পৃষ্ঠা:হেমকোষ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একেমুখে ১২৯ এগলধা 4 2 একেমুখে, ক্ৰি. বি. একে বাক্যেৰে, একে কথাৰে; যেনে, সাক্ষীববাবে একেমুখে 7C1, with one voice. একেৰাহে, ক্ৰি. বি. (অৎ, একে+ৰাহা, বাট, প্ৰকাৰ) একেদৰে, ছেদোদ নোহোৱাকৈ, লৰচৰ নোহোৱাকৈ, without interru] tion. একেলগে, ক্ৰি. বি. পৃথক নোহোৱাকৈ, সঙ্গী be, in company একেশ্বৰ, বি. (সং. একেশ্বৰ, এজনা ঈশ্বৰ) লগ-নক, অকল, সঙ্গী নথকা, aloe, having no companion. একেশ্বৰবাদী (বা), বি. (সং. একেশ্বৰ, এজনা ঈশ্বৰ + ৱাদি, বোলা) এজনা ঈশ্ব- 77 aj, unitarian, monotlcistical. একেশ্বৰে, ক্ৰি. বি. অকলৈ, সঙ্গী নথকাকৈ; যেনে, “একেশ্বৰে গৰ্ত প্ৰবেশিল গৈ,


**4, alone.

একেষধ, স. শ. (সং. এক + অক্ষৰ, এটা আখৰ) এটা শব্দ, এটা মাত, ple voict. একৈয়, বি. (সং.. ঐকাহিক, এদিন থাকি এপিন হোৱা) এদিনৰ অন্তৰে হোৱা { ঘাইকৈ অৰত খাটে, returning every thirl day, tertiau, said of faves. একৈশ (কৈছু), সংখ্যা. {সং. এক +বিংশতি, একুৰি } এক অধিক একুৰি, twenty-one. ছে, স, শ. (অ. এক+ কেঁাচ, কাপো- ৰৰ ভজ ) এভাজ, এমোকোট, one fold of cloth. বি. কাপোৰ কেঁাচাই কৰা এটা জোলোঙ্গাত যিমান ধৰে সিমান; যেনে, 47915 714, as much as can be taken at one end of a cloth formed into the shape of a bag. একে, বি. { অং. এক+ও, অব্যয়) এক মাও, কোনো কিছু, অলপ; ইয়াৰ পাচত এটা “ন" থাকে; যেনে, একো নাই, even one. একোছা, বি. (অ. এক + কোছা, মুঠা) এমুঠা, একাটি, one bundle. একোটা, বি. (অ. একো+টা, উপস, প্ৰত্যেকটো, এটা-এটা; যেনে, ইমান একোটা আম, (act one. সমা—এটা, একোটা;

  • এটাই”

একমাত্ৰক বুজাই; যেনে, এটা ঘৰ, এটা মানুহ, অনেকেৰ ভিতৰত প্ৰত্যেকক বুজা- বলৈ একোটা” ব্যৱহাৰ কৰা যায়; মেনে, সেই জোপা গছৰ আমবোৰ ইমান একোটা। একোৰ্দিষ্ট, স. শ. ( স. এক+ উদ্দিষ্ট, লক্ষ কৰা এজনলৈ উদ্দেশ কৰা, এথনীয়। শৰাধ, “পাৰ্বণ” শব্দ চোওঁ, sloradh offered to one person only. একোপব্যে, ক্ৰি. বি. একে প্ৰকাৰে, কোনো উপায়েৰে, কোনো মতে ( পাচত এটা -পদ থাকে); যেনে, একোপধ্যে নাহে, ly lo means.। ঢহ। এজতীয়া, বি. (অং. এক, ঐ +জাতি, শ্ৰেণী, প্ৰকাৰ) বিশেষ এক প্ৰকবি, আনবিলাক মেনে থেমে নোহোৱা; যেনে, ফুলটো একজতীয়া, }}eciliar, singular. এতিয়াৰ, স. শ. (যাং. ইখতিয়াৰ) শক্তি,

    • el, power, jurisdiction,

একালি, ক্ৰি. বি. (সং. এক + কালিন) পূৰ্ব্বে কোনো এক সময়ত, আগৰ কালত, Once uwu a time, formerly. এখন্তেকীয়া, বি- (অং. এক + খন্তেক, অলপ কাল ) অলপ কালৰ, অলপ সময় প্ৰকা, momentary. . এখুজীয়া, বি. (e. এক+খোজ, ভৰি চলো) লাহে-লাহে খোজ কঢ়া, going slowly. . এখেতু, স্থা. স. (এই+ স্থান, ঠাই। এই ঠাইত, at this place এখে, স্থা, স, এই ঠাইৰ, of this place, এখেৰে, স্থা. স. এই ঠাইৰে, with this place. এখেপৰা, স্থা. স. এই ঠাইৰ পৰা, from this place. এখেলৈ, স্থা, স, এই ঠাইলৈ, tay this place. এগলধা, বি. (অৎ, এক+গলধন, ডিঙ্গি)