পৃষ্ঠা:হেমকোষ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাকা। লিখা কাকতৰ ৰা বেচা বা কিনা; যেনে, moeten wit, bound by a bond, or written agreement, bought or sold on written document; 7. শ, তুলাপাত্ কৰে বা বেচো, a dealer in paper. কাকবন্ধ্যা, স, শ. (সং. ফাকৃ, কাউৰী+ বন্ধ্যা, বাজী) এবাৰ সন্তান হৈ আৰু নোহোৱা তিৰোত,বিয়ৈ-বাজী, a woman who becomes barren after the first child. কাকা, অনুক, কাউৰীৰ নিচিনা শব্দ, an imitative sound repeated and used to express the cawing of a crow, কাকিনি, বি. বৰ দীঘল, লেঙ্গ, যিমান ও হোৱা সম্ভৱ সিমান হোৱা { মোল গছত খাটে ), very high and slendler (saich of a betel nut tree). কাকুবাদ, স. শ. (সং. কাকু, ভয় বা বেজাৰৰ মাত+ বা, কোৱা কাউবাউ, ভয় বা বেজাৰেৰে কৰা মিনতি, humble sup- plication. কাকুতি, স. শ. (সং. কাকূক্তি, কাকুবাদ) কাউউ, কাকুবাদ, মিনতি, humble supplication. কাকো, স. শ. (সং. কাক, কাউৰী-- কাউৰীৰ ঠোটৰ নিচিনা) সোণাৰিৰ Coltati, goldsmith's pincers. কাকৃচৰিত্ৰ, স. শ. (সং. কাকচৰিত্ৰ, কাউৰীৰ স্বভাৱ ) কাউৰীৰ মাতৰ দ্বাৰা মানুহৰ শুভাশুভ জানিব পৰা বিদ্যা, সেই বিদ্যা farcetat effet, divination by the cawing of a crow, a work treating on the subject. কামাটি, স, শ. “ক” চোৱা। কাছ, স, শ. (সং. কচু, দীপ্তি কৰ) বালি আৰু খালোনৰ ঘষাগত হোৱা এবিধ ফটুফটয়া আৰু ঠুনুকা বদ্ধ; আন্তৰ ন- লগোৱা আৰ্চী, glass, কা, স. বা. (সং. কাচ, বান্ধ) বান্ধু, এই ধাতুৰ ক্ৰিয়াই, “পাৰ” বাছুৰ জিয়াৰে লগ লাগিলে, কাপোৰ পিন্ধা আৰু ধুনমৰা বা সষ্টম হোৱা বুজায়; যেনে, কাচিছে, পাৰিছে, কাচি-পাৰি, to dress (always followed by 9): কাচমতী, স. শ. (কাঞ্চনৱতী, আগৰ কালৰ এজনা সুন্দৰী ভিৰোতাৰ নাম) সুন্দৰী তিৰোতা, (পৰিহাস ); a beautiful woman (in jest). কাচ, স, শ, (সং. কাৰ, মহ) আসাম দেশৰ ভাল জাতিৰ মহ, a buffalo of the best breed. কচি, স. শ. (বং কান্তিয়া; হিং, কাচিয়া, ধান দোৱা কটাৰী মুখত দাৰ থকা porta fatara, a sickle কাচিদৰীয়া, বি. কাচিৰ দাৰৰ নিচিনা, notch- ed like the edge of the above. কাছ, স. শ. {সং. কচ্ছপ; হিং, কচ্ছু; বং কাছিম, এবিধ দ্বিচৰ জন্তু) এবিধ সকলোৱে চিনা পানীৰ জন্তু; তাৰ অনেক বিধ TC, a tortoise, a turtle. কাছাৰি, স. শ. (হিং. কচহৰী, ৰাজহুৱা কাছাৰী, কাৰ্য্য কৰা ঘৰ } ৰাজহুৱা কাৰ্য্য কৰা ঘৰ, বিচাৰৰ ঠাই, a public office, a court house. কাছুটি, স, শ. (সং, কচ্ছোটিকা, চুৰিয়াৰ পোঙ্ক; হিং. কছৌটি, সেটি) সামান্য মানুহৰ সৰু চুৰিয়া, ব্যঙ্গাৰ্থত ডালৰ লোকৰ চুৰিয়াকো বুজাই; যেনে, ‘ডাঙ্গৰীয়াই কাছুটি এৰিলে,” এতেকে সৰু মেখেলা; a small waist cloth wom by the lower order of people. কাজ, স. শ. (সৎ কাৰ্য্য; প্ৰা. ক; হিং. বং, কাজ, কৰ্ম্ম) কাষ, বন; আদ্য 2, work, business; funeral cere- monies performed on the eloventh day after the death of a Bralimin and at the end of a month after death in tho caso of Sudras. কাজল, স, শ. {সং. কঙুল, চাকিৰ ছাই) চকুৰ পিঠিত ঘঁহা চাকিৰ ছাই, অঞ্জন। অলপ নীল বৰণীয়া এবিধ ফেটি-লোৱা