পৃষ্ঠা:হেমকোষ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

a ১২ উৰ্দ্ধবাহ to উ, বৰ্ণমালাৰ বই আখৰ, the sixth letter of the alphabet. উ, স. অ. দূৰৈত থকা মানুহক মা মাত, an exclamation used in calling or replying to a person at a distance. উকাৰ, স. শ. (সং. উ + কাৰ, আখৰ) উ-আখৰ, the letter , especially the symhol",". উঢ়া, বি. (সং. ৱহ, বহন কৰ বিয়া দিয়া (6), married (fem.) উষ্ণই, স, শ, (সং. উৰ্দ্ধশ্বা, শ্বাসৰ ৰোগ ) মুধুৰ, কফৰ দ্বাৰা নিশ্বাস লোৱাত কষ্ট হোল ৰোগ, the asthma, উধ, অ, ধা. {সং. উৰ্দ্ধ, ওখ } ওপৰলৈ উঠ, আকাশলৈ গতি কৰু, try raise up, soar high. উধা, স. ধা. { অং. উধু, ঐ} ওপৰলৈ তল, statica cota, to raise high in the air. উধামুধ, বি. { অং. উধমুধ, আগ গুৰি। আগগুৰি নোচোৱাকৈ কৰা, বিবেচনা নকৰা; যেনে, উধাধা কাম ভাল নহয়, done at random without under- standing or investigation. উনুধাকৈ, ক্ৰি. বি. আগৰি বা ওপৰ তল নোচাৱাকৈ সকলে পোনে, বিবেচনা নকৰাকৈ; যেনে, ঊধামুধাকৈ মৰিয়ালে, withont considering or looking at. উধূমুধ, স, শ. (সং. উৰ্ধ্বমধঃ, ওপৰ তল) ওপৰ তল, আগগুৰি, সকলো বিষয় বিবে- চনা; যেনে, উধমুধ চাই কাম কৰিব TCT, all particulars, a full con- sideration of all points. উণু, বি. (সৎ, উন, কম হ) কম, হীন, less in size, number or quality. উননবৈ, সংখ্যা (সং. উননবতি এক কম মবৈ, eighty-nine. ঊনশ, সংখ্যা, (সং. ঊনশত) এক কম এশ, ninety-nine. উনাশী, সংখ্যা (সং. উনঅশীতি) এক কম চাৰি কুৰি, seventy-nine, উনৈশ, (উনৈছ), সংখ্যা. {সং. উনবিংশতি) এক কম একৰি, vineteen. ঊচল্লিশ, { চল্লিছ ), সংখ্যা ( সৎ, উনচত্ব- বিংশৎ ) এক কম দুকুৰি, thirty-nine. উত্ৰিশ, ( বিছ), সংখ্যা (সং. ঊনত্ৰিংশৎ} 47 77 990fa, twenty-nine. উপঞ্চাশ, (পঞ্চম), সংখ্যা. {সং. উনপঞ্চা- শৎ} এক কম গঢ়ৈ কুৰি, forty-nine. উঠি, সংখ্যা, (সং. উনষাট) এক কম fefa pfa, fifty-vive. উনসত্তৰি, সংখ্যা, (সং. উনসপ্ততি) এক কম সৰি, sixty-line, উক, স. শ. { সং. উৰু, ঢা) কঙ্গন, the thigh. উকমি, স. শ. (সং. উৰ্ম্মি, উচ্চ শব্দ ) কোহাল, দুন্দৰ শব্দ, it tuise of a {(uarol. উ, স. শ. { সং. উহ্, ঢা) লোম, vol. উৰ্দ্ধ, বি. {সং. উৎ, ওপৰ + হ, ত্যাগ ক) খ, ওপৰৰ, প্ৰধান, high, elevated, superior. , শ, ওপৰ; প্ৰধান, বা ওখ fre, leight; a high position. 62- মীয়াত “ উৰ্দ” এনেও হয়। উৰ্ধগতি, স. শ. (সং. উৰ্জ, ঐ + গতি, গমন } ওপৰলৈ গমন, উঠন, ascent, rising up. উৰ্দ্ধগামী, বি. { সং. উৰ্দ্ধ, + গামী, যাওঁত) ওপৰলৈ যোৱা, ascending; going up উদ্ধদৃষ্টি, স. শ. (সং. উগ্ধ, ঐ + দৃষ্টি, দৰ্শন } ওপৰলৈ চোৱা কাৰ্য্য, the at of looking upwards. উৰ্দ্ধবাহু, বি. (সং. উদ্ধ, ওপৰ+ বাহু, হাত চাৰি) ওপৰলৈ হাত দঙ্গ; কোনো কাৰ্য কৰিবলৈ প্ৰস্তুত কামলৈ উৰ্দ্ধবাহু, holding up the arm ready to do any work, 4. t. 97479 হাত দাঙ্গি থকা এবিধ সন্যাসী, an ascetic who constantly holds up যেনে, আমি সেই his arm ,