৰ মুখে শুনা, hearsay, heard froin another, কাপ্‌-বালা, ২. শ. (সং. কৰ্ণ বালিকা, কাণৰ অলঙ্কাৰ) এবিধ কাণৰ অলঙ্কাৰ, a find of Ear-ring. :