পৃষ্ঠা:হেমকোষ.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাদম্বৰী। ১৭২ কাপ কান্ত, স. শ. (সং. কম্, বাঞ্ছা ক) স্বামী, পতি, a husbandl. (খ্ৰী) কান্তা, a wife. বি. প্ৰিয়, সুন্দৰ, beautiful. কান্তাৰ, সশ, (সং. কান, কেননা এজন+ তৃ, গমন ক) দুৰ্গম বাট, বেয়া বা ( কোনো কোনো লোকেহে যাব পাৰে, সকলোৱে নোৱাৰে এতেকৈ }, a bad or impracticable road. . কান্তি, স. শ. (সং. ক, বাঞ্ছা কৰ), দীপ্তি, প্ৰকাশ; শোভা, splenclour, light, beauty. কান্তিমন্ত, বি. (সং. কান্তি, শশাভা, প্ৰকাশ+ মন্ত, যুক্ত) শোভাযুক্ত, দীপ্তি- TE, beautiful, splendid; shining. কান্তিময়, বি. (সং. কান্তি, শোভা, প্ৰকাশ। ময়, স্বৰূপ) শোভাযুক্ত, প্ৰকাশন, vide supra. কাদম্বৰী, স. শ. (সং, কদ, কদম ফুল) ফুলৰ মোৰ পৰা হোৱা এবিধ মদ, a kind of intoxicating drink made from honey. কাদম্বিনী, ২. শ. (সং.. কদম্ব, কদম ফুল } কলা মেঘৰ শ্ৰেণী, বৰষুণ আনিবৰ সময়ৰ ভাঠ মেঘৰ ডাঙ্গৰ বখলা, a large mass of black clouds. কা, স. শ. (সং. স্কন্ধ, বাহুৰ মূল) বা বিচনিৰ ওপৰৰ ভাগ, বাহুমূল, খুটাৰ মূৰৰ centar qyte, the shouller, a notch cut at the top of a post, &c. কান্ মাৰ, কান্ সলাই, ভাৰ ল, to slift : burden from one shoulder to the other. কানমাৰি, স. শ. { অ৭. কান, কান্ধ + মাৰি, টাঙ্গন) কানত ভাৰ নিয়া বাঁহ বা কাঠ, ভাৰ-মাৰি; টোলোঠাৰ মূৰ ধৰা মাৰি, & polc for carrying a burden on the shoulder, a stick attached to either end of a bean of the native loom. কামন, স. শ. {সং. ক, দীপ্তি কৰ) হাবি, অৰণ্য; উপবন, মানুহে বোৱা গছনি, wiklerness, a jungle, a grove, gar- den. কাগো, স. শ. (যা.) দেশৰ কোনো গৰ মাটি আৰু তাৰ ৰাজহৰ লেখ ৰাখো TYC2Ytl, an officer who keeps ac- counts connected with lands. কানি, স. শ, (বং কানি, ফটা কাপোৰ } ফটা কাপোৰ, ফটা কানিত লগাই থোৱা আকুৰ আঠা; এতেকে আফি, at rag, opium formerly collected on strips of eloth, opium. কানি-কাপোব, “কাপোৰ-কানি ” চোৱা। কানীয়া, বি. (অং. কানি, আফুৰ আঠা) কানি-খোৱ, opium eating. স. শ. কানি Centen HER, an opium eater. (*) কানীয়ানী। কাল স. শ. (যাং.) নিয়ম, আইন, ৰাজ্যৰ fify, a law. কান্দ, স. শ. (সং. ক্ৰন্দন, কন্দ) শোকত কান্দনি, বা দুখত চকুৰ লো উলিও Fth, fazott, the act of crying or weeping, , কান্দনিকলাই, স, শ, (অ. কান্দনি, কলা +কলাই, ক্লান্ত হোৱা) কেঁচুৱা লৰাৰ কান্দি থকা বেগ; পেটত কিবা বেদনা হোৱাত লৰাই সহিব নোৱাৰি বৰকৈ কান্দি থাকিলে মানুহে তাক এটা অপদেৱতাৰ পীড়া বুলি ভাবে; এতেকে সেই দেৱতাৰ নাম “কান্দনি কলাই” হৈছে, an infantile disease in which the child cries much. It is supposed to be caused by an evil spirit. কান্দু, বি. কান্দি থকা, incessantly crying. (স্ত্ৰী) কান্দুৰী। কা, স. শ. (সং. কুদ্ধ, বাহুমূল। কান, the shoulder. কান্ধুলি, স. শ. এবিধ সৰু চেপেটা মাছ, a species of flat fish. (Mystns Kaperat). কাপ, স. শ. (বং. কাপ, লেখনীৰ আগ ডোখৰ) লেখনী, লিখা কাঠী, a pen. কাপ, বেতৰ আটি, (তাত প্ৰায় পাঁচ চিৰা