পৃষ্ঠা:হেমকোষ.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাজলী কাঠ-আচিনাই।

th, lamp black used as a colly. rium a kind of bluish earth rised in marking the forchcad by females. কাজলী, “কজল,” চোৱা। কাজি, স. শ. (বাং.) মছলমানৰ বিচাৰক, a Mahammedan Judge. কাজী, স. শ. { অং. কাজ, কৰ্ম্ম ) বব কাটিব way feratul, a woman well versed in weaving and spinning. ff. 79- to all versed in weaving and spinning . কাজুৱা, বি. { অং. কাজ, কৰ্ম্ম) কামত নিপুণ, কাম কৰিব জনা (পুং. স্ত্ৰী ), skilful, কাজুঙ্গী, বি. { অং. কাজ, কাম+ভাগী, অংশ পোৰা) কামত নিপুণ, কাম কৰিব stat (921), skilful, well acquaint- ed with one's work. কাঞ্চ, স. শ(সং. কঞ্চ, দীপ্তি কৰ} সোণ, সুবৰ্ণ; এবিধ ফুল, gold, a kind of flower. কাটু, স, ধা. {সং. কৃত, হিং, কাটনা; বং কাটন, ছেদন কৰ} ছেদন কৰ; মাজেদি আঁচ মাৰি লোপ কৰ ( আখৰত খাটে); সূত কৰু, to eat, to sever, to spin. কাট, কদ, স. (অং. কাটু, ছেদন কৰ) চোক, ধাৰ; ছেদন, sharyness, edge, the act of eutting. স, শ, সোণ-ৰূপত ফুলতলা, নৰনিৰ নিচিনা সোণাৰিৰ অন্ত্ৰ; মাজখাল চাৰি দাঁতিত ধাৰ থকা চাকলি কটা যতন বিশেষ, an instru- ment used by goldsmiths, a punch. বি. চোকা, sharp. কাটনি, স. শ. (অং, কাটু, সূতা ক) পাট সূতৰ ব্যৱসায় কৰা এজাতি মানুহ, যুগী, a class of men in Assam who deal in silk. কাট, স, শ, (অং, কাট, ছেদন কৰ) কটল, অলপ দিনৰ নিমিত্তে লগোৱা ৰাজহ, মাটিত বাজে আন বস্তুত লগোৱা ৰাজকৰ, a tax or cess. কাটুকুই, স. শ. { অং. কাট, অশুদ্ধ আখৰ গুটা+কুট, চিন দি) অশুদ্ধ শব্দ কাটি শুদ্ধ কথা ওপৰত তুলি দিয়া, কাকতৰ অশুদ্ধ শোধন, orrections made in a paper. কাঠ, স. শ. (সং. কাষ্ঠ, কটা গছ) কটা গছ, pel, wood, timber. কাঠ বান্ধ বা কাঠ মাৰ, কাঠৰ দৰে টান হ, to be hardened. কাঠনি, স, শ, (অং. কাঠ, ভাল কাঠ হোৱা গছ, ডাঙ্গৰ গছ) ভাঙ্গৰ গছৰ হাবি, গছনি, a forest. কাঠ, স, শ, (হি. কটু, কাঠৰ গঁড়াল) কাঠৰ গঁড়াল, কাঠৰ জন্তু থোৰা ডাঙ্গৰ সজা, বিচাৰকৰ আগত পদকীয় পিয় eta e, a wooden cage for ani- mals; a bar in court where pri- soners stand. কাঠৰীয়া, স. শ. (অং. কাঠ, কাঠ, বং কাঠু- ৰীয়া, কাঠ কাটোত) কাঠ-কটীয়া, a woodman, a woodcutter, কাঠিয়ক, বি. (অং. কাঠ, কাঠ +য়ক, প্ৰত্যয়। কাঠকে ভেদন কৰিব পৰা, এতেকে কামত বৰ নিপুণ, পাৰ্গত (প্ৰায়ে পবি- হাসত ), very skilful in jest). কাঠী, স, শ, { অং. কাষ্ট, ঐ+ঈ, প্ৰত্যয়। কাঠ বা বাহৰ পাতল চেপেটা শলা, দুহাত cetera quta ata, a thin piece of bamboo or wood used in making wicker work, a mcasuring rod two cubits long . কাঠীজাল, স. শ. (অং. কাঠী, ঐ+জাল, মাছ ধৰা যতন) এবিধ মাছ ধৰা জাল, a kind of fishing net. কাঠ-আজিনাই, স. শ. (অৎ, কাঠ, কাঠৰ কাঠ-আচিনাই, নিচিনা টান+আজিনাই, চকুৰ পিঠিত হোৱা কেঁাহা) গাত হোৱা এ- বিধ টান সৰু কেঁাহা; সিনপকে, মুফুটেও, আৰু এটা হলে অনেকটা হয়, a wart.