পৃষ্ঠা:হেমকোষ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাকতীয়া। যুৰা মূৰত খাঁজ-কটা কাঠ, পালী ভীম, the minor roller of an Assamese sugar-mill. কঁথি, স. শ. (সং. কাস্তি, শোভা) বেৰৰ বাহিৰে বঢ়োৱা চালৰ তলৰ ঠাই, আগ- চালি, আওল, a verance, pent house, the caves of a house. কাৰ, স. বা. সং. কড়, শস্যৰ চোকোৰা কড়, চা) চাউল মাহ আদিৰ মলি গুচা, শস্য পৰিষ্কাৰ কৰু, to clean, as grain. কাৰ, স. শ. (সং. কাণ্ড) ধেনুৰে মৰা অস্ত্ৰ বিশেষ, কড়, an arrow. কাৰি, স. শ. (অ. কাৰ, শৰ) মাছৰ দৰে পিঠি উলিয়াই পানীৰ তলে কৰা গতি; যেনে, মাছে কৰি দিছে; সেই দৰে গতি কৰোতে পানীত হোৱা চিন, tle move- ment on the snrface of water which appears when a fislı is swimming underneath. কাৰী, বি. (অ. কাৰ, ঢেকী বা উৰালত পৰিষ্কাৰ কৰ) পবিষ্কাৰ কৰা, চোকোৰা গুচোৱা { শসাত খাটে); যেনে, কাৰী 07154, cleaned, said of grain. কাৰী, স. শ. (সং. কাৰীষ, শুকান গোব- সমূহ) গোবৰব দাম, a dunguill. কাৰী, “কাঁড়ী" চোৱা। কাৰচুপ, স. শ. (যৎ.) এবিধ উত্তম গুণাৰ Ya, a superior kind of embroidery. কাফাই, স. শ. (অং, কাৰ, শৰ+ফাক, কাফাই ধেনু লগোৱা কাঠ) এচটা কাঠব মাজে পথালিকৈ সুমোৱা এবিধ ধেনু,

  1. cross-bow.

কালা, ল, শ, { অং. কাৰ, শৰ+শলা, বাহৰ গোটা কা) এবিধ সৰু সাপ, a kind of small snake. কা, স. শ. {সং. কাস, এবিধ ধাতু) বাং আৰু তাম মিলাই কৰা এবিধ বগা ধাতু। সেই ধাতুৰে কৰা এবিধ বাদ্য, hell metal; a gong. কহ পৰি জিম যা, কাঁহৰ পাত্ৰ মাটিত পৰিলে যেনেকৈ বৰ শৰা উঠি পুৰ মাৰ যায়, সেই দৰে বৰ হাইৰ পাচত কোনো শব্দ বা মাত নাইকিয়া হ; যেনে, দৰা ওলাই গলত বিয়া-ঘৰত কাঁহ পৰি জিন গল, to prevail as a dead silenec after a great noise. কাহী, স. শ{অং.. কাহ, এবিধ ধাতু) কাঁহৰ পাল, ভাত খোৱা পাত্ৰ, a metallic dislı or platc. কা, স. শ. (সং. কাক-কা, অনুক+কৈ, শব্দ কৰু, কা শব্দ কৰে, এতেকে) কোৱা, কাউৰী, a crow. (স্ত্ৰী) কাকী। কাক, স, শ, (যাং, কাঘজ; ব, কাগজ, ভুলাপাত) তুলাপাত; চিঠি; কোনো এক লেখা, টুer; a letter; a document. কাকতী, স. শ. (অং. কাক, লেখা) লেখক, লেখাৰু, লেখাই যাৰ বাৱসায়; অসম ৰজাৰ দিনত এই নামেৰে এক শ্ৰেণী মানুহ আছিল সিবিলাকে মানুহ, মাটি আৰু উপ্তন, ভগনৰ লেখ ৰাখিছিল। দেশৰ সৰু এগৰ লেখ-বুজ কৰা যাৰ বাব, তেওঁ টাঙ্গনি-কাকতী আৰু কেইবা জন টাঙ্গনি কাকতীৰ ওপৰত এজন-বৰ কাকতী আছিল, বৰ কাকতীৰ সংখ্যা আঠ জন, a writer; a class of men in the court of the Assam Raja, whose cluty was to keep accounts of all land and raiks (serfs) the account- ant of a sub-clivision was called Tangani Kakati and over several of them there was a Bar Kakati or Head-accountant. কাকতী ফৰিং, স. শ. (অং. ফাকতী, লেখক + ফৰিং, এবিধ পাখি থকা পোক) পাখিত আখৰৰ দৰে চিন-পক এবিধ ফৰিং। ই কোনো কোনো সময়ত জাক পাতি আহি মানুহৰ শস্য নষ্ট কৰে, ৪ spccies of locust. কাকতীয়া, বি. (অং. কাকত, লেখা) লেখা অঙ্গীকাৰৰ দ্বাৰা আৱদ্ধ, খত লিখি দিয়া; যেনে, কাকতীয়া বন্দী; কাকত লেখা।