পৃষ্ঠা:হেমকোষ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ একেবাৰেই একাদশ, স. শ. {সং. এক দশ, দহ) এক অধিক দহ, এঘাৰ, cleven. একাদশী, স. শ. (সং. এক+দশ, দহ) ন জোন হবৰ বা জোন মৰিবৰ পৰা এঘাৰ সংখ্যাৰ দিন; হিন্দু ধৰ্যৰ মতে সেই দিনা লধোন কৰিলে বৰ পুণ্য হয়, the eleventh day of the lunar half (f the month. দশমী শব্দৰ তলৰ চুৰ্নিকা চোৱা। একাদিক্ৰমে, ক্ৰি. বি. একৰ পাচত দুই, দুইৰ পাচত তিনি, এই ৰূপে, consecutively. একাদোৱা, বি, লেখাত আগৰ কথা পাচলৈ আৰু পাচৰ কথা আগলৈ নিবৰ কাৰণ “২", “১” এই ৰূপে চিন লগোৱা; যেনে, ৰামকৃষ্ণ’, market, as worls, &c, with figures, to indicate their proper order in the writing, marked with figures for transposition. একান্ত, বি. ( অং. এক+ অন্তব, মন) একে ঠাইতে মন লগোৱা; যেনে, একান্ত চিত্তেৰে শুনিছে; এক মনেৰে ঈশ্বৰত ভক্তি কৰা; যেনে, একান্ত ভকত, liaving the miul fixed on one object; devout. একান্ত মনে, ক্ৰি. বি. (অং• একান্ত + মন, একান্ত ভাৱে, চিত্ত) এক মনেৰে, একা ভাৱেৰে; যেনে, একান্ত মনে গীত শুন, intently. . একান্ন, বি. (সং. একান্ন-এক+ অন্ন, আহাৰ একে লগে খোৱা আৰু থকা; যেনে, 45 ute, living in connnicnsality. একাত, গু. শ. একে লগে খোৱা অৱস্থা, commensality. একান্নৈ, স. শ. (সং. এক নৰতি, এক একাৱৈ, অধিক নৱ ) এক অধিক নৱৈ, ninety-one. একাৰু, স. শ‘এ’ আখৰ, ঘাইকৈ ‘এ’ the letter A, the symbol 'c'i একাৱলী, স. শ. (সং. এক + আলী, পংক্তি) এবিধ অসমীয়া ছন্দ, a kinet of Assamese metre. একুঁচীয়া, বি. (অং.এ, এক + কোচ, ভাজ, মেৰ) একেচ দিয়া, এমেৰ দিয়া; যেনে, বঙ্গালী ভিৰোবিলাকে একুঁচীয়া সাড়ী পিন্ধে, going once round the body (said of a cloth.) একুতী, স. শ. (সং. এক + পুত্ৰৱতী, এটা সন্তান থকা) এটা লৰা বা এজনী ছোৱালী py fecatel, a woman having only one child. একুষৰীয়া, বি. { অং. এক + কোষৰ, একাষৰীয়া, বা কাষৰ, তি) এতীয়া, এফলীয়া, এতিত থকা, living or existing in one side, একে, বি. অবিশগ; যেনে, তেঁও তাৰে সৈতে একে ঘৰতে থাকে, তুল্য, সমান; যেনে, দুইও একে, the same, alike. একে-অগী, বি. ( সং, একাকী, অকল) একে বিধৰ, মিহলি নোহোৱা; যেনে, একে- আগী ধানৰ চাউল, unmix { said of { grain!. একে-কঠি, বি. (অ. একে, অবিলগ + কোঠা, ঘৰৰ খোটালি } মাজত বেৰ নথকা; এতেকে লাঙ্গ-লগা, একাকাৰ, having 10 partition wall; contin- Lous, having no intervention, of the same caste or religion. একে-কীয়া, বি. (অ. এক, ঐ +কথা, বাক্য) কোৱা কথা নলৰোৱা, অঙ্গীকাৰ নভঙ্গ, keeping one's promises. এক- কথীয়া, এনেও হয়। একে-চিত্তে, ক্ৰি. বি. (অং. একে, অভিন্ন + চিত, মন) একে মনেৰে, একান্ত ভাৱে, intently. একেটা, বি. { অং. একে, অভিন্ন +টা, উপশ.) একমাত্ৰ, এটা মাথোন, one only. . একেভিলে, ক্ৰি. বি. { অং. এক +ভিল, একেতিলেই, এবিধ নিচেই সৰু শুটি) তিলৰ সমান কালতে, বেগতে, in a tice. একেবাৰেই, ক্ৰি. বি. তৎক্ষণাত, তেতিয়াই, aste; gata canteetatea, at onde.