পৃষ্ঠা:হেমকোষ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1409 এতসৰ্থে পাত্ৰৰ ডিজিলৈকে ভ; যেনে, এই টেকেলিৰ এগলধা গাখীৰ, full to the neck of a vessel, এগুণ, স. শ. (সং. এক + গুণ, পৰিমাণ, জী) এভাগ পৰিমাণ; যেনে, এগুণৰ নিমিত্তে দুগুণ দিম্; জৰিৰ এমেৰা; যেনে, এই জৰি ডালৰ এগুণ ছিগিছে, one part, one strand of a rope. এঘৰ, স. শ. (সং. একাদশ, এক অধিক দহ } এক অধিক দহ, eleven. এশ্বৈয়া, বি. (অ. এক + বা, কটা, ক্ষত) মূৰৰ এতি কটা, মূৰৰ এফাল কাটি জোঙ্গলা; যেনে, এধৈয়া বাঁহ, ppintert by enting off one side only. স. শ. মূৰৰ এতি কাটি জোঙ্গলা বাঁহ, something pointek by cutting off one side. এঙ্গা, স. শ. {বং আঙ্গুৰাখা, চোলা} আঁঠুৰ তললৈকে নমা এবিধ চোলা, a kind of tunic, স. ধা. বেয়া বুলি লবলৈ অনিচ্ছা দেখা; খাবলৈ অনিচ্ছা কৰ, to shew disinclination to purchase or eat. এঙ্গামুৰি, স, শ. (সং. অঙ্গমোচন, হাত ভৰি মুকলি কৰা) ভালে মান বেলি একে ঠৰে থকাৰ পাচত হাত ভৰি মেলি আছাৰ মৰা PHÚT, gra, the act of stretching for relief. এজাৰ, স. শ. (সং. অঙ্গাৰ, জুইয়ে পোৰা কাঠ আদি) পোৰা কাঠ বঁহৰ কলা Ets, charcoal. এগেৰুৱা, বি. (অ. এঙ্গাৰ, ঐ) এৰিৰ দৰে কলা, coal-ike, black. স. শ. এজাৰ কাৰোতা, এগৰৰ ব্যৱসায় কৰো, চিলি- মত পোৰা ধঁপাতৰ এগৰ, চিলিমৰ তলীৰ বাটত দিয়া সৰু এগৰ, a dealer in charcoal, a small bit of charcoal placed on the hole at the bottom of a chilum; tobacco burnt in the chilum. এচহীয়া, বি. (অৎ, এক+হা, পাল, খণ্ড) ফালোতে এফাল ডাঠ এফাল পাল হোৱা, সমানে দুফাল নোহোৱা, ul- evenly split. এচলীয়া, বি. { অং, এক + চাল, ঘৰৰ ওপৰৰ ঢাকন) এখন চাল-থকা; যেনে, এচলীয় ঘৰ, এতেকে একতায়া, having only one side of the roof; slanting- এচলীয়া, বি. ( অং. এক + চলা, চেপেটা বস্তু) এচলা পাটেৰে সজা; যেনে, এচ- লীয়া 1 441, consisting of one piece of board. এছাৰি, স. শ. (অং. আছাৰ, নিক্ষেপ। চেকনী, কোবোৱা মাৰি, a switch. ‘আছাৰি এনেও হয়। এছাৰ, স. ধা, অং. আছাৰ, ঐ) আছাব মাৰ; নিক্ষেপ কৰ, to throw (off; to dash, এটা, বি. এক গোট; কুৰিঙছি; যেন, a 464, one; twenty bundles of (said of betel leaf). এটেহিয়া, অ, ধা- (আটাহ, ঐ আটাহ পাৰ, foga, to call out, to seream ont. এটুকেন-মেটুকে, স. শ. অনিচ্ছা ভাৱ, কৰে নকৰো কৰা, ঠেনমেঠেন, irresolution, indicision, show of indisposition towards action. এঠলীয়া, বি. (অ. এক+ঠাল, ডাল ) এটা ঠাল-থকা, এন্ডলীয়, huving of branch. এঠা, স. শ. স. . “আঠা ” চোৱা। এঠা-এঠি, বি. আঠাৰ নিচিনা, জেপেটীয়া, বিজলীয়া; যেনে, হাতু খান এঠা-এঠি হল, gummy, ropy, full of slime. এড়, এড়া, “এ”, “এ” চোৱা। এই দুই শব্দত “ড়” দিয়া ভাল হয়। এঢলীয়া, বি, { অং. এক+ ঢাল, কাল ) এফলীয়া, এফাললৈ চাপ, হলনীয়া, aslant, oblique, lopsidel. এতদৰ্থে, ক্ৰি. বি. (সং এতদৰ্থ;-এ, এই+অৰ্থ, অভিপ্ৰায় ) এই কাৰণে; এই afsettista, for this purpose; to this effect.