পৃষ্ঠা:হেমকোষ.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঋতুমন উদ্ধশ্বাস, স. শ. (সং. উদ্ধ, ওপৰ+শ্বাস, উশাহ) ঊদাই-ৰোগ; খুমুৰ, the astluma. উগ্ধ, বি. (সং. উৰ্ধ, ওপৰ+স্থ, থাক ) ওপৰত থকা, প্ৰধান, placed on high; superior, উন্ধে, ক্ৰি. বি. ওপৰে, above. ঊ-বান্ধু, অ, যা, (স. উৰ্ম্মি, পানীৰ টো) পেটৰ নাড়ী-ভূঁৰু গোটখাই পানীৰ ঢৌৰ দৰে ওপৰলৈ উঠি আহ, to rise up as the intestines when one feels & la usca. উৰ্ম্মি, স. শ. (সং. ঋ, যা পানীৰ টৌ, শশা, দুঃখ; যেনে, বিধবাৰ স্বাৰ্মীলৈ মনত পৰিলে উৰ্ম্মিয়ে ধৰে, পানীৰ ঢৌৰ নিচিনা উচ্চ শব্দ, কান্দনৰ কোহা; a wave, mental distress, sorrow, a loud wise of lamentation. উ, ভা, অব্য, বেদনা বুজোৱা অবায়, au exclamation of puil. ঋণপ্ৰস্ত, বি. (সং. ঋণ, ঐ + প্ৰস্তু, গ্ৰাম- ক) ধাৰত পোত যোৱা, involved in debt. ঋণ-লেখ্য, স. শ. (সং. ঋণ লেখ্য, কাত ) ধাৰৰ কাকত, খত, a hod on which any thing is burrowed. ঋণী, (সং. ঋণ, ঐ ) ধৰুৱা, indebted. ঋণু-চোৰা, বি. (স. ঋণচোৰ-ঋণ, ধাৰ + চোৰ, হৰণ কৰোতা, ধাৰ কোৱা ধৰ কৰি মিছা মতা, দৰি; অধম, dying debt or obligation, indigent, mean. স. স. ধাৰ শুজিব নোৱৰা ধৰুৱা 23, an insolvent. ঋতু, স. শ. (সং. ঋ, গতি কৰু ) গুণ অনুসৰি কৰা কালৰ ভাগ; বছৰটোক ছভাগ কৰি ছটা ঋতু কৰা হৈছে। চ- বহাগ, বসন্ত; জেঠ-আহাৰ, গ্ৰীষ্ম; শাওণ-- ভাদ, বৰ্ষা; আহিম-কাতি, শৰত; আঘোণ- পু, হেমন্ত; মাঘ-ফাগুণ, শিশিৰ; তিৰো- তাৰ মাহেকীয়া স্ৰাৱ, a seasott, of which there are six, euch consisting of two mouths; the menstrual discharge of woman. ঋতুকা, স, শ, ( সৎ, ঋতু, তিৰোৰ মাহেকীয়া স্ৰাব + কাল, সময়) মাহেকীয়া শ্ৰাৱ হৈ থকা কাল, বজলা-সময়, the period of menstruation. ঋতুমতী, বি. (সং. ঋতু, মাহেকীয়া শ্ৰাৱ ) মাহেকীয়া সাৱ হোৱা, ৰজলা, menstrtous. . ঋতুৰক্ষা, স. শ. (সং. ঋতু+ৰক্ষা, ৰখা ) ৰজলা হোৱাৰ পাছত সন্তান হবৰ নিমিত্তে তিৰৰাৰে সৈতে খোৱা-লোৱা কৰা TIT, sexual intercourse with a woman for the purpose pro ducing a child after her monthly flow is over. ঋতুস্নান, স. শ. (সং. ঋতু স্নান, গ- ধোৱা ৰজলা হোৱাৰ পাচত ধোৱা কাৰ্য্য; এতেকে মাহেকীয়া স্বাৰ, the purificatory bath taken after স্কু

  • , বৰ্ণমালাৰ সপ্তম আখৰ, the seventh

letter of the alphabet. ঋকাৰ, স. শ. {সং. ঋ+কাৰ, আখৰ ) ঋ আখৰ, বিশেষকৈ , the letter *, fartieularly the symbol ঋগ্বেদ, {-বে) স. শ, (সং. ঋক্, ঋগৱেদ, মন্ত্ৰ + ৰেদূ, শাস্ত্ৰ } প্ৰথম বেদ, চাৰি বেদৰ ভিতৰত সকলোতকৈ পুৰণি otst, the first and the oldest of the four redas. ঋচ, স. শ. (সং. ঋ, স্তুতি কৰ) বেদৰ মন্ত্ৰ, • a hynin or stanza of the veda. ঋজু, বি. (সং. ঋজু, যা) পোন, হোজা, 71, straight, lojest, upright. ঋজুতা, , শ, পোন হোৱা গুণ, সৰলতা, straightness, uprightness. ঋণু, স. (সং. ঋ, গতি কৰ) ধাৰ, পাচত ওলটাই দিবৰ নিয়মেৰে লোৱা বস্তু, a debt. 1